SEBA Class 7 Social Science Important Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter: 2
| ভূগোল খণ্ড: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। পৃথিৱীৰ ব্যাসাৰ্ধ কিমান?
উত্তৰঃ পৃথিৱীৰ ব্যাসাৰ্ধ প্ৰায় ৬,৩৭৮ কি.মি.।
২। পৃথিৱীখন কিমান বছৰ পূৰ্বে সৃষ্টি হৈছিল?
উত্তৰঃ পৃথিৱীখন প্ৰায় ৪৫০ কোটি বছৰ পূৰ্বে সৃষ্টি হৈছিল।
৩। ভু-ত্বকটো পৃথিৱীৰ মুঠ আয়তন কিমান শতাংশ।
উত্তৰঃ ভু-ত্বকটো পৃথিৱীৰ মুঠ ০.৫ শতাংশ।
৪। ভু-ত্বকত থকা পদাৰ্থসমুহৰ নাম লিখা।
উত্তৰঃ ভু-ত্বকত থকা পদাৰ্থসমুহৰ নাম হ’ল- অক্সিজেন, ছিলিকন, আইৰণ, এলুমিনিয়াম, কেলছিয়াম, সডিয়াম, পটাছিয়াম, মেগনেছিয়াম ইত্যাদি।
৫। ভু-ত্বকৰ শিলবোৰত কোন দুবিধ পদাৰ্থ অধিক পৰিমাণে থাকে?
উত্তৰঃ ভু-ত্বকৰ শিলবোৰত ছিলিকন আৰু এলুমিনিয়াম অধিক পৰিমাণে থাকে।
৬। ভু-ত্বকৰ আন এটা নাম কিয় ‘ছিয়াল’ হৈছে?
উত্তৰঃ ভু-ত্বকৰ শিলবোৰত সিলিকন আৰু এলুমিনিয়াম অধিক পৰিমানে থাকে। সেয়ে ছিয়াল (sial) শব্দটোৰ ‘Si’ য়ে ছিলিকন আৰু ‘Al’ য়ে এলুমিনিয়াম বুজাইছে। সেইবাবেই এই স্তৰটোক ‘ছিয়াল’ বুলিও কয়।
৭। ‘গুৰু মণ্ডল’ক আৰু কি নামেৰে জনা যায়?
উত্তৰঃ ‘গুৰু মণ্ডল’ক ছিমা নামেৰে জনা যায়।
৮। গুৰুমণ্ডলত কোন দুবিধ পদাৰ্থ অধিক পৰিমাণে থাকে?
উত্তৰঃ গুৰুমণ্ডলত ছিলিকন আৰু মেগনেছিয়াম অধিক পৰিমাণে থাকে।
৯। ‘পৃথিৱীৰ গৰ্ভ’ বুলিলে কোনটো স্তৰক বুজায়?
উত্তৰঃ ‘পৃথিৱীৰ গৰ্ভ’ বুলিলে কেন্দ্ৰমণ্ডলক বুজায়।
১০। ‘কেন্দ্ৰমণ্ডল’ক আন কি নামেৰে জনা যায়?
উত্তৰঃ ‘কেন্দ্ৰমণ্ডল’ক ‘নিফ’ নামেৰে জনা যায়।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। ভূত্বকৰ গঠন আৰু উপাদানসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ ভূত্বক হৈছে পৃথিৱীৰ ওপৰ স্তৰ আৰু ইয়াৰ গড় ডাঠ প্ৰায় ২০ কিমি। আমি এই স্তৰতে বাস কৰো। ইয়াত শিল, মণিক আৰু মাটি পোৱা যায়। শিল শক্ত পদাৰ্থ আৰু উৎপত্তি অনুসৰি আগ্নেয়, গেদীয়, আৰু ৰূপান্তৰিত শিলত বিভক্ত। মণিক হৈছে অজৈৱিক খনিজ, যি ধাতু উৎপাদনত সহায় কৰে। মাটি হৈছে শিলৰ ভাঙনিৰ ফলত গঠিত কোমল পদাৰ্থ, য’ত হিউমাছ থাকে আৰু গছৰ পুষ্টিত সহায় কৰে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

