SEBA Class 6 Science MCQ Chapter 13 চুম্বকৰ লগত ধেমালি

SEBA Class 6 Science MCQ Chapter 13 চুম্বকৰ লগত ধেমালি Question Answer in Assamese Medium, Class 6 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 6 Science MCQ Chapter 13 চুম্বকৰ লগত ধেমালি Notes and select need one.

SEBA Class 6 Science MCQ Chapter 13 চুম্বকৰ লগত ধেমালি

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 6 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 6 Science MCQ Solutions for All Subject, You can practice these here.

চুম্বকৰ লগত ধেমালি

Chapter – 13

MCQ

১। ক্রেনগাড়ী যেতিয়া দ’মটোৰ ফালে আহিল, সেই ক্রেনগাড়ীৰ দীঘল হাতোৰাটোৱে কি কৰি আছিল?

(i) দ’মটো ভাঙি আছিল।

(ii) দ’মটোৰ ওপৰত বাকচ সদৃশ খণ্ডটো নমাই আছিল।

(iii) দ’মটোৰ ওপৰত লোৰ লগাই আছিল।

(iv) দ’মটো তললৈ ঠেলি দিছিল।

উত্তৰঃ (ii) দ’মটোৰ ওপৰত বাকচ সদৃশ খণ্ডটো নমাই আছিল।

২। মেগনেটাইট এবিধ কি? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) ঘূৰণীয়া পদাৰ্থ।

(ii) প্ৰাকৃতিক চুম্বক।

(iii) চুম্বকীয় আকৃতিৰ এটা টুকুৰা।

(iv) দণ্ড চুম্বক।

উত্তৰঃ (ii) প্ৰাকৃতিক চুম্বক।

৩। যিবোৰ বস্তু চুম্বকে আকৰ্ষণ নকৰে তেনে পদাৰ্থক কি বুলি কোৱা হয়?

(i) আকৰ্ষণীয়।

(ii) আকৰ্ষণহীন পদাৰ্থ।

(iii) অচুম্বকীয় পদাৰ্থ।

(iv) ঘোঁৰানলীয়।

উত্তৰঃ (iii) অচুম্বকীয় পদাৰ্থ।

৪। প্ৰতিটো চুম্বকৰ কেইটা মেৰু থাকে?

(i) দুটা।

(ii) চাৰিটা।

(iii) সাতটা।

(iv) তিনিটা।

উত্তৰঃ (i) দুটা।

৫। দণ্ড চুম্বকৰ মেৰু দুটা ক’ত থাকে?

(i) চুম্বকডালৰ তলৰ মূৰত।

(ii) চুম্বকডালৰ ওপৰৰ মূৰত।

(iii) চুম্বকডালৰ দুটা মূৰত।

(iv) চুম্বক আকৰ্ষণীয়।

উত্তৰঃ (iii) চুম্বকডালৰ দুটা মূৰত।

৬। মেগনাচ কোন দেশৰ আছিল?

(i) ভাৰতৰ।

(ii) গ্ৰীচৰ।

(iii) ইটালী।

(iv) জাপান।

উত্তৰঃ (ii) গ্ৰীচৰ।

৭। মেগনাচৰ লাঠিডালৰ মূৰটোত এটুকুৰা কি আছিল?

(i) লো।

(ii) চুম্বক।

(iii) শিলগুটি।

(iv) গজাল।

উত্তৰঃ (i) লো।

৮। ‘চুম্বক’ শব্দৰ ইংৰাজী ৰূপ কি?

(i) Magnet.

(ii) Magnetite.

(iii) Pole.

(iv) Metal.

উত্তৰঃ (i) Magnet.

৯। প্ৰাকৃতিক চুম্বকবোৰৰ বিশেষ নাম কি?

(i) মেগনেটাইট।

(ii) ফেৰাইট।

(iii) অলিভাইন।

(iv) মেগনেচিয়া।

উত্তৰঃ (i) মেগনেটাইট।

১০। মেগনেটাইট শিলৰ ভিতৰত কি থাকে?

(i) লো।

(ii) তাম।

(iii) সোণ।

(iv) ৰূপ।

উত্তৰঃ (i) লো।

১১। প্ৰাকৃতিক চুম্বক কি নামে আৱিষ্কাৰ হৈছিল?

(i) মেগনেচিয়া।

(ii) মেগনেটাইট।

(iii) চীন।

(iv) লো।

উত্তৰঃ (i) মেগনেচিয়া।

১২। কৃত্রিম চুম্বক বুলি কাক কোৱা হয়?

(i) যিবোৰ প্ৰাকৃতিক চুম্বকৰ পৰা তৈয়াৰ হয়।

(ii) যিবোৰ পৰিসৰত লো থকা বস্তুৰ পৰা তৈয়াৰ হয়।

(iii) যিবোৰ প্ৰাকৃতিক চুম্বকৰ একাংশৰ পৰা তৈয়াৰ হয়।

(iv) যিবোৰ লো থকা বস্তুৰ পৰা বিশেষ প্ৰণালীৰে তৈয়াৰ হয়।

উত্তৰঃ (iv) যিবোৰ লো থকা বস্তুৰ পৰা বিশেষ প্ৰণালীৰে তৈয়াৰ হয়।

১৩। কৃত্রিম চুম্বকৰ কি আকৃতি থাকে?

(i) চুঙাকৃতি।

(ii) ঘোঁৰানলীয়া চুম্বক।

(iii) দণ্ড চুম্বক।

(iv) তৰল, সৰু।

উত্তৰঃ (ii) ঘোঁৰানলীয়া চুম্বক।

১৪। দুটা বিপৰীত মেৰুৰে ইটোৱে সিটোক কি কৰে?

(i) বিকৰ্ষণ।

(ii) আকৰ্ষণ।

(iii) বিৰোধিতা কৰে।

(iv) উদ্ধুদ্ধ কৰে।

উত্তৰঃ (iii) আকৰ্ষণ।

১৫। চুম্বকে আকৰ্ষণ কৰা পদাৰ্থক কি বুলি কোৱা হয়?

(i) আকৰ্ষণীয়।

(ii) চুম্বকীয়।

(iii) অচুম্বকীয়।

(iv) বিকৰ্ষণীয়।

উত্তৰঃ (ii) চুম্বকীয়।

১৬। প্ৰত্যেক চুম্বকৰে কি কি মেৰু থাকে? 

(i) পূব আৰু পশ্চিম।

(ii) উত্তৰ আৰু পূব।

(iii) উত্তৰ আৰু দক্ষিণ।

(iv) ঈশান আৰু পূৱ।

উত্তৰঃ (iii) উত্তৰ আৰু দক্ষিণ।

১৭। মেগনাচৰ খোজেৰে” বিদ্যালয়ৰ খেলপথাৰৰ মাজেৰে যোৱাৰ সময়ত কি পোৱা গৈছে?

(i) ধাতুৰ বস্তু।

(ii) কাঠৰ বস্তু।

(iii) প্লাষ্টিকৰ বস্তু।

(iv) খেলপথাৰৰ পৰা চুম্বকীয় বস্তু।

উত্তৰঃ (iv) খেলপথাৰৰ পৰা চুম্বকীয় বস্তু।

১৮। মেগনাচ লাঠিডালে শ্রেণীকোঠাৰ ভিতৰত কি পৰীক্ষা কৰিব পাৰি?

(i) বৈদ্যুতিক শক্তি পৰীক্ষা।

(ii) সৰল ধাতুৰ পৰীক্ষা।

(iii) চুম্বকীয় গুণৰ পৰীক্ষা।

(iv) ৰসায়নিক পৰীক্ষা।

উত্তৰঃ (iii) চুম্বকীয় গুণৰ পৰীক্ষা।

১৯। মেগনেটাইটত কি থাকে?

(i) চিমেণ্ট।

(ii) লো।

(iii) শিল।

(iv) বালি।

উত্তৰঃ (i) লো।

২০। লো আকৰ্ষণ কৰিব পৰা গুণ থকা দ্ৰৱ্যবোৰক কি বুলি কোৱা হয়?

(i) মেগনেট।

(ii) চুম্বক।

(iii) ৰাসায়নিক।

(iv) নিকেল।

উত্তৰঃ (i) মেগনেট।

২১। কোনটো পদাৰ্থ অচুম্বকীয়?

(i) পলিথিন।

(ii) লো।

(iii) কাঠ।

(iv) নিকেল।

উত্তৰঃ (i) পলিথিন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top