SEBA Class 6 Science MCQ Chapter 16 আৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন

SEBA Class 6 Science MCQ Chapter 16 আৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 16 আৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন Notes and select need one.

SEBA Class 6 Science MCQ Chapter 16 আৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

আৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন

Chapter – 16

MCQ

১। আৱৰ্জনা সঠিকভাৱে আঁতৰোৱা নহ’লে কি হ’ব?

(i) পৰিৱেশ প্ৰদূষণ হ’ব।

(ii) মাটিৰ উৰ্বৰতা বৃদ্ধি হ’ব।

(iii) চৰাই আৰু পশু-পক্ষীৰ সংখ্যা বৃদ্ধি পাব।

(iv) পৰিৱেশৰ ক্ষতি হ’ব।

উত্তৰঃ (i) পৰিৱেশ প্ৰদূষণ হ’ব।

২। আৱৰ্জনাবোৰ চাফা কৰাৰ পিছত ক’ত পেলোৱা হয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) জলাশয়ত।

(ii) আৱৰ্জনা পুনৰব্যৱহাৰ কেন্দ্ৰত।

(iii) নদীত।

(iv) পথাৰত।

উত্তৰঃ (ii) আৱৰ্জনা পুনৰব্যৱহাৰ কেন্দ্ৰত।

৩। আৱৰ্জনাৰ দ’ম ক’ত পোতা হৈছে-

(i) গাঁতত।

(ii) বাল্টি।

(iii) ডাচবিন।

(iv) জলাশয়।

উত্তৰঃ (i) গাঁতত।

৪। পুনৰ ব্যৱহাৰ কৰিব পৰা আৱৰ্জনাৰ উপাদান কি?

(i) প্লাষ্টিক।

(ii) ফল-মূলৰ বাকলি।

(iii) ধাতু।

(iv) মাটি।

উত্তৰঃ (i) প্লাষ্টিক।

৫। আৱৰ্জনাবোৰ সঠিকভাৱে আঁতৰাই পেলোৱাৰ বাবে আমি কি কৰিব পাৰো?

(i) আৱৰ্জনাক জলাশয়ত পেলোৱা।

(ii) আৱৰ্জনা পুনৰ ব্যৱহাৰ কেন্দ্ৰলৈ পঠোৱা।

(iii) আৱৰ্জনা পুৰি পেলোৱা।

(iv) আৱৰ্জনাবোৰ গাঁতত পুতি থোৱা।

উত্তৰঃ (ii) আৱৰ্জনা পুনৰ ব্যৱহাৰ কেন্দ্ৰলৈ পঠোৱা।

৬। পচন কাক বোলে?

(i) যেতিয়া বস্তুবোৰ সেউজীয়া হয়।

(ii) যেতিয়া বস্তুবোৰ মাটিত পচি সাৰ হয়।

(iii) যেতিয়া বস্তুবোৰৰ গোন্ধ হয়।

(iv) যেতিয়া বস্তুবোৰ পাত্ৰত সাঁচি ৰখা হয়।

উত্তৰঃ (ii) যেতিয়া বস্তুবোৰ মাটিত পচি সাৰ হয়।

৭। সেউজীয়া পাত্ৰত কোন ধৰণৰ জাৱৰ পেলোৱা বস্তু সংগ্ৰহ কৰা হয়?

(i) প্লাষ্টিক, ধাতু আৰু কাচ।

(ii) উদ্ভিদ আৰু প্রাণীৰ বৰ্জিত দ্রৱ্য।

(ii) পচন নোহোৱা বস্তু।

(iv) কাগজ আৰু কাচ।

উত্তৰঃ (ii) উদ্ভিদ আৰু প্রাণীৰ বৰ্জিত দ্রৱ্য।

৮। পৌৰ নিগমে সাধাৰণতে কিমানটা পৃথক জাবৰ পেলোৱা পাত্ৰ যোগান ধৰে?

(i) এটা।

(ii) দুটা।

(iii) তিনিটা।

(iv) চাৰিটা।

উত্তৰঃ (ii) দুটা।

৯। জাৱৰৰ দ’মত নিম্নলিখিত কোনটো বস্তু মাটিত সম্পূর্ণভাৱে পচি নাযায়?

(i) উদ্ভিদৰ বৰ্জিত অংশ।

(ii) প্লাষ্টিক।

(iii) পাকঘৰৰ আৱৰ্জনা।

(iv) পুৰণি মাটিৰ পাত্ৰ।

উত্তৰঃ (ii) প্লাষ্টিক।

১০। তলৰ কোনটো বস্তু ‘ভাগ-১’ৰ অন্তৰ্গত?

(i) ফল আৰু শাক-পাচলিৰ বাকলি।

(ii) কৃত্রিম আঁহেৰে তৈয়াৰী কাপোৰৰ টুকুৰা।

(iii) পলিথিনৰ বেগ।

(iv) ভঙা কাচ।

উত্তৰঃ (i) ফল আৰু শাক-পাচলিৰ বাকলি।

১১। ভাগ-২’ৰ অন্তৰ্গত বস্তুবোৰক কিমানটা দ’মত ভাগ কৰা হৈছে?

(i) এটা।

(ii) দুটা।

(iii) তিনি।

(iv) চাৰিটা।

উত্তৰঃ (ii) দুটা।

১২। কোনটো বস্তু কৃত্রিম আঁহেৰে তৈয়াৰী?

(i) ভঙা পুতলা।

(ii) ভঙা কাচ।

(iii) এলুমিনিয়ামৰ কাগজ।

(iv) কাপোৰৰ টুকুৰা।

উত্তৰঃ (iv) কাপোৰৰ টুকুৰা।

১৩। উদ্ভিদ আৰু প্ৰাণীৰ লগতে পাকঘৰৰ পৰা পোৱা বৰ্জিত দ্ৰব্যবোৰ প্ৰাকৃতিক সাৰলৈ ৰূপান্তৰিত কৰাক কি বুলি কোৱা হয়?

(i) কেচুসাৰ প্ৰস্তুতকৰণ।

(ii) পচন সাৰ প্ৰস্তুতকৰণ।

(iii) আৱৰ্জনা।

(iv) জৈৱিক সাৰ।

উত্তৰঃ (ii) পচন সাৰ প্ৰস্তুতকৰণ।

১৪। ‘পুনৰাৱৰ্তন’ শব্দৰ ইংৰাজী ৰূপ কি?

(i) Recycling.

(ii) Repaid.

(iii) Return.

(iv) Reuse.

উত্তৰঃ (i) Recycling.

১৫। ৰাস্তাৰ দাঁতিত শুকান পাতৰ জাবৰ সাধাৰণতে কি কৰা হয়?  

(i) মাটিত পুঁতি দিয়া হয়।

(ii) জ্বলাই দিয়া হয়।

(iii) পানীত পেলাই দিয়া হয়।

(iv) চাফাই কৰি জমা কৰা হয়।

উত্তৰঃ (ii) জ্বলাই দিয়া হয়।

১৬। খেতি চপোৱাৰ পাছত খেতিয়কসকলে কোনবোৰ জ্বলাই দিয়ে?  

(i) বীজ আৰু জল।

(ii) তুতুঁহ, শুকান পাত আৰু শস্যৰ অলাগতিয়াল অংশ।

(iii) খেৰ।

(iv) শুকান ঘাঁহ।

উত্তৰঃ (ii) তুতুঁহ, শুকান পাত আৰু শস্যৰ অলাগতিয়াল অংশ।

১৭। শুকান পাত আৰু খেতিৰ জাবৰ জ্বলোৱাৰ ফলত কি ওলায়?  

(i) পৰিষ্কাৰ বতাহ।

(ii) ধোঁৱা।

(iii) গেছ।

(iv) উষ্ণতা।

উত্তৰঃ (ii) ধোঁৱা।

১৮। শুকান পাত আৰু খেতিৰ জাবৰ জ্বলোৱাৰ ফলত কি অপকাৰ হয়?  

(i) পৰিৱেশৰ পৰিষ্কাৰতা বৃদ্ধি পায়।

(ii) স্বাস্থ্যৰ ওপৰত অপকাৰ হয়।

(iii) মাটি উৰ্বৰা হয়।

(iv) ধোঁৱা পৰিষ্কাৰ হয়।

উত্তৰঃ (ii) স্বাস্থ্যৰ ওপৰত অপকাৰ হয়।

১৯। আমাৰ স্বাস্থ্যৰ বাবে কোনটো অভ্যাস অপকাৰী?  

(i) পৰিৱেশ পৰিষ্কাৰ কৰি ৰখা।

(ii) খাদ্যৰ পৰিমাণ কম খোৱা।

(iii) শুকান পাত আৰু খেতিৰ জাবৰ জ্বলাই দিয়া।

(iv) পৰিষ্কাৰ জল পান কৰা।

উত্তৰঃ (iii) শুকান পাত আৰু খেতিৰ জাবৰ জ্বলাই দিয়া।

২০। ‘পচন সাৰ’ শব্দৰ ইংৰাজী ৰূপ কি?

(i) Compost.

(ii) Garbage.

(iii) Waste.

(iv) Fertilizer.

উত্তৰঃ (i) Compost.

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top