SEBA Class 8 Science MCQ Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম

SEBA Class 8 Science MCQ Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম Notes and select need one.

SEBA Class 8 Science MCQ Chapter 5 কয়লা আৰু পেট্ৰ’লিয়াম

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

কয়লা আৰু পেট্ৰ’লিয়াম

Chapter – 5

MCQ

১। কোনবোৰ সম্পদ অনিঃশেষীয় বুলি বিবেচিত হয়?

(i) জল, মাটিৰ উৰ্বৰতা।

(ii) জীৱ, মণিক।

(iii) সূৰ্যৰ বশ্মি, বায়ু।

(iv) বন, মাছ।

উত্তৰঃ (iii) সূৰ্যৰ বশ্মি, বায়ু।

২। কোনবোৰ সম্পদ নিঃশেষীয় বুলি বিবেচিত হয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) সূৰ্যৰ ৰশ্মি আৰু বায়ু।

(ii) জল আৰু মাটিৰ উৰ্বৰতা।

(iii) অৰণ্য, বনৰীয়া জীৱ, মণিক, কয়লা, পেট্র’লিয়াম, প্রাকৃতিক গেছ।

(iv) বৃষ্টিপাত আৰু বাতাস।

উত্তৰঃ (iii) অৰণ্য, বনৰীয়া জীৱ, মণিক, কয়লা, পেট্র’লিয়াম, প্রাকৃতিক গেছ।

৩। কয়লা কেনেধৰণৰ পদাৰ্থ?

(i) সেউজীয়া।

(ii) কঠিন আৰু ক’লা বৰণীয়া।

(iii) নৰম আৰু সেউজীয়া।

(iv) তৰল আৰু বগা বৰণীয়া।

উত্তৰঃ (ii) কঠিন আৰু ক’লা বৰণীয়া।

৪। কয়লা কিহৰ বাবে ব্যৱহাৰ কৰা হয়?

(i) মাছৰ সংৰক্ষণৰ বাবে।

(ii) ঔষধ প্রস্তুত কৰা বাবে।

(iii) পানী পৰিস্কাৰ কৰা বাবে।

(iv) ভাপ উৎপন্ন আৰু ৰান্ধিবলৈ।

উত্তৰঃ (iv) ভাপ উৎপন্ন আৰু ৰান্ধিবলৈ।

৫। কয়লা কোন ব্যৱসায়ত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়?

(i) শস্য পুষ্টি।

(ii) কৃষি।

(iii) উদ্যোগ আৰু শক্তি উৎপাদন।

(iv) স্বাস্থ্য সেৱা।

উত্তৰঃ (iii) উদ্যোগ আৰু শক্তি উৎপাদন।

৬। কয়লাৰ প্রধান উপাদান কি?

(i) নাইট্ৰ’জেন।

(ii) অক্সিজেন।

(iii) কার্বন।

(iv) হাইড্ৰ’জেন।

উত্তৰঃ (i) নাইট্ৰ’জেন।

৭। কয়লাক কিয় জীৱাশ্ম ইন্ধন বুলি কোৱা হয়?

(i) কয়লা তেলৰ পৰা উৎপন্ন হয়।

(ii) কয়লা মৃত গছৰ অৱশিষ্টৰ পৰা সৃষ্টি হয়।

(iii) কয়লা জৈৱিক পদাৰ্থৰ পৰা উৎপন্ন হয়।

(iv) কয়লা শিলৰ পৰা সৃষ্টি হয়।

উত্তৰঃ (ii) কয়লা মৃত গছৰ অৱশিষ্টৰ পৰা সৃষ্টি হয়।

৮। তলৰ কোনটো নবীকৰণযোগ্য সম্পদ নহয়?

(i) সৌৰশক্তি।

(ii) বায়ু।

(iii) খাদ্য।

(iv) কয়লা।

উত্তৰঃ (iv) কয়লা।

৯। অধিক ছালফাৰ থকা কয়লা জ্বলালে কি উৎপন্ন  হয়?

(i) কাৰ্বন-ডাই-অক্সাইড।

(ii) অক্সিজেন

(iii) ছালফাৰ ডাই-অক্সাইড।

(iv) নাইট্ৰ’জেন।

উত্তৰঃ (iii) ছালফাৰ ডাইঅক্সাইড।

১০। বায়ুত কয়লা জ্বলালে কি গেছ উৎপন্ন কৰে?

(i) কাৰ্বন-ডাই-অক্সাইড।

(ii) নাইট্ৰ’জেন।

(iii) হাইড্ৰ’জেন।

(iv) অক্সিজেন।

উত্তৰঃ (i) কাৰ্বন-ডাই-অক্সাইড।

১১। কিমান বছৰৰ আগতে পৃথিৱীৰ নিম্নভূমিত জলাহসমূহত অটব্য অৰণ্য আছিল?

(i) ৩০০ নিযুত বছৰৰ।

(ii) ৬০০ নিযুত বছৰৰ।

(iii) ৮০০ নিযুত বছৰৰ।

(গ) ৯০০ নিযুত বছৰৰ।

উত্তৰঃ (i) ৩০০ নিযুত বছৰৰ।

১২। প্ৰাকৃতিক প্রক্রিয়া কি ফলত অটব্য অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল?

(i) ভূমিকম্প।

(ii) বনজ্বলি।

(iii)  বানপানী।

(iv) হিমস্খলন।

উত্তৰঃ (iii)  বানপানী।

১৩। কয়লাৰ প্ৰধান উপাদান কি?

(i) নাইট্ৰ’জেন।

(ii) কাৰ্বন-ডাই-অক্সাইড।

(iii) কাৰ্বন।

(iv) হাইড্ৰজেন।

উত্তৰঃ (iii) কাৰ্বন।

১৪। মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা পক্ৰিয়াটোক কি বোলে?

(i) অংগাৰীকৰণ।

(ii) গলন।

(iii) প্ৰসাৰণ।

(iv) প্ৰচণ্ডন।

উত্তৰঃ (i) অংগাৰীকৰণ।

১৫। ক’ক কেনেকুৱা ধৰণৰ পদার্থ?

(i) তৰল, সছিদ্র আৰু ক’লাবৰণীয়া।

(ii) কঠিন, স্বচ্ছ আৰু বগাবৰণীয়া।

(iii) কঠিন, সছিদ্র আৰু ক’লাবৰণীয়া।

(iv) তৰল, স্বচ্ছ আৰু বগাবৰণীয়া।

উত্তৰঃ (iii) কঠিন, সছিদ্র আৰু ক’লাবৰণীয়া।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top