SEBA Class 8 Science MCQ Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা

SEBA Class 8 Science MCQ Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা Question Answer in Assamese Medium, Class 8 Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Science MCQ Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা Notes and select need one.

SEBA Class 8 Science MCQ Chapter 15 কিছুমান প্ৰাকৃতিক পৰিঘটনা

Join Telegram channel

Also, you can read the SCERT book online in these sections Class 8 Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 8 Science MCQ Solutions for All Subject, You can practice these here.

কিছুমান প্ৰাকৃতিক পৰিঘটনা

Chapter – 15

MCQ

১। গ্ৰীকসকলে কিমান খ্ৰীষ্টাব্দৰ পূৰ্বেই জানিছিল যে এম্বাৰ চুলিজাতীয় পাতল বস্তুবোৰ আকৰ্ষণ কৰিব পাৰে?

(i) ৩০০ খ্ৰীষ্টাব্দৰ পূৰ্বে।

(ii) ৬০০ খ্ৰীষ্টাব্দৰ পূৰ্বে।

(iii) ৯০০ খ্ৰীষ্টাব্দৰ পূৰ্বে।

(iv) ১১০ খ্ৰীষ্টাব্দৰ পূৰ্বে।

উত্তৰঃ (ii) ৬০০ খ্ৰীষ্টাব্দৰ পূৰ্বে।

২। কোন চনত বেঞ্জামিন ফ্রেংকলিনে দেখুৱাইছিল যে বিজুলী আৰু কাপোৰৰ পৰা ওলোৱা স্ফুলিংগ একেবিধ পৰিঘটনা-

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) ১৭২৫ চনত।

(ii) ১৭৫০ চনত।

(iii) ১৭৫২ চনত।

(iv) ১৭৪০ চনত।

উত্তৰঃ (iii) ১৭৫২ চনত।

৩। বিজুলী আৰু এম্বাৰৰ পৰিঘটনাৰ বিষয়ে বুজোতে কিমান বছৰ সময় লাগিছিল?

(i) ৫০০০ বছৰ।

(ii) ১০০০ বছৰ।

(iii) ২০০০ বছৰ।

(iv) ৪০০০ বছৰ।

উত্তৰঃ (iii) ২০০০ বছৰ।

৪। দাপোন কেই প্ৰকাৰৰ।

(i) দুই প্ৰকাৰৰ।

(ii) তিনি প্ৰকাৰৰ।

(iii) চাৰি প্ৰকাৰৰ।

(iv) পাঁচ প্ৰকাৰৰ।

উত্তৰঃ (ii) তিনি প্ৰকাৰৰ।

৫। পোহৰ কোনটো ৰেখাত গতি কৰে-

(i) অক্ষ ৰেখা।

(ii) সৰল ৰেখা।

(iii) অভিলম্ব ৰেখা।

(iv) বক্ৰ ৰেখা।

উত্তৰঃ (ii) সৰল ৰেখা।

৬। প্রতিফলন মূল-সূত্র কেইটা? 

(i) পাঁচটা।

(ii) তিনিটা।

(iii) চাৰিটা।

(iv) দুটা।

উত্তৰঃ (iv) দুটা।

৭। কেইটা ৰং বগা ৰঙৰ সমষ্টি?

(i) চাৰিটা।

(ii) পাঁচটা।

(iii) সাতটা।

(iv) ছয়টা।

উত্তৰঃ (iii) সাতটা।

৮। চন্দ্ৰৰ নিজা পোহৰ আছেনে?

(i) নাই।

(ii) আছে।

(iii) নাথাকিবও পাৰে।

(iv) ওপৰৰ এটাও নহয়।

উত্তৰঃ (i) নাই।

৯। জাতীয় আধান কেইটা আছে?

(i) দুটা।

(ii) তিনিটা।

(iii) চাৰিটা।

(iv) পাঁচটা।

উত্তৰঃ (i) দুটা।

১০। কোনটো আধানে পৰস্পৰক বিকৰ্ষণ কৰে?

(i) একেজাতীয় আধান।

(ii) ঋণাত্মক আধান।

(iii) ধনাত্মক আধান।

(iv) জাতীয় আধান।

উত্তৰঃ (i) একেজাতীয় আধান।

১১। ঘৰ্ষণৰ ফলত বস্তুত উৎপন্ন হোৱা আধানক কি স্থিতিশীল আধান বুলি কোৱা হয়?

(i) জাতীয় আধান।

(ii) ধনাত্মক আধান।

(iii) স্থিতিশীল আধান।

(iv) ঋণাত্মক আধান।

উত্তৰঃ (iii) স্থিতিশীল আধান।

১২। বিদ্যুতৰ আৱিষ্কাৰ কেতিয়া হৈছিল? 

(i) ৬০০ খ্ৰীষ্টাব্দ।

(ii) ৪০০ খ্ৰীষ্টাব্দ।

(iii) ২০০ খ্ৰীষ্টাব্দ।

(iv) ৭০০ খ্ৰীষ্টাব্দ।

উত্তৰঃ (i) ৬০০ খ্ৰীষ্টাব্দ।

১৩। ঢেৰেকনিৰ সময়ত যে বিজুলী উৎপন্ন হয়, প্ৰথম পৰীক্ষা কোনে কৰিছিল?

(i) বেঞ্জামিন ফ্রোংকলিনে।

(ii) মাইকেল ফাৰাডে।

(iii) জন ষ্টিৱাৰ্ট মিল।

(iv) হেনৰী।

উত্তৰঃ (i) বেঞ্জামিন ফ্রোংকলিনে।

১৪। ঢেৰেকনিৰ সময়ত যে বিজুলী উৎপন্ন হয়, সেই পৰীক্ষা কেতিয়া হৈছিল?

(i) ১৭৫৪ চনত।

(ii) ১৭৫৫ চনত।

(iii) ১৭৫২ চনত।

(iv) ১৭৪৫ চনত।

উত্তৰঃ (iii) ১৭৫২ চনত।

১৫। কোনবিধ বস্তু ঘৰ্ষণৰ সহজে আহিত কৰিব নোৱাৰে?

(i) প্লাষ্টিক স্কেল এডাল।

(ii) ফুলাই খোৱা বেলুন এটা।

(iii) তামৰ দণ্ড এডাল।

(iv) উলৰ কাপোৰ।

উত্তৰঃ (iii) তামৰ দণ্ড এডাল।

১৬। কোন চনত আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছিল?

(i) ২০০৫ চনৰ ৮ অক্টোবৰ।

(ii) ২০০৩ চনৰ ৫ নৱেম্বৰ।

(iii) ২০০১ চনৰ ৯ অক্টোবৰ।

(iv) ২০০৮ চনৰ ১০ নৱেম্বৰ।

উত্তৰঃ (i) ২০০৫ চনৰ ৮ অক্টোবৰ।

১৭। কোন চনত অসমত প্ৰলয়ংকৰী ভূমিকম্প হৈছিল? 

(i) ১৯৫০ চনত।

(ii) ১৯৪৫ চনত।

(iii) ১৯৫৭ চনত।

(iv) ১৯৫১ চনত।

উত্তৰঃ (i) ১৯৫০ চনত।

১৮। ১৯৫০ চনৰ ভূমিকম্পৰ জোখ কিমান আছিল?

(i) ৭.০ বিক্টাৰ। 

(ii) ৮.৬ বিক্টাৰ।

(iii) ৬.৮ বিক্টাৰ।

(iv) ৯.২ বিক্টাৰ।

উত্তৰঃ (ii) ৮.৬ বিক্টাৰ।

১৯। প্ৰাৱল্যৰ ভূমিকম্পৰ ক্ষতি কৰিব পৰা শক্তি ৪ প্ৰাৱল্যৰ ভূমিকম্পতকৈ কিমান গুণ বেছি হয়?

(i) ১০ গুণ।

(ii) ১০০ গুণ।

(iii) ৫০০ গুণ।

(iv) ১০০০ গুণ।

উত্তৰঃ (iv) ১০০০ গুণ।

২০। বজ্রপাতৰ পৰা অট্টালিকাবোৰক ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ নাম কি আছিল?

(i) বিদ্যুতৰ তাঁৰ।

(ii) পানীৰ পাইপ।

(iii) বজ্র-বোধক পৰিবাহী দণ্ড।

(iv) ধাতুৰ স্তম্ভ।

উত্তৰঃ (iii) বজ্র-বোধক পৰিবাহী দণ্ড।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top