SEBA Class 7 Science MCQ Chapter 1 উদ্ভিদৰ পৰিপুষ্টি

SEBA Class 7 Science MCQ Chapter 1 উদ্ভিদৰ পৰিপুষ্টি Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 1 উদ্ভিদৰ পৰিপুষ্টি Notes and select need one.

SEBA Class 7 Science MCQ Chapter 1 উদ্ভিদৰ পৰিপুষ্টি

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.

উদ্ভিদৰ পৰিপুষ্টি

Chapter – 1

MCQ

১। উদ্ভিদৰ বাবে প্রয়োজনীয় কেঁচা সামগ্ৰীসমূহ ক’ত পোৱা যায়?

(i) উদ্ভিদৰ চৌপাশত।

(ii) উদ্ভিদৰ ভিতৰতে।

(iii) মাটিৰ গভীৰতাত।

(iv) কেৱল বায়ুমণ্ডলত।

উত্তৰঃ (i) উদ্ভিদৰ চৌপাশত।

২। সেউজীয়া ৰঙৰ বাহিৰেও অন্য কোন ৰঙৰ পাততো পত্রহৰিৎ থাকে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) ক’লা।

(ii) নীলা।

(iii) ৰঙা।

(iv) বগা।

উত্তৰঃ (iii) ৰঙা।

৩। বেছি পৰিমাণে কোন বস্তুক পদার্থই সেউজীয়া ৰঙটোক আৱৰি থাকে?

(i) পানী।

(ii) অক্সিজেন।

(iii) নাইট্ৰোজেন।

(iv) ৰঙা, বাদামী আৰু অন্য বস্তুক পদার্থ।

উত্তৰঃ (iv) ৰঙা, বাদামী আৰু অন্য বস্তুক পদার্থ।

৪। প্ৰ’টিনবোৰ কি জাতীয় পদাৰ্থ?

(i) কাৰ্বন জাতীয় পদাৰ্থ।

(ii) নাইট্র’জেন জাতীয় পদাৰ্থ।

(iii) অক্সিজেন জাতীয় পদাৰ্থ।

(iv) হাইড্ৰ’জেন জাতীয় পদাৰ্থ।

উত্তৰঃ (ii) নাইট্র’জেন জাতীয় পদাৰ্থ।

৫। পোক-পতংগ খোৱা উদ্ভিদক কি বোলা হয়?

(i) পতংগভোজী উদ্ভিদ।

(ii) পেৰাছাইট উদ্ভিদ।

(iii) হেৰ্বিভ’ৰাছ উদ্ভিদ।

(iv) কাৰ্ণিভ’ৰাছ উদ্ভিদ।

উত্তৰঃ (i) পতংগভোজী উদ্ভিদ।

৬। সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্রহণ কৰে?

(i) বৃতি।

(ii) পত্ৰৰন্ধ্ৰ। 

(iii) মূলৰোম।

(iv) পাতৰ সিৰা।

উত্তৰঃ (ii) পত্ৰৰন্ধ্ৰ।

৭। উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড তলৰ কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে? 

(i) ফুল।

(ii) কাণ্ড।

(iii) শিপা।

(iv) পাত।

উত্তৰঃ (iv) পাত।

৮। অমৰলতা এবিধ কি?

(i) মৃতজীৱী।

(ii) পৰজীৱী।

(iiii) স্বপোষী।

(iv) পোষকৰ উদাহৰণ।

উত্তৰঃ (ii) পৰজীৱী।

৯। এবিধ উদ্ভিদ যি পোক-পতংগক খাদ্য হিচাপে গ্রহণ কৰে-

(i) অমৰলতা।

(ii) জৱাফুল। 

(iii) গোলাপ।

(iv) কলচী উদ্ভিদ।

উত্তৰঃ (iv) কলচী উদ্ভিদ।

১০। সহজীৱী সম্বন্ধৰ ভেঁকুৰে ক’ত বাস কৰে?

(i) উদ্ভিদৰ শিপাত।

(ii) উদ্ভিদৰ কাণ্ড।

(iii) উদ্ভিদৰ পাতত।

(iv) উদ্ভিদৰ ডালত।

উত্তৰঃ (i) উদ্ভিদৰ শিপাত।

১১। সহজীৱী সম্বন্ধত গছজোপাই কিহৰ পৰা সহায় পায়?

(i) মাটিৰ পৰা।

(ii) ভেঁকুৰৰ পৰা।

(iii) উদ্ভিদৰ পৰা।

(iv) বাতৰিৰ পৰা।

উত্তৰঃ (ii) ভেঁকুৰৰ পৰা।

১২। ক’লা বাকচত 72 ঘণ্টাৰ বাবে ৰাখা উদ্ভিদৰ পাতত আয়’ডিনৰ পৰীক্ষাত কি দেখা যায়?

(i) নীলা ৰঙৰ পৰিৱৰ্তন।

(ii) ক’লা ৰঙৰ পৰিৱৰ্তন।

(iii) সেউজীয়া ৰঙৰ পৰিৱৰ্তন।

(iv) আয়’ডিনৰ পৰিৱৰ্তন নাহে।

উত্তৰঃ (iv) আয়’ডিনৰ পৰিৱৰ্তন নাহে।

১৩। সূৰ্যৰ পোহৰত ৰাখা উদ্ভিদৰ পাতত আয়’ডিনৰ পৰীক্ষাত কি দেখা যায়?

(i) ৰঙা পৰিৱৰ্তন।

(ii) নীলা পৰিৱৰ্তন।

(iii) ক’লা ৰঙৰ পৰিৱৰ্তন।

(iv) সেউজীয়া ৰঙৰ পৰিৱৰ্তন।

উত্তৰঃ (iii) ক’লা ৰঙৰ পৰিৱৰ্তন।

১৪। যিজোপা উদ্ভিদ বগাই যায় সেই জোপা উদ্ভিদক কি বুলি কোৱা হয়?

(i) পোষক উদ্ভিদ।

(ii) পৰজীৱী উদ্ভিদ।

(iii) মৃতজীৱী উদ্ভিদ।

(iv) তৃণ জাতীয় উদ্ভিদ।

উত্তৰঃ (i) পোষক উদ্ভিদ।

১৫। ভেঁকুৰৰ ৰেণুবোৰ বায়ুত কি হৈ থাকে?

(i) বৃদ্ধি হয়।

(ii) ওপঙি থাকে।

(iii) স্থিৰ থাকে। 

(iv) ভাঁহি থাকে।

উত্তৰঃ (ii) ওপঙি থাকে।

১৬। শস্য চপোৱাৰ পিছত মাটিত কিহৰ অভাৱ হয়?

(i) কাৰ্বন-ডাই-অক্সাইড।

(ii) অক্সিজেন।

(iii) হাইড্ৰ’জেন।

(iv) নাইট্ৰ’জেন।

উত্তৰঃ (iv) নাইট্ৰ’জেন।

১৭। সালোকসংশ্লেষণ প্রক্রিয়াত কি উৎপন্ন হয়?

(i) নাইট্ৰ’জেন।

(ii) অক্সিজেন।

(iii) হাইড্ৰ’জেন।

(iv) কাৰ্বন-ডাই-অক্সাইড।

উত্তৰঃ (ii) অক্সিজেন।

১৮। পুখুৰী বা অন্য আৱদ্ধ পানীত সেউজীয়া আৱৰণ কেনেকৈ হয়?

(i) শেলাইৰ বৃদ্ধি। 

(ii) মাছৰ বৃদ্ধি।

(iii) মাটিৰ কণাৰ বৃদ্ধি।

(iv) ব্যাকটেৰিয়াৰ বৃদ্ধি।

উত্তৰঃ (i) শেলাইৰ বৃদ্ধি।

১৯। শেলাই কি প্ৰক্ৰিয়াৰ মাধ্যমেৰে নিজৰ খাদ্য প্ৰস্তুত কৰে?

(i)  শ্বাস-প্ৰশ্বাস।

(ii) কেঁচা খাদ্য খোৱা।

(iii) সালোকসংশ্লেষণ।

(iv) আকৰ্ষণ প্ৰক্ৰিয়া।

উত্তৰঃ (iii) সালোকসংশ্লেষণ।

২০। বায়ুত কোন গেছীয় পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে?

(i) নাইট্ৰ’জেন।

(ii) হাইড্ৰ’জেন।

(iii) অক্সিজেন।

(iv) কাৰ্বন-ডাই-অক্সাইড।

উত্তৰঃ (i) নাইট্ৰ’জেন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top