SEBA Class 7 Science MCQ Chapter 3 আঁহৰ পৰা কাপোৰলৈ

SEBA Class 7 Science MCQ Chapter 3 আঁহৰ পৰা কাপোৰলৈ Question Answer in Assamese Medium, Class 7 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Science MCQ Chapter 3 আঁহৰ পৰা কাপোৰলৈ Notes and select need one.

SEBA Class 7 Science MCQ Chapter 3 আঁহৰ পৰা কাপোৰলৈ

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 7 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Science MCQ Solutions for All Subject, You can practice these here.

আঁহৰ পৰা কাপোৰলৈ

Chapter – 3

MCQ

১। পাহাৰীয়া অঞ্চলত কোন প্ৰজাতিৰ ছাগলী পোৱা যায়?

(i) কাশ্মীৰী ছাগলী।

(ii) আফ্ৰিকান ছাগলী।

(iii) ইউৰোপীয়ান ছাগলী।

(iv) আমেৰিকান ছাগলী।

উত্তৰঃ (i) কাশ্মীৰী ছাগলী।

২। কাশ্মীৰী ছাগলীৰ নোমৰ পৰা কি পোৱা যায়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) ঊণ।

(ii) শ্বল বা আলোৱান।

(iii) চাদৰ।

(iv) মূগা।

উত্তৰঃ (i) ঊণ।

৩। পছমিনা শ্বল কোন ছাগলীৰ পৰা পোৱা নোমৰ পৰা কাপোৰ বোৱা হয়?

(i) আফ্ৰিকান ছাগলী।

(ii) ইউৰোপীয়ান ছাগলী।

(iii) কাশ্মীৰী ছাগলী।

(iv) আমেৰিকান ছাগলী।

উত্তৰঃ (iii) কাশ্মীৰী ছাগলী।

৪। কোন দেশত ছাগলী নোমৰ পৰা ঊণ হিচাপে ব্যৱহাৰ কৰা হয়?

(i) মাৰ্কিন যুক্তৰাষ্ট্ৰ।

(ii) জম্মু আৰু কাশ্মীৰ।

(iii) অষ্ট্ৰেলিয়া।

(iv) চীন।

উত্তৰঃ (ii) জম্মু আৰু কাশ্মীৰ।

৫। কোন জন্তুৰ নোমৰ পৰা ঊণ উৎপাদন কৰা হয়?

(i) ছাগলী।

(ii)  ভেড়া।

(iii) লামা আৰু আলপাকা।

(iv) এংগোৰা ছাগলী।

উত্তৰঃ (iii) লামা আৰু আলপাকা।

৬। কোন ঠাইত ভেড়া ৰখীয়াই ভেড়াৰ জাকক চৰণীয়া পথাৰত চৰায়?

(i) জম্মু আৰু কাশ্মীৰ।

(ii) হিমাচল প্ৰদেশ।

(iii) উত্তৰাঞ্চল।

(iv) হাৰিয়ানা।

উত্তৰঃ (iii) উত্তৰাঞ্চল।

৭। ভেড়াৰ প্ৰিয় খাদ্য কি?

(i) ঘাঁহ।

(ii) খেৰ।

(iii) গছৰ পাত।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) ঘাঁহ।

৮। লামা আৰু আলপাকা ক’ত পোৱা যায়?

(i) জম্মু আৰু কাশ্মীৰ।

(ii) ছিকিম।

(iii) দক্ষিণ আমেৰিকাত।

(iv) হিমাচল প্ৰদেশ।

উত্তৰঃ (iii) দক্ষিণ আমেৰিকাত।

৯। বতাহ, ধুমুহা আদিৰ পৰা হাত সাৰিবলৈ আমাক কিহৰ প্ৰয়োজন হয়?

(i) বাসস্থানৰ।

(ii) গুহা।

(iii) বাছ গাড়ী।

(iv) ঘৰ।

উত্তৰঃ (i) বাসস্থানৰ।

১০। ছালৰ সৈতে কাটি লোৱা নোমবোৰ চৌবাচ্চাত ভালদৰে ধুই তেল, ধূলি আৰু ময়লা আঁতৰাই লোৱা প্ৰক্ৰিয়াটোক কি কোৱা হয়?

(i) বৰ্গীকৰণ।

(ii) নির্ঘৰ্ষণ।

(iii) পৰিষ্কাৰকৰণ।

(iv) ৰাসায়নিক প্ৰক্ৰিয়া।

উত্তৰঃ (ii) নির্ঘৰ্ষণ।

১১। ছাগলীৰ নোমবোৰ পৰিষ্কাৰ কৰাৰ পিছত নোমবোৰ কি কৰা হয়?

(i) ছপা কৰা হয়।

(ii) বৰ্গীকৰণ কৰা হয়।

(iii) সংৰক্ষণ কৰা হয়।

(iv) বজাৰত বিক্ৰী কৰা হয়।

উত্তৰঃ (ii) বৰ্গীকৰণ কৰা হয়।

১২। পাটপলুবোৰ কিহৰ কণীৰ পৰা হোৱা পোৱালি?

(i) জীৱনচক্ৰৰ।

(ii) পাটচকৰিৰ।

(iii) ভেড়াৰ।

(iv) কেৰ্কেটুৱা।

উত্তৰঃ (ii) পাটচকৰিৰ।

১৩। কিহৰ দ্বাৰা পাটৰ আহঁবোৰ গঠিত হয়?

(i) পানী।

(ii) ভিটামিন।

(iii) প্ৰ’টিন।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (iii) প্ৰ’টিন।

১৪। তাঁতী বা শিপিনীয়ে পাটসূতাবোৰ শালত বৈ কি সূতা তৈয়াৰ কৰে?

(i) পাট সূতা।

(ii) নুনিপাটৰ সূতা।

(iii) এৰী সূতা।

(iv) মুগা।

উত্তৰঃ (i) পাট সূতা।

১৫। পাটসূতা আহৰণৰ কাৰণে কি লোৱা হয়?

(i) এদ’ম।

(ii) পলু।

(iii) ভেড়া।

(iv) ছাগলী।

উত্তৰঃ (i) এদ’ম।

১৬। পাটৰ আঁহবোৰ ক’ৰ পৰা আহে?

(i) লেটা।

(ii) পিউপা।

(iii) পাটপলু।

(iv) ভেড়া।

উত্তৰঃ (iii) পাটপলু।

১৭। পাটৰ আঁহবোৰ কি হ’লে টান হৈ পাটৰ আঁহলৈ পৰিৱৰ্তিত হয়?

(i) পানীৰ সংস্পৰ্শত।

(ii) বায়ুৰ সংস্পৰ্শত।

(iii) মাটিৰ সংস্পৰ্শত।

(iv) ৰ’দৰ সংস্পৰ্শত।

উত্তৰঃ (ii) বায়ুৰ সংস্পৰ্শত।

১৮। নুনীগছৰ পাট চকৰীৰ পৰা পোৱা পাটৰ সূতা কেনেকুৱা গুণৰ হয়?

(i) খহটা আৰু উজ্জ্বল।

(ii) কোমল আৰু নমনীয়।

(iii) মিহি আৰু উজ্জ্বল।

(iv) খহটা আৰু নমনীয়।

উত্তৰঃ (ii) কোমল আৰু নমনীয়।

১৯। কিহৰ পৰা ঊণ সূতা প্ৰস্তুত কৰা হয়? 

(i) ৰেচম।

(ii) আঁহ।

(iii) পিউপা।

(iv) লেটা।

উত্তৰঃ (ii) আঁহ।

২০। পাট কেইটা ভাগত ভাগ কৰিব পাৰি?

(i) পাঁচটা।

(ii) চাৰিটা।

(iii) ছয়টা।

(iv) তিনিটা।

উত্তৰঃ (i) পাঁচটা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top