⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 7 Science MCQ Chapter 18 বৰ্জিত পানীৰ কথা

SEBA Class 7 Science MCQ Chapter 18 বৰ্জিত পানীৰ কথা Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 18 বৰ্জিত পানীৰ কথা Notes and select need one.

SEBA Class 7 Science MCQ Chapter 18 বৰ্জিত পানীৰ কথা

Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.

বৰ্জিত পানীৰ কথা

Chapter – 18

MCQ

১। বৰ্জিত পানী পৰিশেধন কেন্দ্ৰত কেইটা পর্যায়ত পানী শোধিত কৰা হয়?

(i) তিনিটা।

(ii) চাৰিটা।

(iii) পাঁচটা।

(iv) ছটা।

উত্তৰঃ (i) তিনিটা।

২। বিশ্ব জল-দিৱস কেতিয়া উদযাপন কৰা হয়?

(i) 22 মার্চ।

(ii) 10 মে।

(iii) 15 জুন।

(iv) 10 অক্টোবৰে।

উত্তৰঃ (i) 22 মার্চ।

৩। “পানীয়েই প্রাণ” (Water for Life) ধাৰণাক কেতিয়া মূলমন্ত্র হিচাপে ঘোষণা কৰা হৈছে?

(i) 2000-2010

(ii) 2010-2020

(iii) 2005-2015

(iv) 2015-2025

উত্তৰঃ (iii) 2005-2015

৪। বাঁহৰ পৰা কি উৎপাদন হয়?

(i) খাদ্য।

(ii) কাগজ।

(iii) কাপোৰ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) কাগজ।

৫। পুতিজলত সৰ্বাধিক কোনটো পদাৰ্থ থাকে?

(i) পানী।

(ii) মাটি।

(iii) ধূলি।

(iv) ধাতু।

উত্তৰঃ (i) পানী।

৬। পুতিজলত থকা অশুদ্ধিবোৰক কি বোলা হয়?

(i) ধূলি।

(ii) গেছ।

(iii) কেমিকেল।

(iv) দূষিতকাৰক।

উত্তৰঃ (iv) দূষিতকাৰক।

৭। ডাঙৰ কাঁচৰ বটলটো কিমান পৰিমাণত পানীৰে পূৰণ কৰা হৈছে?

(i) 1/2 অংশ।

(ii) 3/4 অংশ।

(iii) 1/3 অংশ।

(iv) 1/4 অংশ।

উত্তৰঃ (ii) 3/4 অংশ।

৮। পানীত ৰং যোগ কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?

(i) ঘাঁহ।

(ii) চাবোন।

(iii) চকলেট।

(iv) চিয়াহী বা আন ৰঙৰ পানী।

উত্তৰঃ (iv) চিয়াহী বা আন ৰঙৰ পানী।

৯। ঘৰুৱা কাম-কাজৰপৰা উৎপাদিত বৰ্জিত পানীক কি বোলে?

(i) পুতি জল।

(ii) অধঃক্ষেপ।

(iii) পুতি বা গেদ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) পুতি জল।

১০। কলেৰা ৰোগৰ বীজানু ক’ত থাকে?

(i) শুদ্ধ খাদ্যত।

(ii) বিশুদ্ধ পানীত।

(iii) দূষিত পানীত।

(iv) পৰিষ্কাৰ বতাহত।

উত্তৰঃ (iii) দূষিত পানীত।

১১। শংকু আকাৰ কিয় প্ৰস্তুত কৰা হৈছে?

(i) খেলিবলৈ।

(ii) পৰীক্ষা কৰিবলৈ।

(iii) সাজসজ্জাৰ বাবে।

(iv) পৰিষ্কাৰ কৰিবলৈ।

উত্তৰঃ (ii) পৰীক্ষা কৰিবলৈ।

১২। শংকু আকাৰ প্ৰস্তুত কৰিবলৈ কি ব্যৱহাৰ কৰা হৈছে?

(i) কাগজ।

(ii) প্লাষ্টিক।

(iii) ৰাবাৰ।

(iv) ফিল্টাৰ পেপাৰ।

উত্তৰঃ (iv) ফিল্টাৰ পেপাৰ।

১৩। কুৱা, দমকল আদিৰ পৰা কি পোৱা যায়?

(i) বায়ু।

(ii) পানী।

(iii) উদ্ভিদ।

(iv) মাটি।

উত্তৰঃ (ii) পানী।

১৪। প্ৰাণী আৰু মানুহৰ পৰা উৎপন্ন মচলৰ মিশ্ৰণটো কি বুলি জনা যায়?

(i) পানীৰ দূষণ।

(ii) মাটিৰ ক্ষয়।

(iii) জলবায়ু পৰিৱৰ্তন।

(iv) প্ৰাকৃতিক আৱাস।

উত্তৰঃ (i) পানীৰ দূষণ।

১৫। পানীৰ শোধনৰ প্ৰক্ৰিয়া কিহৰ দ্বাৰা সম্পন্ন হয়?

(i) মাটিৰ শোধন।

(ii) কেৱল ভৌতিক পদ্ধতি।

(iii) ৰাসায়ণিক আৰু যান্ত্ৰিক পদ্ধতি।

(iv) ৰাসায়ণিক আৰু ভৌতিক পদ্ধতি।

উত্তৰঃ (iv) ৰাসায়ণিক আৰু ভৌতিক পদ্ধতি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top