SEBA Class 8 Science MCQ Chapter 6 দহন আৰু শিখা

SEBA Class 8 Science MCQ Chapter 6 দহন আৰু শিখা Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 6 দহন আৰু শিখা Notes and select need one.

SEBA Class 8 Science MCQ Chapter 6 দহন আৰু শিখা

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

দহন আৰু শিখা

Chapter – 6

MCQ

১। ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্রত তাপ শক্তিৰ উৎস হ’ল-

(i) এঙাৰ।

(ii) পেট্রল।

(iii) কাঠ।

(iv) কেৰাচিন।

উত্তৰঃ (iii) কাঠ।

২। সোণাৰীসকলে সোণ আৰু ৰূপ গলাবৰ বাবে কিহৰ দ্বাৰা শিখাৰ বহিৰতম মণ্ডলটো ফুৱাই দিয়ে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) এডাল ফু-নলীৰ দ্বাৰা।

(ii) নলীৰ দ্বাৰা।

(iii) অক্সিজেন।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) এডাল ফু-নলীৰ দ্বাৰা।

৩। চি. এন. জিৰ দহনৰ ফলত অতি কম পৰিমাণৰ ক্ষতিকাৰক কি উৎপন্ন হয়?

(i) এছিড।

(ii) দ্ৰৱ্য।

(iii) ইন্ধন।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) দ্ৰৱ্য।

৪। চি. এন. জি এটা আপেক্ষিকভাৱে কি ইন্ধন?

(i) পৰিষ্কাৰ।

(ii) প্ৰদূষণ।

(iii) বিদ্যুৎ।

(iv) ডিজেল।

উত্তৰঃ (i) পৰিষ্কাৰ।

৫। যিবোৰ পদাৰ্থ বায়ুত জ্বলে সেইবোৰক কি পদাৰ্থ বোলে?

(i) দহন।

(ii) দাহ্য।

(iii) শিখা।

(iv) ৰাসায়নিক।

উত্তৰঃ (ii) দাহ্য।

৬। দাহ্য পদাৰ্থবোৰৰ জ্বলনত উষ্ণতা কি হ’ব পাৰে?

(i) উচ্চ।

(ii) নিম্ন।

(iii) মধ্য।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) নিম্ন।

৭। কাঠ আৰু কয়লাৰ দহনে বায়ুৰ কি ঘটায়?

(i) উষ্ণতা।

(ii) প্ৰদূষণ।

(iii) বায়ু বিশুদ্ধ হয়।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) প্ৰদূষণ।

৮। তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক কিহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি?

(i) ডিজেল।

(ii) কেৰাচিন।

(iii) পানী।

(iv) পেট্ৰল।

উত্তৰঃ (iii) পানী।

৯। অণুবীক্ষণ যন্ত্ৰসমূহত ব্যৱহাৰ কৰা পোহৰৰ উৎসৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত ভগাব পাৰি।

(i) তিনিটা।

(ii) চাৰিটা।

(iii) দুইটা।

(iv) পাঁচটা।

উত্তৰঃ (i) তিনিটা।

১০। পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ পৰিসৰ হৈছে-

(i) ৩৭৫ বা ৩৯৯

(ii) ৩৮০ বা ৪০০

(iii) ৩৫৫ বা ৪১০

(iv) ৩০০ বা ৪০৫

উত্তৰঃ (ii) ৩৮০ বা ৪০০

১১। কম্পনাংকৰ পৰিসৰ হৈছে-

(i) ৪০৫

(ii) ৩৯৯

(iii) ৪১১

(iv) ৪০৭

উত্তৰঃ (i) ৪০৫

১২। মানুহৰ তেজৰ শ্বেত ৰক্ত কোষবোৰৰ (WBC) পৰা আকৃতি সলনি একক কোষৰ আন এটা উদাহৰণ হ’ল- 

(i) ৰক্ত কণিকা।

(ii) এমিবা।

(iii) প্লাজমা কোষ।

(iv) মাংসপেশী কোষ।

উত্তৰঃ (ii) এমিবা।

১৩। অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল?

(i) আইজাক নিউটন।

(ii) ৰবাৰ্ট হুক।

(iii) এণ্টনী ভান লিউৱেনহক।

(iv) লুই পাষ্টুৰ।

উত্তৰঃ (iii) এণ্টনী ভান লিউৱেনহক।

১৪। জীৱৰ কোষীয় গঠন সম্পৰ্কে আগবঢ়োৱা প্ৰথমজন ব্যক্তি কোন আছিল?

(i) ৰবাৰ্ট হুক। 

(ii) আইজাক নিউটন।

(iii) এণ্টনী ভান লিউৱেনহক।

(iv) লুই পাষ্টুৰ।

উত্তৰঃ (i) ৰবাৰ্ট হুক।

১৫। কোনটো কোষ খালী চকুৰে দেখা নাযায় আৰু অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা ডাঙৰ কৰি চাব লাগে?

(i) মাংসপেশী কোষ।

(ii) প্লাজমা কোষ।

(iii) বেক্টেৰিয়া কোষ।

(iv) কণী কোষ।

উত্তৰঃ (iii) বেক্টেৰিয়া কোষ।

১৬। আটাইতকৈ সৰু কোষবোৰৰ আকাৰ কিমান হ’ব?

(i) ১৭০ মি.মি. 

(ii) ১৩০ মি.মি.  

(iii) ০.১ ৰ পৰা ০.৫ মাইক্র ‘মিটাৰ।

(iv) ১০ মাইক্র ‘মিটাৰ।

উত্তৰঃ (iii) ০.১ ৰ পৰা ০.৫ মাইক্র ‘মিটাৰ।

১৭। সকলোতকৈ ডাঙৰ কোষটো কি?

(i) বেক্টেৰিয়া কোষ।

(ii) মাংসপেশী কোষ।

(iii) কণী কোষ।

(iv) প্লাজমা কোষ।

উত্তৰঃ (iii) কণী কোষ।

১৮। কোষৰ মূল উপাদান হ’ল-

(i) কোষাৱৰণ।

(ii) কোষপ্রৰস।

(iii) নিউক্লিয়াছ।

(iv) প্লাজমা।

উত্তৰঃ (i) কোষাৱৰণ।

১৯। কোষপ্রৰস আৰু কোষকেন্দ্রক যি কোষাবৰণে আৱৰি ধৰি ৰাখে, তাক কি বুলি কোৱা হয়?

(i) প্লাজমা।

(ii) নিউক্লিয়াছ।

(iii) সাইটোপ্লাজম।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) প্লাজমা।

২০। জীৱৰ বংশানুক্রমৰ আধাৰ কোনটো?

(i) জিন।

(ii) প্ৰ’টিন।

(iii) কোষ।

(iv) ৰাইব’জ’ম।

উত্তৰঃ (i) জিন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top