SEBA Class 8 Science MCQ Chapter 18 বায়ু আৰু পানীৰ প্ৰদূষণ

SEBA Class 8 Science MCQ Chapter 18 বায়ু আৰু পানীৰ প্ৰদূষণ Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 18 বায়ু আৰু পানীৰ প্ৰদূষণ Notes and select need one.

SEBA Class 8 Science MCQ Chapter 18 বায়ু আৰু পানীৰ প্ৰদূষণ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

বায়ু আৰু পানীৰ প্ৰদূষণ

Chapter – 18

MCQ

১। বায়ুত কিমান মাত্রাত কাৰ্বন-ডাই-অক্সাইড থাকে?

(i) বেছি মাত্রাত।

(ii) অতি কম মাত্রাত।

(iii) মধ্যম মাত্রাত।

(iv) কোনো মাত্রাত নাথাকে।

উত্তৰঃ (ii) অতি কম মাত্রাত।

২। বায়ুত কার্বন-ডাই-অক্সাইডৰ উপৰিও কোন কোন গেছ থাকে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) নাইট্ৰজেন, অক্সিজেন, হাইড্ৰজেন।

(ii) আর্গন, মিথেন, অক্সিজেন।

(iii) আর্গন, মিথেন, অ’যন, জলীয় বাষ্প।

(iv) নাইট্ৰজেন, হাইড্ৰজেন, অ’যন।

উত্তৰঃ (iii) আর্গন, মিথেন, অ’যন, জলীয় বাষ্প।

৩। বায়ুত জলীয় বাষ্প কিমান পৰিমাণে থাকে?

(i) অধিক।

(ii) কম।

(iii) অতি কম।

(iv) মাধ্যম।

উত্তৰঃ (iii) অতি কম।

৪। আহাৰ অবিহনে আমি কিছুদিনৰ বাবে জীয়াই থাকিব পাৰোঁ, কিন্তু বায়ু অবিহনে আমি কিমান সময় জীয়াই থাকিব নোৱাৰোঁ?

(i) কেই ঘণ্টা।

(ii) কেই দিন।

(iii) কেইমিনিট।

(iv) কেই সপ্তাহ।

উত্তৰঃ (iii) কেইমিনিট।

৫। বায়ুত প্ৰধানকৈ কিমান পৰিমাণ নাইট্ৰ’জেন থাকে?

(i) ২১%

(ii) ৭৮%

(iii) ৩৫%

(iv) ৫০%

উত্তৰঃ (ii) ৭৮%

৬। বায়ুত কিমান পৰিমাণ অক্সিজেন থাকে?

(i) ৭৮%

(ii) ২১%

(iii) ১%

(iv) ১০%

উত্তৰঃ (ii) ২১%

৭। বায়ুমণ্ডলত ধোঁৱাজাতীয় বস্তুবিলাক ক’ৰ পৰা আহে?

(i) গছপুলি।

(ii) যানবাহন, কল-কাৰখানা আৰু জ্বলন্ত বস্তু।

(iii) নদী আৰু সাগৰ।

(iv) মাটি আৰু বালি।

উত্তৰঃ (ii) যানবাহন, কল-কাৰখানা আৰু জ্বলন্ত বস্তু।

৮। বায়ুমণ্ডলত ধোঁৱাজাতীয় বস্তুবিলাকৰ দ্বাৰা কি হয়?

(i) তাপমান বৃদ্ধি।

(ii) বায়ুৰ স্ফূৰ্তি বৃদ্ধি।

(iii) বায়ু প্ৰদূষণ।

(iv) জলবায়ু পৰিৱর্তন।

উত্তৰঃ (iii) বায়ু প্ৰদূষণ।

৯। বহুতো শ্বাসজনিত সমস্যাৰ কাৰণ কি?

(i) উচ্চ তাপমান।

(ii) বায়ু প্ৰদূষণ।

(iii) পানী প্ৰদূষণ।

(iv) শব্দ প্ৰদূষণ।

উত্তৰঃ (ii) বায়ু প্ৰদূষণ।

১০। যান-বাহনৰ ইন্ধনৰ অর্ধদহনে কি উৎপন্ন কৰে?

(i) অক্সিজেন।

(ii) নাইট্ৰ’জেন।

(iii) কার্বন-মন’ক্সাইড।

(iv) হাইড্ৰজেন।

উত্তৰঃ (iii) কার্বন-মন’ক্সাইড।

১১। বায়ু কেনেকৈ দূষিত হয়?

(i) বায়ু শুদ্ধ কৰাৰ দ্বাৰা।

(ii) খাদ্য প্ৰস্তুত কৰাৰ দ্বাৰা।

(iii) বায়ু প্ৰদূষকৰ দ্বাৰা।

(iv) পানী প্ৰস্তুত কৰাৰ দ্বাৰা।

উত্তৰঃ (iii) বায়ু প্ৰদূষকৰ দ্বাৰা।

১২। কোনবোৰ প্ৰাকৃতিক উৎসৰ পৰা বায়ু প্ৰদূষকবোৰ উৎপন্ন হয়?

(i) আগ্নেয়গিৰিৰ উদগীৰণ আৰু বনজুইৰ পৰা ওলোৱা ধোঁৱা।

(ii) নদী আৰু সাগৰৰ পৰা।

(iii) গছৰ পৰা ওলোৱা ফুলৰ ৰেণু।

(iv) বালিচৰৰ পৰা ওলোৱা বালি।

উত্তৰঃ (i) আগ্নেয়গিৰিৰ উদগীৰণ আৰু বনজুইৰ পৰা ওলোৱা ধোঁৱা।

১৩। মানুহৰ কিছুমান কাম-কাজে বায়ুমণ্ডলত প্ৰদূষকৰ পৰিমাণ কেনেকৈ বৃদ্ধি কৰে?

(i) খাদ্য প্ৰস্তুত কৰি।

(ii) কল-কাৰখানা, শক্তি প্রকল্প, যানবাহনৰ ধোঁৱা আৰু ইন্ধন হিচাপে পোৰা খৰি আৰু গোবৰৰ পিঠাৰ দ্বাৰা।

(iii) পাণীখোৱা আৰু কিতাপ পঢ়া।

(iv) খেলাধূলা কৰি।

উত্তৰঃ (ii) কল-কাৰখানা, শক্তি প্রকল্প, যানবাহনৰ ধোঁৱা আৰু ইন্ধন হিচাপে পোৰা খৰি আৰু গোবৰৰ পিঠাৰ দ্বাৰা।

১৪। কি গেছে বায়ুমণ্ডলৰ অ’যন স্তৰ ধ্বংস কৰে?

(i) ক্ল’ৰ’ফ্লৰ’ কাৰ্বন।

(ii) ছালফাৰ-ডাই-অক্সাইড।

(iii) হাইড্ৰজেন।

(iv) এটাও নহয়।

উত্তৰঃ (i) ক্ল’ৰ’ফ্লৰ’ কাৰ্বন।

১৫। গংগা নদীক ৰক্ষা কৰাৰ বাবে কিমান চনত এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছিল?

(i) ১৯৮৫ চনত।

(ii) ১৮৮৫ চনত।

(iii) এটাও নহয়।

(iv) ১৯৪২ চনত।

উত্তৰঃ (i) ১৯৮৫ চনত।

১৬। ধুৱলী কুঁৱলী কিহৰ পৰা সৃষ্টি হয়?

(i) ধোঁৱাৰ পৰা।

(ii) ক্ল’ৰ’ফ্লুৰ’ কাৰ্বনৰ পৰা।

(iii) খোৱাৰ পৰা।

(iv) এটাও নহয়।

উত্তৰঃ (i) ধোঁৱাৰ পৰা।

১৭। ক্ল’ৰ’ফ্লুৰ’ কাৰ্বনৰ সংকেতটো কি?

(i) এটাও নহয়।

(ii) H2z.

(iii) H20.

(iv) H2o.

উত্তৰঃ (i) এটাও নহয়।

১৮। তলৰ কোনটো বায়ু প্ৰদূষণৰ স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ বিস্তাৰিত কৰিব পাৰে?

(i) বিশুদ্ধ বায়ু।

(ii) নিৰ্মল বায়ু।

(iii)  দূষিত বায়ু।

(iv)  শুদ্ধ বায়ু।

উত্তৰঃ বিশুদ্ধ বায়ু।

১৯। বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ কি?

(i) শুদ্ধ পানীৰ যোগান।

(ii) কল-কাৰখানাৰ ধোঁৱা।

(iii) পৰিবহন ব্যৱস্থা উন্নয়ন।

(iv) বৃক্ষৰোপণ।

উত্তৰঃ (ii) কল-কাৰখানাৰ ধোঁৱা।

২০। তলৰ কোনটো পদাৰ্থ বায়ু প্ৰদূষক হিচাপে জনা যায়?

(i) কাৰ্বন-ডাই-অক্সাইড।

(ii) নাইট্ৰ’জেন।

(iii) হাইড্ৰ’জেন।

(iv) অক্সিজেন।

উত্তৰঃ (i) কাৰ্বন-ডাই-অক্সাইড।

২১। পানী প্ৰদূষণৰ প্ৰধান উৎস কি?

(i) কৃষি শস্য।

(ii) উন্নত পৰিবহন।

(iii) বনজ সম্পদ।

(iv) গৃহস্থলিৰ আৱৰ্জনা।

উত্তৰঃ (iv) গৃহস্থলিৰ আৱৰ্জনা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top