SEBA Class 7 Social Science Important Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 3 পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন
Chapter: 3
| ভূগোল খণ্ড: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। বৰষুণৰ উপৰি অধোক্ষেপণৰ আন ৰূপবোৰ কি কি?
উত্তৰঃ বৰষুণৰ উপৰি অধোক্ষেপণৰ আন ৰূপবোৰ হ’ল- শিলাবৃষ্টি, তুষাৰপাত আদি।
২। উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত কৰোঁতে প্ৰধানকৈ কোনবিধ গেছ নিৰ্গত কৰে?
উত্তৰঃ উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত কৰোঁতে প্ৰধানকৈ অক্সিজেন গেছ নিৰ্গত কৰে।
৩। বায়ুমণ্ডলৰ স্তৰ কেইটা আৰু কি কি?
উত্তৰঃ বায়ুমণ্ডলৰ স্তৰ প্ৰধানকৈ চাৰিটা।
সেইকেইটা হৈছে–
(ক) ট্ৰপ’স্ফিয়েৰ।
(খ) ষ্ট্ৰেট’স্ফিয়েৰ।
(গ) মেছ’স্ফিয়েৰ।
(ঘ) থাৰ্মস্’স্ফিয়েৰ।
থাৰ্মস্’স্ফিয়েৰৰ তলৰ অংশক আয়ন’স্ফিয়েৰ আৰু ওপৰৰ অংশক এক্স’স্ফিয়েৰ বোলে।
৪। বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ বতৰ হ’ল এক নিৰ্দিষ্ট সময়ৰ কোনো এক স্থানৰ বায়ুমণ্ডলৰ অৱস্থা আনহাতে জলবায়ু হ’ল একোটা অঞ্চলৰ প্ৰায় ৩০ৰ পৰা ৫০ বছৰৰ বতৰৰ গড় অৱস্থা।
৫। বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস কি?
উত্তৰঃ বায়ুমণ্ডলৰ উষ্ণতাৰ প্ৰধান উৎস হ’ল- সুৰ্য।
৬। আপতন বুলিলে কি বুজা?
উত্তৰঃ সূৰ্যৰ ৰশ্মি ভু-পৃষ্ঠত পৰাকে আপতন বোলে।
৭। শৌৰশক্তিৰ কিমান ভাগ পৃথিৱীয়ে পায়?
উত্তৰঃ সৌৰশক্তিৰ ২০০,০০,০০,০০০ ভাগৰ মাত্ৰ ১ ভাগ শক্তিহে পৃথিৱীয়ে পায়।
৮। তাপৰ জোখৰ মান একক কি?
উত্তৰঃ তাপৰ জোখৰ মান একক হ’ল- ছেলছিয়াছ।
৯। ছেলছিয়াছ স্কেলৰ উদ্ভাৱক কোন?
উত্তৰঃ ছেলছিয়াছ স্কেলৰ উদ্ভাৱক হ’ল- এণ্ডাৰচ ছেলছিয়াছ।
১০। আমাৰ দেশৰ মূখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো ক’ত আছে?
উত্তৰঃ আমাৰ দেশৰ মূখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো পুনে (মহাৰাষ্ট্ৰ)ত আছে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। বায়ুমণ্ডল কাক বোলে? বায়ুমণ্ডলৰ গঠন আৰু স্তৰসমূহৰ বিৱৰণ দিয়া।
উত্তৰঃ বায়ুমণ্ডল হৈছে পৃথিৱীৰ ওপৰত থকা বায়ুৰ আৱৰণ। ই নাইট্ৰ’জেন (৭৮%) আৰু অক্সিজেন (২১%) গেছৰে গঠিত, লগতে অ’জন, কাৰ্বন-ডাই-অক্সাইড, হিলিয়াম আদি গেছ থাকে।
বায়ুমণ্ডল চাৰিটা স্তৰত বিভক্ত-
(ক) ট্ৰপ’স্ফিয়েৰ: বতৰীয় পৰিঘটনা ঘটে।
(খ) ষ্ট্ৰেট’স্ফিয়েৰ: অ’জন স্তৰ থাকে, সূৰ্যৰ ক্ষতিকাৰক ৰশ্মি ৰোধ কৰে।
(গ) মেছ’স্ফিয়েৰ: উল্কা জ্বলি উঠে।
(ঘ) থাৰ্ম’স্ফিয়েৰ: ৰেডিঅ’ তৰংগ প্ৰতিৱিম্বিত হয়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


