SEBA Class 6 Science MCQ Chapter 15 আমাৰ চাৰিওফালে থকা বায়ু

SEBA Class 6 Science MCQ Chapter 15 আমাৰ চাৰিওফালে থকা বায়ু Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 15 আমাৰ চাৰিওফালে থকা বায়ু Notes and select need one.

SEBA Class 6 Science MCQ Chapter 15 আমাৰ চাৰিওফালে থকা বায়ু

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

আমাৰ চাৰিওফালে থকা বায়ু

Chapter – 15

MCQ

১। বায়ু কি?

(i) গেছৰ মিশ্ৰণ।

(ii) আধাতু।

(iii) কঠিন পদাৰ্থ।

(iv) ধাতু।

উত্তৰঃ (i) গেছৰ মিশ্ৰণ।

২। কোনটো গেছ প্ৰাণী আৰু উদ্ভিদে উশাহত গ্ৰহণ কৰে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) নাইট্ৰ’জেন।

(ii) কাৰ্বন ডাই-অক্সাইড।

(iii) অক্সিজেন। 

(iv) হাইড্ৰ’জেন।

উত্তৰঃ (iii) অক্সিজেন।

৩। বায়ুৰ চাপ পৰিমাপ কৰিবলৈ ব্যৱহৃত যন্ত্ৰৰ নাম কি?

(i) হাইগ্ৰোমিটাৰ।

(ii) থাৰ্মোমিটাৰ।

(iii) বেৰ’মিটাৰ।

(iv) এনিমোমিটাৰ।

উত্তৰঃ (iii) বেৰ’মিটাৰ।

৪। বায়ু প্ৰদূষণৰ প্ৰধান কাৰণ কি?

(i) বৃক্ষৰোপণ।

(ii) যান-বাহনৰ ধোঁৱা। 

(iii) বৰষুণ।

(iv) ধুমুহা।

উত্তৰঃ (ii) যান-বাহনৰ ধোঁৱা।

৫। বায়ুৰ কোন উপাদানটো জীৱজগতৰ শ্বাস-প্ৰশ্বাসৰ বাবে অত্যাৱশ্যক?

(i) কাৰ্বন ডাই-অক্সাইড।

(ii) নাইট্ৰ’জেন।

(iii) অক্সিজেন। 

(iv) হাইড্ৰজেন।

উত্তৰঃ (iii) অক্সিজেন।

৬। প্ৰাণী আৰু উদ্ভিদে উশাহত কি গেছ উৎপন্ন কৰে?

(i) অক্সিজেন।

(ii) নাইট্ৰ’জেন।

(iii) কাৰ্বন ডাই-অক্সাইড।

(iv) হাইড্ৰজেন।

উত্তৰঃ (iii) কাৰ্বন ডাই-অক্সাইড।

৭। বন্ধ কোঠাত কিয় উশাহ-নিশাহ লোৱাত অসুবিধা হয়?

(i) অক্সিজেনৰ অভাৱ।

(ii) নাইট্ৰ’জেনৰ অভাৱ।

(iii) অতিৰিক্ত কাৰ্বন ডাই-অক্সাইড জমা হোৱাৰ বাবে। 

(iv) হাইড্ৰ’জেনৰ অভাৱ।

উত্তৰঃ (iii) অতিৰিক্ত কাৰ্বন ডাই-অক্সাইড জমা হোৱাৰ বাবে।

৮। বায়ুৰ মুখ্য উপাদান কি?

(i) অক্সিজেন।

(ii) নাইট্ৰ’জেন।

(iii) কাৰ্বন ডাই-অক্সাইড।

(iv) হাইড্ৰ’জেন।

উত্তৰঃ নাইট্ৰ’জেন।

৯। কিয় কল-কাৰখানাত ওখ চিমনী লগোৱা হয়?

(i) ঠাণ্ডা বতাহ আনে।

(ii) সূৰ্যৰ পোহৰ পাবলৈ।

(iii) অনিষ্টকাৰী ধোঁৱা আৰু গেছ দূৰলৈ নিবলৈ।

(iv) পানী কঢ়িয়াবলৈ।

উত্তৰঃ (iii) অনিষ্টকাৰী ধোঁৱা আৰু গেছ দূৰলৈ নিবলৈ।

১০। ধোঁৱাত কি কি থাকে?

(i) কেৱল পানী।

(ii) কেৱল মাটি।

(iii) কিছুমান গেছ আৰু মিহি ধূলিকণা।

(iv) কেৱল বতাহ।

উত্তৰঃ (iii) কিছুমান গেছ আৰু মিহি ধূলিকণা।

১১। কেতিয়া বায়ুত থকা জলীয় ভাপ ঘনীভূত হয়?

(i) গৰম পৃষ্ঠৰ সংস্পৰ্শত আহিলে।

(ii) ঠাণ্ডা পৃষ্ঠৰ সংস্পৰ্শত আহিলে।

(iii) শুকান পৃষ্ঠৰ সংস্পৰ্শত আহিলে।

(iv) বতাহৰ সংস্পৰ্শত আহিলে।

উত্তৰঃ (ii) ঠাণ্ডা পৃষ্ঠৰ সংস্পৰ্শত আহিলে।

১২। প্ৰকৃতিৰ জলচক্ৰৰ বাবে কিহৰ উপস্থিতি গুৰুত্বপূর্ণ?

(i) ঠাণ্ডা বতাহ।

(ii) প্ৰাকৃতিক গেছ।

(iii) বায়ুত জলীয় বাষ্প।

(iv) শুকান ধূলিকণা।

উত্তৰঃ (iii) বায়ুত জলীয় বাষ্প।

১৩। গতিশীল বায়ুক কি বোলে?

(i) বতাহ। 

(ii) বৃষ্টি।

(iii) ধোঁৱা।

(iv) বৰফ।

উত্তৰঃ (i) বতাহ।

১৪। বায়ু ক’ত থাকে?

(i) কেৱল আকাশত।

(ii) কেৱল পানীত।

(iii) সকলো ঠাইতে। 

(iv) কেৱল মাটিত।

উত্তৰঃ (iii) সকলো ঠাইতে।

১৫। বায়ু কেনে ধৰণৰ পদাৰ্থৰ মিশ্ৰণ?

(i) কেৱল অক্সিজেন।

(ii) অক্সিজেন আৰু হাইড্ৰ’জেন।

(iii) নাইট’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, জলীয় ভাপ, আৰু আন গেছ। 

(iv) কেৱল জলীয় ভাপ।

উত্তৰঃ (iii) নাইট’জেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড, জলীয় ভাপ, আৰু আন গেছ।

১৬। অক্সিজেনে কি কৰাত সহায় কৰে?

(i) বৃষ্টি হওঁতে।

(ii) হিমবাহ গঠনত।

(iii) জুই জ্বলাত।

(iv) চুম্বকীয়তা।

উত্তৰঃ (iii) জুই জ্বলাত।

১৭। ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক কি বোলে?

(i) অক্সিজেন।

(ii) বায়ুমণ্ডল।

(iii) মেঘ।

(iv) বৃষ্টি মণ্ডল।

উত্তৰঃ (ii) বায়ুমণ্ডল।

১৮। বায়ুমণ্ডল কিহৰ বাবে আৱশ্যক?

(i) গছ-গছনিৰ বাবে।

(ii) জীৱৰ বাবে। 

(iii) ক্ৰয়-বিক্ৰয়ৰ বাবে।

(iv) বতৰ চাবলৈ।

উত্তৰঃ (ii) জীৱৰ বাবে।

১৯। জলজ প্ৰাণীয়ে পানীত কি ব্যৱহাৰ কৰে?

(i) নাইট’জেন।

(ii) কাৰ্বন-ডাই-অক্সাইড।

(iii) অক্সিজেন। 

(iv) হাইড্ৰ’জেন।

উত্তৰঃ (iii) অক্সিজেন। 

২০। কিহৰ বিনিময়ৰে প্রাণী আৰু উদ্ভিদ ইটোৰ ওপৰত সিটো নিৰ্ভৰশীল?

(i) নাইট’জেন আৰু হাইড্ৰ’জেন।

(ii) অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড। 

(iii) অক্সিজেন আৰু জলীয় ভাপ।

(iv) কাৰ্বন-ডাই-অক্সাইড আৰু জলীয় ভাপ।

উত্তৰঃ (ii) অক্সিজেন আৰু কার্বন-ডাই-অক্সাইড।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top