SEBA Class 7 History MCQ Chapter 1 মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ সমল Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History MCQ Chapter 1 মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ সমল Solutions and select need one. SCERT Class 7 History Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস MCQ Solutions in Assamese.
SEBA Class 7 History Chapter 1 মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ সমল
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Objective Type Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) MCQs Question Answer in Assamese for All Chapters, You can practice these here.
মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ সমল
Chapter: 1
| MCQ |
১। অসমৰ মধ্যযুগ কোনটো শতিকাৰ পৰা আৰম্ভ হোৱা বুলি ধৰা হয়?
(i) ১১ শতিকাৰ পৰা।
(ii) ১২ শতিকাৰ পৰা।
(iii) ১৩ শতিকাৰ পৰা।
(iv) ১৪ শতিকাৰ পৰা।
উত্তৰঃ (iii) ১৩ শতিকাৰ পৰা।
২। ‘বুৰঞ্জী’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
(i) অসমীয়া।
(ii) টাই-আহোম।
(iii) সংস্কৃত।
(iv) বঙালী।
উত্তৰঃ (ii) টাই-আহোম।
৩। টাই-আহোম ভাষাত ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি?
(i) ৰজাৰ কাহিনী।
(ii) জ্ঞানৰ ভঁৰাল।
(iii) যুদ্ধৰ বিৱৰণ।
(iv) পুৰণি কথা।
উত্তৰঃ (ii) জ্ঞানৰ ভঁৰাল।
৪। বুৰঞ্জীবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ কাক দায়িত্ব দিয়া হৈছিল?
(i) মন্ত্ৰী।
(ii) বৰফুকন।
(iii) গন্ধীয়া বৰুৱা।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ(iii) গন্ধীয়া বৰুৱা।
৫। আহোম বুৰঞ্জীখন কোনে ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল?
(i) সূৰ্য কুমাৰ ভূঞা।
(ii) গোলাপ চন্দ্ৰ বৰুৱা।
(iii) হেমচন্দ্ৰ গোস্বামী।
(iv) এডৱাৰ্ড গেইট।
উত্তৰঃ (ii) গোলাপ চন্দ্ৰ বৰুৱা।
৬। গোলাপ চন্দ্ৰ বৰুৱাই কিমান খ্ৰীষ্টাব্দত আহোম বুৰঞ্জী ইংৰাজীলৈ অনুবাদ কৰিছিল?
(i) ১৯২০ খ্ৰীষ্টাব্দত।
(ii) ১৯২৫ খ্ৰীষ্টাব্দত।
(iii) ১৯৩০ খ্ৰীষ্টাব্দত।
(iv) ১৯৩৫ খ্ৰীষ্টাব্দত।
উত্তৰঃ (iii) ১৯৩০ খ্ৰীষ্টাব্দত।
৭। কোনখন গ্ৰন্থত কোচ ৰাজপৰিয়ালৰ ইতিহাস বৰ্ণনা কৰা হৈছে?
(i) দৰং ৰাজবংশাৱলী।
(ii) ভূঞাৰ পুথি।
(iii) আদিচৰিত।
(iv) কছাৰী বুৰঞ্জী।
উত্তৰঃ (i) দৰং ৰাজবংশাৱলী।
৮। মাধৱদেৱে ৰচনা কৰা কোনখন পুথিত কছাৰী আৰু চুতীয়াসকলৰ কথা উল্লেখ আছে?
(i) নামঘোষা।
(ii) আদিচৰিত।
(iii) ভক্তি ৰত্নাৱলী।
(iv) কীৰ্তন।
উত্তৰঃ (ii) আদিচৰিত।
৯। ‘আলমগীৰ নামা’ পুথিখনত কিহৰ বিষয়ে উল্লেখ আছে?
(i) কোচ ৰাজ্য।
(ii) আহোম আৰু কমতা ৰাজ্য।
(iii) মীৰজুমলাৰ অসম আক্ৰমণ।
(iv) কমতাপুৰ ৰাজ্য।
উত্তৰঃ (iii) মীৰজুমলাৰ অসম আক্ৰমণ।
১০। কোচ-মোগল সংঘাতৰ বিষয়ে কোনখন ফাৰ্চী পুথিত পোৱা যায়?
(i) বাহাৰিস্তান-ই-ঘাইবি।
(ii) ফাতিয়া-ই-ইব্ৰিয়া।
(iii) পাদছাহনামা।
(iv) তবাকাত-ই-নাচিৰি।
উত্তৰঃ (ii) ফাতিয়া-ই-ইব্ৰিয়া।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


