SEBA Class 6 Science MCQ Chapter 14 পানী

SEBA Class 6 Science MCQ Chapter 14 পানী Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 14 পানী Notes and select need one.

SEBA Class 6 Science MCQ Chapter 14 পানী

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

পানী

Chapter – 14

MCQ

১। “Rime of the Ancient Mariner” কবিতাটো কোনে লিখিছিল?

(i) ৱিলিয়াম ৱৰ্ডছৱৰ্থ।

(ii) ৰবাৰ্ট ফ্ৰষ্ট।

(iii) এচ. চি. কালৰিজ।

(iv) জন মিলটন।

উত্তৰঃ (iii) এচ. চি. কালৰিজ।

২। মহাসাগৰ আৰু সাগৰৰ পানীত কিয় লৱণৰ অতিৰিক্ত পৰিমাণ থাকে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) মাটিৰ পৰা আহে।

(ii) জৈৱিক প্ৰক্ৰিয়াৰ ফলত।

(iii) বহুতো নিমখ দ্রৱীভূত হৈ থাকে।

(iv) বৃক্ষৰ পৰা নিগৰাই।

উত্তৰঃ (iii) বহুতো নিমখ দ্রৱীভূত হৈ থাকে।

৩। সাগৰৰ পানীৰ পৰা নিমখ পাবলৈ পানীক ক’ত ৰাখি বাষ্পীভৱন হ’বলৈ দিয়া হয়?

(i) গভীৰ নদীত।

(ii) ঠাণ্ডা ঠাইত।

(iii) পাহাৰত।

(iv) অগভীৰ গাতত।

উত্তৰঃ (iv) অগভীৰ গাতত।

৪। তাপ পালে পানী কিহত ৰূপান্তৰিত হয়?

(i) ভাপ।

(ii) তেল।

(iii) বৰফ।

(iv) নিমখ।

উত্তৰঃ (i) ভাপ।

৫। বায়ুত ঘনীভূত হোৱা ক্ষুদ্ৰ পানীৰ টোপালবোৰে কি সৃষ্টি কৰে?

(i) বৃষ্টি।

(ii) হিমবাহ।

(iii) বৰফ।

(iv) ডাৱৰ।

উত্তৰঃ (iv) ডাৱৰ।

৬। পৰ্বতত থকা বৰফ গলি কি হয়?

(i) বালি।

(ii) ধূলি।

(iii) পানী।

(iv) হিমবাহ।

উত্তৰঃ (iii) পানী।

৭। বৰষুণ, শিলাবৃষ্টি বা বৰফৰ দ্বাৰা পৃথিৱী-পৃষ্ঠলৈ উভতি অহা পানী ক’ত যায়?

(i) মহাসাগৰত।

(ii) নৈত।

(iii) মাটিত।

(iv) বায়ুত।

উত্তৰঃ (i) মহাসাগৰত।

৮। ডাৱৰ কেনেকৈ গঠিত হয়?

(i) বায়ু গৰম হৈ যোৱাৰ ফলত।

(ii) জলীয় বাষ্পৰ ঘনীভৱনৰ ফলত।

(iii) তাপৰ যোগান দিয়াৰ ফলত।

(iv) পৃথিৱীৰ পৃষ্ঠৰ তাপ বৃদ্ধি পোৱাৰ ফলত।

উত্তৰঃ (ii) জলীয় বাষ্পৰ ঘনীভৱনৰ ফলত।

৯। যদি এটা অঞ্চলত অধিক দমকল বা হেণ্ডপাম্প থাকে, তেন্তে কি হ’ব পাৰে?

(i) ভূ-জল অধিক সঞ্চিত হয়।

(ii) বৃষ্টি অধিক হয়।

(iii) পানীৰ গুণমান উন্নত হয়।

(iv) ভূ-জলৰ পৃষ্ঠ তললৈ নামি যোৱাৰ সম্ভাৱনা বাঢ়ে।

উত্তৰঃ (iv) ভূ-জলৰ পৃষ্ঠ তললৈ নামি যোৱাৰ সম্ভাৱনা বাঢ়ে।

১০। বৰষুণৰ পানী সংগ্ৰহ কৰা পদ্ধতিটোক কি বোলে?

(i) পানী সঞ্চয়।

(ii) বৰষুণৰ পানী আহৰণ।

(iii) পানী পুনৰব্যৱহাৰ।

(iv) জলচক্র।

উত্তৰঃ (ii) বৰষুণৰ পানী আহৰণ।

১১। বাষ্পীভৱন আৰু প্রস্বেদনৰ দ্বাৰা কি বায়ুত যোগ হয়?

(i) তেল।

(ii) গেছ।

(iii) জলীয় ভাপ।

(iv) ধূলি।

উত্তৰঃ (iii) জলীয় ভাপ।

১২। মহাসাগৰ আৰু মাটিৰ মাজত হোৱা পানীৰ সঞ্চালনক কি বুলি জনা যায়?

(i) জলচক্ৰ।

(ii) জলবায়ু।

(iii) পৰিৱৰ্তন।

(iv) বৈচিত্ৰ।

উত্তৰঃ (i) জলচক্ৰ।

১৩। অত্যধিক বৰষুণৰ ফলত কি হয়?

(i) খৰাং বতৰ।

(ii) বানপানীৰ সৃষ্টি।

(iii) মাটি শুকাই যায়।

(iv) মাটিৰ উন্মুক্ততা।

উত্তৰঃ (ii) বানপানীৰ সৃষ্টি।

১৪। যদি বহুদিন ধৰি বৰষুণ নহয়, তেন্তে কি হয়?

(i) বানপানীৰ সৃষ্টি হয়।

(ii) বায়ুৰ তাপ বৃদ্ধি পায়।

(iii) জলচক্ৰ বৃদ্ধি পায়।

(iv) খৰাং বতৰ সৃষ্টি হয়।

উত্তৰঃ (iv) খৰাং বতৰ সৃষ্টি হয়।

১৫। পৃথিৱীত ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমাণ কেনে?

(i) অধিক।

(ii) সীমিত।

(iii) অব্যাহত।

(iv) সাময়িকভাৱে বৃদ্ধি পোৱা।

উত্তৰঃ (ii) সীমিত।

১৬। ৰেচন ক্রিয়া কিয় প্ৰয়োজনীয়?

(i) শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে।

(ii) তেজত অক্সিজেনৰ যোগান ধৰাৰ বাবে।

(iii) খাদ্য হজমৰ বাবে।

(iv) শৰীৰৰ পৰা অপ্ৰয়োজনীয় পদাৰ্থ আঁতৰাবৰ বাবে।

উত্তৰঃ (iv) শৰীৰৰ পৰা অপ্ৰয়োজনীয় পদাৰ্থ আঁতৰাবৰ বাবে।

১৭। প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা জীৱিত বস্তুৱে কি কৰে?

(i) খাদ্যৰ উৎপাদন কৰে।

(ii) নিজৰ নিচিনা অধিক জীৱৰ জন্ম দিয়ে।

(iii) শৰীৰৰ বৰ্জিত পদাৰ্থ আঁতৰায়।

(iv) শক্তি সঞ্চয় কৰে।

উত্তৰঃ (ii) নিজৰ নিচিনা অধিক জীৱৰ জন্ম দিয়ে।

১৮। প্ৰজনন প্ৰক্ৰিয়া জীৱৰ বাবে কিয় গুৰুত্বপূর্ণ?

(i) জীৱন ধাৰণৰ বাবে শক্তি যোগানৰ বাবে।

(ii) জীৱৰ সঞ্চিত খাদ্যৰ বাবে।

(iii) জীৱৰ বংশধৰ বৃদ্ধি কৰাৰ বাবে।

(iv) জীৱৰ শৰীৰৰ তাপ নিয়ন্ত্ৰণৰ বাবে।

উত্তৰঃ (iii) জীৱৰ বংশধৰ বৃদ্ধি কৰাৰ বাবে।

১৯। পানী ভাপলৈ পৰিৱৰ্তন হ’বলৈ কিহৰ প্ৰয়োজন হয়?

(i) চাপ।

(ii) তাপ।

(iii) শীতলতা।

(iv) গতি।

উত্তৰঃ (ii) তাপ।

২০। জীৱনৰ কাৰণে কিহৰ প্ৰয়োজনীয়তা আছে?

(i) সূৰ্যৰ তাপ।

(ii) বায়ু।

(iii) পানী।

(iv) বায়ুৰ চাপ।

উত্তৰঃ (iii) পানী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top