SEBA Class 8 Science MCQ Chapter 8 কোষ-গঠন আৰু কাৰ্য

SEBA Class 8 Science MCQ Chapter 8 কোষ-গঠন আৰু কাৰ্য Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 8 কোষ-গঠন আৰু কাৰ্য Notes and select need one.

SEBA Class 8 Science MCQ Chapter 8 কোষ-গঠন আৰু কাৰ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

কোষ-গঠন আৰু কাৰ্য

Chapter – 8

MCQ

১। ববার্ট হুকে কি যন্ত্ৰৰ সহায়ত কৰ্কব এচকল পৰীক্ষণ কৰিছিল?

(i) টেলিস্কোপ।

(ii) অণুবীক্ষণ যন্ত্ৰ।

(iii) দূৰবীক্ষণ যন্ত্ৰ।

(iv) স্পেকট্ৰোমিটাৰ।

উত্তৰঃ (ii) অণুবীক্ষণ যন্ত্ৰ।

২। কৰ্ক কি বস্তুৰ এটা অংশ?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) হাওৰ।

(ii) পানীৰ।

(iii) গা-গছৰ।

(iv) পাথৰৰ।

উত্তৰঃ (iii) গা-গছৰ।

৩। কিমান চনত ৰবাৰ্ট হুকে এডোখৰ কৰ্কত কোষবোৰ পৰ্যবেক্ষণ কৰিছিল?

(i) ১৩৭৩ চনত।

(ii) ১৪৭৩ চনত।

(iii) ১৬৬৫ চনত।

(iv) ১৯৯৫ চনত।

উত্তৰঃ (iii) ১৬৬৫ চনত।

৪। উদ্ভিদ কোষৰ বাহিৰৰ ডাঠ তৰপক কি বোলে?

(i) কোষনলী।

(ii) কোষবেৰ।

(iii) কোষাৱৰণ।

(iv) কোষপত।

উত্তৰঃ (ii) কোষবেৰ।

৫। তলৰ কোনটো উপাদান কোষ প্ৰবহত পোৱা যায়?

(i) কোষবেৰ।

(ii) নিউক্লিয়াছ।

(iii) ক্ল’ৰ’প্লাষ্ট।

(iv) মাইট্ৰ’কনড্রিয়া।

উত্তৰঃ (iv) মাইট্ৰ’কনড্রিয়া।

৬। ক্রম’জ’মৰ ভূমিকা কি?

(i) শক্তি উৎপাদন।

(ii) প্ৰোটিন সংশ্লেষণ।

(iii) বংশানুক্ৰমে গুণবোৰ স্থানান্তৰিত কৰা।

(iv) পানীৰ সংৰক্ষণ।

উত্তৰঃ (iii) বংশানুক্ৰমে গুণবোৰ স্থানান্তৰিত কৰা।

৭। কিমান মাইক্ৰ’মিটাৰৰ আটাইতকৈ সৰু কোষটো বেক্টেৰিয়াত পোৱা যায়?

(i) ০.১ ৰ পৰা ০.৫

(ii) ০.২ ৰ পৰা ০.৬

(iii) ০.৩ ৰ পৰা ০.৪

(iv) ০.৪ ৰ পৰা ০.৫

উত্তৰঃ (i) ০.১ ৰ পৰা ০.৫

৮। বিজ্ঞানীসকলে কেনেকৈ জীৱিত কোষক ডাঙৰকৈ দেখিবলৈ সক্ষম হয়?

(i) দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত।

(ii) টেলিস্কোপৰ সহায়ত।

(iii) অণুবীক্ষণ যন্ত্ৰৰ সহায়ত।

(iv) স্পেকট্ৰোমিটাৰৰ সহায়ত।

উত্তৰঃ (iii) অণুবীক্ষণ যন্ত্ৰৰ সহায়ত।

৯। তলৰ কোনটো সম্পূর্ণভাৱে এটা স্বাধীন একক কোষৰ উদাহৰণ?

(i) এমিবা।

(ii) পেশী কোষ।

(iii) লাল ৰক্ত কণিকা।

(iv) শ্বেত ৰক্ত কণিকা (WBC)

উত্তৰঃ (i) এমিবা।

১০। কোনটো কোষ নিজৰ আকৃতি সলনি কৰিব পাৰে?

(i) পেশী কোষ।

(ii) শ্বেত ৰক্ত কণিকা (WBC)

(iii) লাল ৰক্ত কণিকা।

(iv) স্নায়ু কোষ।

উত্তৰঃ (ii) শ্বেত ৰক্ত কণিকা (WBC)

১১। উট চৰাইৰ কণীটোৰ আকাৰ কিমান?

(i) ২০০ মি.মি. x ১৫০ মি.মি.

(ii) ১০০ মি.মি. x ৮০ মি.মি.

(iii) ৫০ মি.মি. x ৩০ মি.মি.

(iv) ১৭০ মি.মি. x ১৩০ মি.মি.

উত্তৰঃ (iv) ১৭০ মি.মি. x ১৩০ মি.মি.

১২। তলৰ কোনটো কোষৰ আকাৰ ০.১ ৰ পৰা ০.৫ মাইক্ৰ’মিটাৰ হয়?

(i) স্নায়ু কোষ।

(ii) চাৰাইৰ কণী।

(iii) বেক্টেৰিয়া।

(iv) উদ্ভিদ কোষ।

উত্তৰঃ (iii) বেক্টেৰিয়া।

১৩। প্ৰট’প্লাজমৰ ভিতৰত কি কি থাকে?

(i) কোষপ্ৰবহ আৰু কোষকেন্দ্ৰ।

(ii) কোষপ্ৰবহ আৰু কোষবাৰ্ধি।

(iii) কোষবাৰ্ধি আৰু কোষকেন্দ্ৰ।

(iv) মাইট্ৰ’কনড্রিয়া আৰু গলগি বডি।

উত্তৰঃ (i) কোষপ্ৰবহ আৰু কোষকেন্দ্ৰ।

১৪। এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত হোৱা জীৱক কি বোলে?

(i) কোষ।

(ii) এককোষী জীৱ।

(iii) বহুকোষী জীৱ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) বহুকোষী জীৱ।

১৫। গছৰ পাতত সালোক সংশ্লেষণ হৈ কি প্ৰস্তুত হয়?

(i) খাদ্য।

(ii) কাৰ্বন-ডাই-অক্সাইড।

(iii) অক্সিজেন।

(iv) নাইট্ৰেজেন।

উত্তৰঃ (i) খাদ্য।

১৬। ইউকেৰিঅটিক কোষৰ উদাহৰণ কি?

(i) বেক্টেৰিয়া।

(ii) পিয়াঁজ কোষ।

(iii) নীল সেউজ শেলাই।

(iv) প্ৰ’কেৰিঅটিক কোষ।

উত্তৰঃ (ii) পিয়াঁজ কোষ।

১৭। কোষকেন্দ্ৰ আৱৰণ থকা কোষবোৰক কি বোলে?

(i) এককোষী কোষ।

(ii) প্ৰ’কেৰিঅটিক কোষ।

(iii) ইউকেৰিঅটিক কোষ।

(iv) আৱৰণহীন কোষ।

উত্তৰঃ (iii) ইউকেৰিঅটিক কোষ।

১৮। উদ্ভিদ কোষৰ বাহিৰৰ ডাঠ তৰপক কি বোলে?

(i) কোষনলী।

(ii)  কোষপ্ৰবহ।

(iii)  কোষবেৰ।

(iv)  কোষাৱৰণ।

উত্তৰঃ (iii)  কোষবেৰ।

১৯। ববার্ট হুকৰ পর্যৱেক্ষণৰ কিমান বছৰৰ পাছলৈকে কোষৰ বিষয়ে অধিক জানিব পৰা নগ’ল?

(i) ৫০ বছৰ।

(ii) ১৫০ বছৰ।

(iii) ১০০ বছৰ।

(iv) ২০০ বছৰ।

উত্তৰঃ (ii) ১৫০ বছৰ।

২০। উন্নত অণুবীক্ষণ যন্ত্রৰ আৱিষ্কাৰৰ পাছত কোনটো কথা সম্ভৱ হৈছিল?

(i) জীৱিত কোষ পৰ্যৱেক্ষণ।

(ii)  দূৰবীক্ষণ যন্ত্ৰেৰে গ্ৰহ পৰীক্ষণ।

(iii) ৰাসায়নিক বিক্ৰিয়া পৰ্যৱেক্ষণ।

(iv) শব্দৰ তৰংগ পৰীক্ষণ।

উত্তৰঃ (i) জীৱিত কোষ পৰ্যৱেক্ষণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top