SEBA Class 8 Science MCQ Chapter 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া Notes and select need one.
SEBA Class 8 Science MCQ Chapter 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া
Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.
বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া
Chapter – 14
MCQ |
১। কোনখন ধাতুৱে বিদ্যুৎ পৰিবহণ কৰে?
(i) ৰবৰ।
(ii) প্লাষ্টিক।
(iii) তাম।
(iv) কাঠ।
উত্তৰঃ (iii) তাম।
২। কোনখন ধাতুৱে বিদ্যুৎ পৰিবহণ নকৰে?
(i) ৰবৰ।
(ii) এলুমিনিয়াম।
(iii) লোহা।
(iv) তাম।
উত্তৰঃ (i) ৰবৰ।
৩। টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদার্থখিনিয়ে বিদ্যুৎ প্ৰৱাহিত হ’ব দিলে কি হ’ব?
(i) টেষ্টাৰৰ বর্তনী সম্পূর্ণ নহয়।
(ii) টেষ্টাৰটো বন্ধ হৈ যায়।
(iii) টেষ্টাৰৰ বর্তনী সম্পূর্ণ হয়।
(iv) বিদ্যুৎ উৎসৰ শক্তি বৃদ্ধি পায়।
উত্তৰঃ (iii) টেষ্টাৰৰ বর্তনী সম্পূর্ণ হয়।
৪। টেষ্টাৰৰ মুক্ত মূৰ দুটা লগ লাগি নথকা অৱস্থাত সিহঁতৰ মাজৰ ঠাইখিনিত কি থাকে?
(i) পানী।
(ii) বায়ু।
(iii) ধূলি।
(iv) তেল।
উত্তৰঃ (ii) বায়ু।
৫। বজ্রপাতৰ সময়ত বায়ুৰ মাজেৰে কি প্ৰৱাহিত হয়?
(i) তাপ।
(ii) বায়ু।
(iii) বিদ্যুৎ।
(iv) প্ৰচণ্ড শব্দ।
উত্তৰঃ (iii) বিদ্যুৎ।
৬। পদাৰ্থবোৰক কেইটা ভাগত ভাগ কৰা হৈছে?
(i) দুটা।
(ii) তিনিটা।
(iii) চাৰিটা।
(iv) পাঁচটা।
উত্তৰঃ (i) দুটা।
৭। পাতিত পানীত নিমখ মিহলালে কি প্ৰাপ্ত হয়?
(i) নিমখৰ কেঁচা।
(ii) পানী।
(iii) নিমখৰ দ্রৱ।
(iv) তেল।
উত্তৰঃ (iii) নিমখৰ দ্রৱ।
৮। পানীত স্বাভাৱিকতে থকা কম পৰিমাণৰ খনিজ লৱণসমূহ কিহৰ বাবে উপযোগী?
(i) পৰিস্কাৰতাৰ।
(ii) মিঠা স্বাদৰ।
(iii) স্বাস্থ্যৰ।
(iv) ৰঙৰ।
উত্তৰঃ (iii) স্বাস্থ্যৰ।
৯। খনিজ লৱণবোৰে পানী কেনেকুৱা কৰি তোলে?
(i) অপৰিবাহী।
(ii) সু-পৰিবাহী।
(iii) কুপৰিবাহী।
(iv) পৰিবাহী।
উত্তৰঃ (ii) সু-পৰিবাহী।
১০। উইলিয়াম নিকলছনে কোনটো বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান দিছে?
(i) পদাৰ্থ বিজ্ঞান।
(ii) গাণিতিক বিজ্ঞান।
(iii) জীৱ বিজ্ঞান।
(iv) ৰসায়ন বিজ্ঞান।
উত্তৰঃ (iv) ৰসায়ন বিজ্ঞান।
১১। বিদ্যুৎ প্ৰৱাহিত কৰাৰ সময়ত বেটাৰিৰ ধণাত্মক মেৰুত কি সৃষ্টি হয়?
(i) অক্সিজেনৰ বুৰবুৰণি।
(ii) হাইড্র’জেনৰ বুৰবুৰণি।
(iii) গেছৰ মিশ্ৰণ।
(iv) পানীৰ গন্ধ।
উত্তৰঃ (i) অক্সিজেনৰ বুৰবুৰণি।
১২। বিদ্যুৎ প্ৰৱাহিত কৰাৰ সময়ত বেটাৰিৰ ঋণাত্মক মেৰুত কি সৃষ্টি হয়?
(i) অক্সিজেনৰ বুৰবুৰণি।
(ii) ৰঙীন বুৰবুৰণি।
(iii) কষ্টৰ গন্ধ।
(iv) হাইড্র’জেনৰ বুৰবুৰণি।
উত্তৰঃ (iv) হাইড্র’জেনৰ বুৰবুৰণি।
১৩। এটা পৰিবাহী দ্রৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’লে কি সংঘটিত হয়?
(i) তাপীয় বিক্রিয়া।
(ii) চৌম্বকীয় বিক্রিয়া।
(iii) ৰাসায়নিক বিক্রিয়া।
(iv) গাণিতিক বিক্রিয়া।
উত্তৰঃ (iii) ৰাসায়নিক বিক্রিয়া।
১৪। কপাৰ ছালফেটৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’লে কি হয়?
(i) তাম আৰু ছালফেটলৈ বিয়োজিত হয়।
(ii) তাপ সৃষ্টি হয়।
(iii) কপাৰ ছালফেটত পৰিণত হয়।
(iv) গেছৰ বুৰবুৰণি ওলায়।
উত্তৰঃ (i) তাম আৰু ছালফেটলৈ বিয়োজিত হয়।
১৫। মুক্ত তামবোৰ বেটাৰিৰ কোন মেৰুৰ লগত সংযোগ হোৱা তড়িদ্বাৰলৈ আকর্ষিত হয়?
(i) প্ৰতিস্থাপক মেৰু।
(ii) ঋণাত্মক মেৰু।
(iii) নিউট্ৰেল মেৰু।
(iv) ধণাত্মক মেৰু।
উত্তৰঃ (iv) ধণাত্মক মেৰু।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.