SEBA Class 8 Science MCQ Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

SEBA Class 8 Science MCQ Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক Notes and select need one.

SEBA Class 8 Science MCQ Chapter 3 সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

সাংশ্লেষিক আঁহ আৰু প্লাষ্টিক

Chapter – 3

MCQ

১। সাংশ্লেষিক আঁহ কি হিচাপে জনা যায়?

(i) প্ৰাকৃতিক আঁহ।

(ii) মানৱসৃষ্ট আঁহ।

(iii) ভৌতিক আঁহ।

(iv) প্ৰাণীসৃষ্ট আঁহ।

উত্তৰঃ (খ) মানৱসৃষ্ট আঁহ।

২। কাপোৰ বনোৱা আঁহবোৰ ক’ৰ পৰা পোৱা যায়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) প্ৰাকৃতিক আৰু কৃত্ৰিম উৎসৰ পৰা পোৱা যায়।

(ii) নাইলনৰ পৰা পোৱা যায়।

(iii) ভৌতিক আঁহ।

(iv) এটাও নহয়।

উত্তৰঃ (i) প্ৰাকৃতিক আৰু কৃত্ৰিম উৎসৰ পৰা পোৱা যায়।

৩। সাংশ্লেষিক আঁহবোৰ কোনে প্ৰস্তুত কৰে-

(i) মানুহে।

(ii) ৰেয়ন।

(iii) নাইলন।

(iv) প্ৰাকৃতিক।

উত্তৰঃ (i) মানুহে।

৪। প্ৰতিটো সৰু একক একো একোটা কি পদাৰ্থ?

(i) সাংশ্লেষিক।

(ii) ৰাসায়নিক।

(iii) জুলীয়া।

(iv) এটাও নহয়।

উত্তৰঃ (ii) ৰাসায়নিক।

৫। পাট পলুৰ পৰা পোৱা ৰেচম আঁহ কোন দেশত আৱিষ্কাৰ কৰা হৈছে?

(i) ভাৰত।

(ii) ভূটান।

(iii) নলবাৰী।

(iv) চীন।

উত্তৰঃ (iv) চীন।

৬। মানৱ-সৃষ্ট আঁহ এবিধৰ নাম কি আছিল? 

(i) নাইলন।

(ii) ৰেচম।

(iii) সাংশ্লেষিক।

(iv) প্ৰাণীসৃষ্ট আঁহ।

উত্তৰঃ (i) নাইলন।

৭। পলিয়েষ্টাৰ এবিধ কি আঁহ?

(i) সাংশ্লেষিক আঁহ।

(ii) পাট-পলু।

(iii) প্ৰাকৃতিক আঁহ।

(iv) প্ৰাণীসৃষ্ট আঁহ।

উত্তৰঃ (i) সাংশ্লেষিক আঁহ।

৮। কি আঁহ তপতালে গলি যায়?

(i) ৰেচম।

(ii) সাংশ্লেষিক।

(iii) পাট-পলু।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ii) সাংশ্লেষিক।

৯। প্লাষ্টিক এবিধ কি পদার্থ?

(i) বহুযোগী।

(ii) পলিয়েষ্টাৰ।

(iii) খনিজ পদাৰ্থ।

(iv) ওপৰৰ এটাও নহয়। 

উত্তৰঃ (i) বহুযোগী।

১০। নাইলন এবিধ কি আঁহ?

(i) মানৱ-সৃষ্ট আঁহ।

(ii) কৃত্ৰিম আঁহ।

(iii) প্ৰাকৃতিক আঁহ।

(iv) পাট আঁহ।

উত্তৰঃ (i) মানৱ-সৃষ্ট আঁহ।

১১। কোন চনত প্রাকৃতিক কেঁচা মাল (উদ্ভিদ বা প্রাণীৰ পৰা) ব্যৱহাৰ নকৰাকৈ প্রস্তুত কৰা হৈছিল?

(i) ১৯৩০ চনত।

(ii) ১৯২৩ চনত।

(iii) ১৯৩১ চনত।

(iv) ১৯১০ চনত।

উত্তৰঃ (iii) ১৯৩১ চনত।

১২। নাইলনৰ আঁহবোৰ পাতলনে মজবুত?

(i) মজবুত।

(ii) নমনীয়।

(iii) পাতল।

(iv) গধূৰ।

উত্তৰঃ (i) মজবুত।

১৩। নাইলন সূতা এডাল কিহত কৈ বেছি শক্তিশালী।

(i) তীখাৰ তাঁৰ এডালতকৈ বেছি শক্তিশালী।

(ii) গজাল।

(iii) হাকোটা।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) তীখাৰ তাঁৰ এডালতকৈ বেছি শক্তিশালী।

১৪। নাইলন সূতা প্রথম কোন চনত উলিওৱা হয়?

(i) ১৯৩৩ চনত।

(ii) ১৯২৫ চনত।

(iii) ১৯৩৯ চনত।

(iv) ১৯৩৭ চনত।

উত্তৰঃ (iii) ১৯৩৯ চনত।

১৫। কিহে বায়ুমণ্ডললৈ বহুতো বিষাক্ত ধোঁৱা এৰি দি বায়ুৰ প্ৰদূষণ ঘটায়?

(i) জৈৱ-পচনশীল।

(ii) প্লাষ্টিক।

(iii) যান-বাহন।

(iv) কল-কাৰখানা।

উত্তৰঃ (ii) প্লাষ্টিক।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top