SEBA Class 8 Science MCQ Chapter 1 সশ্য উৎপাদন আৰু ব্যৱস্থাপনা

SEBA Class 8 Science MCQ Chapter 1 সশ্য উৎপাদন আৰু ব্যৱস্থাপনা Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 1 সশ্য উৎপাদন আৰু ব্যৱস্থাপনা Notes and select need one.

SEBA Class 8 Science MCQ Chapter 1 সশ্য উৎপাদন আৰু ব্যৱস্থাপনা

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

সশ্য উৎপাদন আৰু ব্যৱস্থাপনা

Chapter – 1

MCQ

১। বতৰ অনুযায়ী শস্য়ক কেইটা ভাগত ভগাব পাৰি?

(i) ২ টা ভাগত।

(ii) ৩ টা ভাগত।

(iii) ৪ টা ভাগত।

(iv) ৫ টা ভাগত।

উত্তৰঃ (i) ২ টা ভাগত।

২। কেঁচু আৰু মাটিত থকা অণুজীৱসমূহ খেতিয়কৰ কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) প্রিয়।

(ii) শত্রু।

(iii) বন্ধু।

(iv) এটাও নহয়।

উত্তৰঃ (iii) বন্ধু।

৩। কোনটো কাম সশ্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম?

(i) হাল বোৱা।

(ii) বীজ সিঁচা।

(iii) মই মৰা।

(iv) ধান ৰুৱা।

উত্তৰঃ (ii) বীজ সিঁচা।

৪। একেটা মাটিতে একেবাৰে শস্য খেতি কৰি থাকিলে পোষক দ্রব্যৰ কি হয়?  

(i) পোষক দ্রব্যৰ পৰিমাণ বঢ়ে।

(ii)  মাটিতে নতুন পোষক দ্রব্য সৃষ্টি হয়।

(iii) পোষক দ্রব্যৰ পৰিমাণ স্থিৰ থাকে।

(iv)  পোষক দ্রব্যৰ পৰিমাণ কমে।

উত্তৰঃ (iv) পোষক দ্রব্যৰ পৰিমাণ কমে।

৫। জৈৱিক সাৰ কি ৰূপত পোৱা যায়?  

(i) ৰাসায়নিক পদাৰ্থৰ পৰা।

(ii) উদ্ভিদ আৰু প্রাণীৰ বর্জিত দ্রৱ্যৰ পচনৰ ফলত।

(iii) খনিজ পদাৰ্থৰ পৰা।

(iv) মাটিৰ পৰা স্বাভাৱিকতে।

উত্তৰঃ (ii) উদ্ভিদ আৰু প্রাণীৰ বর্জিত দ্রৱ্যৰ পচনৰ ফলত।

৬। জীৱক জীয়াই থাকিবৰ বাবে কিহৰ প্ৰয়োজন?

(i) পানী।

(ii) খাদ্য।

(iii) বায়ু।

(iv) ফল।

উত্তৰঃ (i) পানী।

৭। উদ্ভিদৰ দেহত প্ৰায় কিমান শতাংশ পানী থাকে?

(i) ৬০%

(ii) ৭০%

(iii) ৯০%

(iv) ১০০%

উত্তৰঃ (ii) ৭০%

৮। জলসিঞ্চন কেনেকৈ প্ৰভাৱিত হয়?

(i) মাটি।

(ii) বতৰ।

(iii) শস্যভেদ।

(iv) সকলো উল্লিখিত।

উত্তৰঃ (iv) সকলো উল্লিখিত।

৯। খ্রীষ্ট পূর্ব ১০,০০০ চন মানলৈকে মানুহে কি প্ৰধান জীৱনযাপন কৰিছিল?

(i) যাযাবৰ জীৱন।

(ii) কৃষি ব্যৱস্থা।

(iii) চাৰা জীৱন।

(iv) সংগঠিত সমাজ।

উত্তৰঃ (i) যাযাবৰ জীৱন।

১০। কিহৰ সহায়ত মাটি সমান কৰা হয়?

(i) কোৰৰ সহায়ত।

(ii) গৰুৰ সহায়ত।

(iii) দলিমাৰি সহায়ত।

(iv) মৈৰ সহায়ত।

উত্তৰঃ (iv) মৈৰ সহায়ত।

১১। উৎপাদন হোৱাৰ পাছত এটা প্ৰয়োজনীয় কাম কি?

(i) শস্য সাঁচি ৰখা।

(ii) শস্য কটা।

(iii) খেতি চপোৱা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) শস্য সাঁচি ৰখা।

১২। তলৰ কোনবিধ ৰাসায়নিক সাৰ?

(i) গোবৰ সাৰ।

(ii) কেঁচু হাৰ।

(iii) চুপাৰ ফছপেট।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) চুপাৰ ফছপেট।

১৩। শস্য চপোৱাৰ লগত জড়িত হোৱা উৎসৱ হল-

(i) ভোগালী বিহু।

(ii) ৰঙালী বিহু।

(iii) কঙালী বিহু।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) ভোগালী বিহু।

১৪। অপতৃণ নিবোৱা কিয় প্রয়োজন?

(i) অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ।

(ii) শস্যক বচাবলৈ।

(iii) শস্যৰ বৃদ্ধি বৃদ্ধি কৰিবলৈ।

(iv) মাটি পুষ্টিকৰ কৰিবলৈ।

উত্তৰঃ (ii) শস্যক বচাবলৈ।

১৫। জৈৱিক সাৰ ক’ত প্ৰস্তুত কৰিব পাৰি?

(i) ঘৰত।

(ii) পথাৰত।

(iii) শোধনাগাৰত।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) পথাৰত।

১৬। অপতৃণ কি?

(i) প্ৰাণীৰ খাদ্য।

(ii) শস্যৰ প্ৰধান উপাদান।

(iii) শস্যৰ বৃদ্ধি বঢ়োৱা উদ্ভিদ।

(iv) শস্যৰ বাহিৰে গজোৱা অপ্রয়োজনীয় উদ্ভিদ।

উত্তৰঃ (iv) শস্যৰ বাহিৰে গজোৱা অপ্রয়োজনীয় উদ্ভিদ।

১৭। ধানজাতীয় শস্য পকিবলৈ কিমান সময় লাগে?

(i) ১ ৰ পৰা ২ মাহ।

(ii) ২ ৰ পৰা ৩ মাহ।

(iii) ৩ ৰ পৰা ৪ মাহ।

(iv) ৪ ৰ পৰা ৫ মাহ।

উত্তৰঃ (iii) ৩ ৰ পৰা ৪ মাহ।

১৮। শস্য চপোৱা মানে কি?

(i) শস্য পুষ্টি বৃদ্ধি কৰা।

(ii) শস্য কাটাৰ প্ৰক্ৰিয়া।

(iii) শস্য ৰোগ নিৰীক্ষণ।

(iv) শস্য মাটিত পৰিৱৰ্তন কৰা।

উত্তৰঃ (ii) শস্য কাটাৰ প্ৰক্ৰিয়া।

১৯। ৰাসায়নিক সাৰ ক’ত প্ৰস্তুত কৰা হয়?

(i) ঘৰত।

(ii) পথাৰত।

(iii) কাৰখানা।

(iv) ওপৰৰ আটাইকেইটা শুদ্ধ।

উত্তৰঃ (iii) কাৰখানা।

২০। জৈৱিক সাৰ কেনে জৈৱিক প্ৰক্ৰিয়া দ্বাৰা তৈয়াৰ হয়?

(i) ৰসায়নিক প্ৰক্ৰিয়া।

(ii) পচন প্ৰক্ৰিয়া।

(iii) তাপীয় প্ৰক্ৰিয়া।

(iv) বৈদ্যুতিক প্ৰক্ৰিয়া।

উত্তৰঃ (ii) পচন প্ৰক্ৰিয়া।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top