SEBA Class 7 Science MCQ Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন

SEBA Class 7 Science MCQ Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন Notes and select need one.

SEBA Class 7 Science MCQ Chapter 7 বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.

বতৰ, জলবায়ু আৰু জলবায়ুৰ লগত প্ৰাণীৰ অভিযোজন

Chapter – 7

MCQ

১। বতৰৰ পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

(i) সমুদ্র।

(ii) বায়ুমণ্ডল।

(iii) সূৰ্য।

(iv) নদ-নদী।

উত্তৰঃ (iii) সূৰ্য।

২। সূৰ্যৰ উচ্চ উষ্ণতা বস্তুটো কি?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) ঠাণ্ডা গেছ।

(ii) গৰম গেছ।

(iii) অক্সিজেন।

(iv) নাইট্ৰজেন।

উত্তৰঃ (ii) গৰম গেছ।

৩। পৃথিৱীৰ কোন অংশবোৰে বতৰ নিৰূপণত ভূমিকা গ্ৰহণ কৰে?

(i) সমুদ্র।

(ii) উপৰিভাগ।

(iii) বায়ুমণ্ডল।

(iv) সমুদ্র, আৰু বায়ুমণ্ডল।

উত্তৰঃ (iv) সমুদ্র, আৰু বায়ুমণ্ডল।

৪। বায়ুত থকা জলায় বাষ্পৰ পৰিমাণৰ জোখক কি বোলে?

(i) অম্ল।

(ii) আৰ্দ্ৰতা।

(iii) ঘনত্ব।

(iv) তাপমাত্ৰা।

উত্তৰঃ (ii) আৰ্দ্ৰতা।

৫। আৰ্দ্ৰতা আৰু উষ্ণতা আন কাৰকবোৰক কি বুলি কোৱা হয়?

(i) পৰিৱৰ্তন।

(ii) সম্পদ।

(iii) বতৰৰ উপাদান।

(iv) বায়ু প্ৰবাহ।

উত্তৰঃ (iii) বতৰৰ উপাদান।

৬। এখন ঠাইৰ দীৰ্ঘ সময়ৰ, ধৰা ২৫ বছৰৰ, গড় বতাহৰ নমুনাকে সেই ঠাইখনক কি বোলা হয়?

(i) স্থলবায়ু।

(ii) জলবায়ু।

(iii) বতাহ।

(iv) বায়ু প্ৰবাহ।

উত্তৰঃ (ii) জলবায়ু।

৭। প্ৰত্যকটো মাহৰ উষ্ণতাৰ মধ্যক কেইটা স্তৰত ভাগ কৰা হয়?

(i) দুইটা।

(ii) পাচঁটা।

(iii) ছয়টা।

(iv) তিনিটা।

উত্তৰঃ (i) দুইটা।

৮। এখন ঠাইৰ জলবায়ু কিহৰ দ্বাৰা নিৰ্ধাৰিত হয়?

(i) বৰষুণৰ পৰিমাণ।

(ii) গড় বতৰ।

(iii) শীতল সময়ৰ দৈর্ঘ্য।

(iv) সেমেকা।

উত্তৰঃ (ii) গড় বতৰ।

৯। উত্তৰ-পূব ভাৰতৰ জলবায়ু কেনেকুৱা?

(i) সেমেকা।

(ii) গৰম।

(iii) গড় বতৰ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) সেমেকা।

১০। বায়ুত বেছি পৰিমাণে থকা গেছ বিধৰ নাম কি?

(i) অক্সিজেন।

(ii) নাইট্ৰ’জেন।

(iii) কাবৰ্ন-ডাই- অক্সাইড।

(iv) হাইড্ৰজেন।

উত্তৰঃ (ii) নাইট্ৰ’জেন।

১১। মেৰু অঞ্চল কেনেকুৱা?

(i) অতিশয় শীতল।

(ii) গৰম।

(iii) বৰফ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) অতিশয় শীতল।

১২। অভিযোজন ক’ত ঘটে?

(i) শাৰীৰিক পৰিৱৰ্তন।

(ii) খাদ্যত।

(iii) বাসস্থানত।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iv) ওপৰৰ এটাও নহয়।

১৩। তলৰ কোনটো অভিযোজন শ্ৰেণীভুক্ত নহয়?

(i) শাৰীৰিক অভিযোজন।

(ii) জৈৱিক অভিযোজন।

(iii) বংশগত অভিযোজন।

(iv) ৰাসায়নিক অভিযোজন।

উত্তৰঃ (iv) ৰাসায়নিক অভিযোজন।

১৪। প্ৰাণীৰ শাৰীৰিক অভিযোজন কি?

(i) আচৰণৰ পৰিৱর্তন।

(ii) গঠন আৰু গুণাৱলীৰ পৰিৱর্তন।

(iii) খাদ্যৰ উপৰিও ব্যৱহাৰ।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) গঠন আৰু গুণাৱলীৰ পৰিৱর্তন।

১৫। কোনটো প্ৰাণীয়ে নিজৰ পৰিৱেশৰ সৈতে সঠিকভাৱে অভিযোজিত হয়?

(i) চিতা।

(ii) পেংগুইন।

(iii) ভালুক।

(iv) বাঘ।

উত্তৰঃ (ii) পেংগুইন।

১৬। যদি এক প্ৰাণী ঠাণ্ডা পৰিৱেশত থাকে, তেন্তে কি অভিযোজন ঘটিব পাৰে?

(i) ৰঙৰ পৰিৱর্তন।

(ii) শাৰীৰিক আকাৰৰ পৰিৱর্তন।

(iii) আচৰণিক পৰিৱর্তন।

(iv) গঠন পৰিৱৰ্তন।

উত্তৰঃ (ii) শাৰীৰিক আকাৰৰ পৰিৱর্তন।

১৭। জলবায়ু পৰিৱৰ্তনৰ এক প্ৰধান কাৰণ কি?

(i) বায়ুৰ চাপ।

(ii) উষ্ণতা বৃদ্ধি।

(iii) ভূমিৰ গঠন।

(iv) বৃষ্টিপাত।

উত্তৰঃ (ii) উষ্ণতা বৃদ্ধি।

১৮। পৃথিৱীৰ বায়ুমণ্ডলত কি গেছৰ বেছি পৰিমাণ হয়?

(i) অক্সিজেন।

(ii) হাইড্ৰজেন।

(iii) নাইট্রজেন।

(iv) কার্বন-ডাই-অক্সাইড।

উত্তৰঃ (iii) নাইট্রজেন।

১৯। পেংগুইনৰ ভৰিবোৰত কি থকাৰ  বাবে সাঁতুৰিব পাৰে?

(i) আঁহ।

(ii) পতাযুক্ত।

(iii) ফুল।

(iv) ভৰি।

উত্তৰঃ (ii) পতাযুক্ত।

২০। বগা ভালুকে কিহৰ সহায়ত উসাহ লয়?

(i) ফুলৰ সহায়ত।

(ii) নাসাৰন্ধ্ৰৰ সহায়ত।

(iii) বতাহ।

(iv) পাতৰ সহায়ত।

উত্তৰঃ (ii) নাসাৰন্ধ্ৰৰ সহায়ত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top