SEBA Class 7 Social Science Important Chapter 4 আমাৰ পৰিৱেশ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 4 আমাৰ পৰিৱেশ Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 4 আমাৰ পৰিৱেশ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
আমাৰ পৰিৱেশ
Chapter: 4
| ভূগোল খণ্ড: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। পৰিস্থিতি তন্ত্ৰ কি?
উত্তৰঃ একে পৰিৱেশত থকা সকুলোবোৰ উপাদানে পৰম্পৰ সম্পৰ্কৰ জৰিয়তে একেলগে জীৱনে নিৰ্বাহ কৰি এটা জীৱন চক্ৰ চলাই থাকে। ইয়াকে পৰিস্থিতি তন্ত্ৰ বোলে।
২। উৎপাদক, প্ৰথম উপভোক্তা আৰু দ্বিতীয় উপভোক্তাৰ এটাকৈ উদাহৰণ দিয়া?
উত্তৰঃ (i) উৎপাদক: সেউজীয়া ঘাঁহ।
(ii) প্ৰথম উপভোক্তা: তৃণভোজী প্ৰাণী।
(iii) দ্বিতীয় উপভোক্তা: মাংসাহাৰি প্ৰাণী।
৩। বিয়োজক কাক বোলে?
উত্তৰঃ উৎপাদক আৰু উপভোক্তাৰ মৃত্যু হ’লে যি সমূহ জিৱনুৱে পচন ঘটায় তাক বিয়োজক বোলে।
৪। সৰ্বভোজী কাক বোলে?
উত্তৰঃ যি প্ৰাণীয়ে উদ্ভিদ আৰু মাংস দুয়োবিধ গ্ৰহণ কৰে তাক সৰ্বভোজী বোলে। যেনে— মানুহ।
৫। অজৈৱিক উপাংশসমূহ কি কি?
উত্তৰঃ বায়ু, মাটি, পানীয়েই হ’ল অজৈৱিক উপাংশ।
৬। বায়ুমণ্ডল বুলিলে কি বুজা?
উত্তৰঃ পৃথিৱীক আৱৰি ৰখা বায়ুৰ পাতাল আৱৰণটোৱেই হ’ল বায়ুমণ্ডল। ই বিভিন্ন গেছ, ধুলিকণা আৰু জলীয় ভাপেৰে গঠিত।
৭। চিৰ সেউজীয়া উদ্ভিদ দেখা অসমৰ এখন সংৰক্ষিত বনাঞ্চলৰ নাম লিখা।
উত্তৰঃ চিৰ সেউজীয়া উদ্ভিদ দেখা অসমৰ এখন সংৰক্ষিত বনাঞ্চলৰ নাম হ’ল- সোণাই-ৰূপাই সংৰক্ষিত বনাঞ্চল।
৮। স্থলমণ্ডলৰ অন্য এটা নাম দিয়া।
উত্তৰঃ লমণ্ডলৰ অন্য এটা নাম হ’ল- অস্মমণ্ডল।
৯। ভূগোলৰ মূল বিষয় কি?
উত্তৰঃ ভূগোলৰ মূল বিষয় হ’ল- পৰিৱেশ অধ্যয়ন।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। পৰিৱেশ বুলিলে কি বুজা যায়? তাৰ উপাদানসমূহ কেনেদৰে পৰস্পৰৰ সৈতে সম্পৰ্কিত?
উত্তৰঃ পৰিৱেশ বুলিলে জীৱ (গছ, জন্তু, চৰাই) আৰু অজীৱ (বায়ু, মাটি, পানী, ৰ’দ) উপাদানৰ সমষ্টিক বুজোৱা হয়। এই সকলো উপাদান একে আনটোৰ ওপৰত নিৰ্ভৰশীল আৰু পৰস্পৰক প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে, গছে বায়ুৰ পৰা কাৰ্বন-ডাই-অক্সাইড লৈ অক্সিজেন দিয়ে, যি জন্তুৰ বাবে জীয়াই থকাৰ বাবে প্ৰয়োজন। সেয়ে সকলো উপাদানে এক আন্তঃনির্ভৰশীল ব্যৱস্থা গঢ়ি তোলে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


