Application to the bank to transfer the existhing housing loan to another bank.
To
The Branch Manager.
FTS Bank.
Raipur Branch, Raipur.
Date________
Sub: Application to the bank to transfer the existhing housing loan to another bank.
Sir,
I have taken a housing loan from your bank on 4.9.2003 @ 10% interest. But now LBI bank gives loan @ 8% interest and they are ready to transfer my loan to their bank. Only your consent is required in this respect. Hope you will kindly grant my prayer and help me in this respect.
Thanking you.
Yours faithfully
___________
বৰ্তমান গৃহঋণ অন্য বেঙ্কলৈ স্থানান্তৰ কৰিব বিচাৰি বৰ্তমান বেঙ্কলৈ দিয়া পত্ৰ।
প্ৰতি,
শাখা প্ৰৱন্ধক
…………. বেঙ্ক
ৰায়পুৰ শাখা, ৰায়পুৰ
তাং………………
বিষয়: বৰ্তমান গৃহঋণ অন্য বেঙ্কলৈ স্থানান্তৰ কৰিব বিচাৰি বৰ্তমান বেঙ্কলৈ দিয়া পত্ৰ।
মহাশয়,
যোৱা ৪/৯/২০০৩ তাৰিখে মই ১০ সুত হাৰত আপোনাৰ বেঙ্কৰ পৰা গৃহঋণ লৈছো। কিন্তু এতিয়া LBI বেঙ্কে ৮% সুত হাৰত গৃহঋণ দিছে আৰু মোৰ ঋণ তেওঁলোকৰ বেঙ্কলৈ ট্ৰেন্সফাৰ কৰিবলৈ সন্মত হৈছে। কেৱলমাত্ৰ আপোনাৰ অনুমতিৰ আৱশ্যক।
আশাকৰো আপুনি মোৰ প্ৰাৰ্থনা মঞ্জুৰ কৰিব আৰু এই বিষয়ত মোক সহায় কৰিব।
গৃহঋণ একাউণ্ট নং……………
আপোনাৰ বিশ্বাসী
………………………
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 9 Social Geography Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.