SEBA Class 7 History MCQ Chapter 4 মোৱামৰীয়া বিদ্রোহ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History MCQ Chapter 4 মোৱামৰীয়া বিদ্রোহ Solutions in Assamese and select need one. SCERT Class 7 History Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস MCQ Solutions in Assamese.
SEBA Class 7 History MCQ Chapter 4 মোৱামৰীয়া বিদ্রোহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Objective Type Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) MCQs Question Answer in Assamese for All Chapters, You can practice these here.
মোৱামৰীয়া বিদ্রোহ
Chapter: 4
| MCQ |
১। মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল?
(i) শিৱ সিংহৰ।
(ii) ৰুদ্ৰ সিংহৰ।
(iii) লক্ষ্মী সিংহৰ।
(iv) গৌৰীনাথ সিংহৰ।
উত্তৰঃ (iii) লক্ষ্মী সিংহৰ।
২। মোৱামৰীয়া বিদ্ৰোহ কিমান খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল?
(i) ১৭৫৯ খ্ৰীষ্টাব্দত।
(ii) ১৭৬৯ খ্ৰীষ্টাব্দত।
(iii) ১৭৭৯ খ্ৰীষ্টাব্দত।
(iv) ১৭৮৯ খ্ৰীষ্টাব্দত।
উত্তৰঃ (ii) ১৭৬৯ খ্ৰীষ্টাব্দত।
৩। মোৱামৰীয়া বা মায়ামৰীয়া বুলি কাক কোৱা হয়?
(i) আউনীআটী সত্ৰৰ শিষ্যসকলক।
(ii) দক্ষিণপাট সত্ৰৰ শিষ্যসকলক।
(iii) মায়ামৰা সত্ৰৰ শিষ্যসকলক।
(iv) গৰমূৰ সত্ৰৰ শিষ্যসকলক।
উত্তৰঃ (iii) মায়ামৰা সত্ৰৰ শিষ্যসকলক।
৪। মধ্যযুগৰ অসমত হিন্দু ধৰ্মৰ দুটা শক্তিশালী পন্থা কি কি আছিল?
(i) শৈৱবাদ আৰু শাক্তবাদ।
(ii) ব্ৰাহ্মণ্যবাদ আৰু বৈষ্ণৱবাদ।
(iii) বৈষ্ণৱবাদ আৰু শৈৱবাদ।
(iv) শাক্তবাদ আৰু ব্ৰাহ্মণ্যবাদ।
উত্তৰঃ (ii) ব্ৰাহ্মণ্যবাদ আৰু বৈষ্ণৱবাদ।
৫। মায়ামৰীয়া সত্ৰৰ শিষ্যসকলে নিজৰ গুৰুৰ বাহিৰে আন কাৰো আগত কি কৰা নাছিল?
(i) কৰ দিয়া নাছিল।
(ii) মূৰ দোৱা নাছিল।
(iii) উপহাৰ দিয়া নাছিল।
(iv) কথা পতা নাছিল।
উত্তৰঃ (ii) মূৰ দোৱা নাছিল।
৬। কোনগৰাকী স্বৰ্গদেৱৰ দিনত দুজন মায়ামৰা শিষ্যই গুৰুৰ প্ৰতি আনুগত্যৰ বাবে প্ৰাণ দিছিল?
(i) প্ৰতাপ সিংহৰ।
(ii) গদাধৰ সিংহৰ।
(iii) শিৱ সিংহৰ।
(iv) চুকাম্ফাৰ।
উত্তৰঃ (i) প্ৰতাপ সিংহৰ।
৭। বগা ৰজাই (নিত্যানন্দদেৱে) কাক হত্যাৰ আদেশ দিছিল?
(i) স্বৰ্গদেউ প্ৰতাপ সিংহক।
(ii) স্বৰ্গদেউ চুকাম্ফাক।
(iii) স্বৰ্গদেউ জয়ধ্বজ সিংহক।
(iv) স্বৰ্গদেউ ৰুদ্ৰ সিংহক।
উত্তৰঃ (ii) স্বৰ্গদেউ চুকাম্ফাক।
৮। কাৰ নিৰ্দেশত বৈকুণ্ঠদেৱ মহন্তক হত্যা কৰা হৈছিল?
(i) গদাধৰ সিংহৰ।
(ii) ৰুদ্ৰ সিংহৰ।
(iii) শিৱ সিংহৰ।
(iv) লক্ষ্মী সিংহৰ।
উত্তৰঃ (i) গদাধৰ সিংহৰ।
৯। শিৱসিংহৰ দিনত কাৰ নিৰ্দেশত মায়ামৰীয়া মহন্তক বলিৰ ফোঁট ল’বলৈ বাধ্য কৰোৱা হৈছিল?
(i) বৰৰজা অম্বিকাৰ।
(ii) বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ।
(iii) বৰৰজা সৰ্বেশ্বৰীৰ।
(iv) কুৰংগনয়নীৰ।
উত্তৰঃ (ii) বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ।
১০। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই কোনখন সত্ৰৰ সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
(i) মায়ামৰা সত্ৰৰ।
(ii) আউনীআটী সত্ৰৰ।
(iii) কমলাবাৰী সত্ৰৰ।
(iv) দক্ষিণপাট সত্ৰৰ।
উত্তৰঃ (ii) আউনীআটী সত্ৰৰ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


