Application to another bank praying to get your home loan transferred from the bank you took the loan a year ago
To
The Branch Manager
LBI Bank
Tarapur. 24 pgs. (N).
Date________
Sub: Application to another bank praying to get your home loan transferred from the bank you took the loan a year ago.
Sir,
With due honor, I beg to state that as per the telephone conversation with your agent, I am writing this letter. For your information, last year on 4.9.2003 I took a home loan of Rs. 2 Lakh from FTS Bank Raipur branch @ 10% interest. Now as your rate of interest is much lower and convenient to me, I would like to transfer my loan to your bank as soon as possible. I sincerely hope that you will kindly help me and accelerate the process at your earliest.
Enclosure:
Copies of 1. Loan papers.
2. Loan A/c Pass Book.
Thanking you.
Yours faithfully.
Murtaza Ali
Bishnupur. 24
pgs.(N).
অন্য বেঙ্কৰ পৰা এবছৰ আগতে গৃহঋণ স্থানান্তৰৰ কাৰণে নতুন বেঙ্কলৈ পত্ৰ।
প্ৰতি,
শাখা প্ৰৱন্ধক
…………..বেঙ্ক
তাৰাপুৰ………….
তাং……………..
মহাশয়,
যথাপূৰ্বক সন্মানেৰে সৈতে জনাও যে, আপোনাৰ বেঙ্কৰ এজেণ্টৰ সৈতে টেলিফোনযোগে হোৱা কথাবাৰ্তাৰ ভিত্তিত এই চিঠি লিখিছো। আপোনাৰ জ্ঞাতাৰ্থে জনাও যে, যোৱা ৪/৯/২০০৩ তাৰিখে মই………..বেঙ্কৰ ৰায়পুৰ শাখাৰ পৰা ১০ সুত হাৰও ২ লাখ টকাৰ গৃহঋণ লৈছো। এতিয়া যিহেতু আপোনাৰ বেঙ্কৰ সুত বহুত কম আৰু সুবিধাজনক সেই কাৰণে মই উক্ত বেঙ্কৰ পৰা মোৰ গৃহঋণ আপোনাৰ বেঙ্কলৈ যথা সম্ভৱ সোনকালে ট্ৰেন্সফাৰ কৰিব বিচাৰিছো। আশা কৰো আপুনি মোক এই বিষয়ত সহায় কৰিব আৰু অনুগ্ৰহ কৰি প্ৰক্ৰিয়াটো তৰান্বিত কৰিব।
গাঠি দিয়া হ’ল
১। ঋণ সংক্ৰান্ত কাগজপত্ৰ।
২। লোন একাউণ্টৰ পাছবুকৰ ফটোকপি।
ধন্যবাদ।
আপোনাৰ বিশ্বাসী
__________
বিষ্ণুপুৰ
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 9 Social Economic Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.