SEBA Class 7 History MCQ Chapter 2 মধ্যযুগৰ অসম Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History MCQ Chapter 2 মধ্যযুগৰ অসম Solutions and select need one. SCERT Class 7 History Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস MCQ Solutions in Assamese.
SEBA Class 7 History MCQ Chapter 2 মধ্যযুগৰ অসম
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Objective Type Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) MCQs Question Answer in Assamese for All Chapters, You can practice these here.
মধ্যযুগৰ অসম
Chapter: 2
| MCQ |
১। অসমৰ মধ্যযুগৰ অন্ত পৰা বুলি কোনখন সন্ধিৰ পিছত ধৰা হয়?
(i) গিলাঝাৰীঘাটৰ সন্ধি।
(ii) য়াণ্ডাবু সন্ধি।
(iii) মাজুলী সন্ধি।
(iv) বৰনদী সন্ধি।
উত্তৰঃ (ii) য়াণ্ডাবু সন্ধি।
২। চুতীয়া ৰাজ্যৰ প্ৰথমগৰাকী ৰজা বা প্ৰতিষ্ঠাপক কোন আছিল?
(i) ৰত্নধ্বজপাল।
(ii) নীতাপাল।
(iii) বীৰপাল।
(iv) গৌৰীনাৰায়ণ।
উত্তৰঃ (iii) বীৰপাল।
৩। চুতীয়াসকলৰ আৰাধ্য দেৱী কেঁচাইখাতী গোসানীৰ তাম্ৰেশ্বৰী মন্দিৰ ক’ত অৱস্থিত?
(i) শদিয়াত।
(ii) ডিব্ৰুগড়ত।
(iii) শিৱসাগৰত।
(iv) গুৱাহাটীত।
উত্তৰঃ (i) শদিয়াত।
৪। ভূঞাসকলৰ আটাইতকৈ সন্মানীয় আৰু সকলোৰে নিয়ন্ত্ৰণকাৰী মুৰব্বীজনক কি বোলা হৈছিল?
(i) সৰু-ভূঞা।
(ii) বৰ-ভূঞা।
(iii) শিৰোমণি ভূঞা।
(iv) ৰজা-ভূঞা।
উত্তৰঃ (iii) শিৰোমণি ভূঞা।
৫। কছাৰীসকলৰ প্ৰথম আৰু অতি সুন্দৰ ইটাৰ বেৰেৰে আবৃত ৰাজধানীখন ক’ত আছিল?
(i) খাচপুৰত।
(ii) ডিমাপুৰত।
(iii) মাইবঙত।
(iv) যোৰহাটত।
উত্তৰঃ (ii) ডিমাপুৰত।
৬। কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কোনে ‘সপ্তকাণ্ড ৰামায়ণ’ অসমীয়ালৈ অনুবাদ কৰিছিল?
(i) শ্ৰীমন্ত শংকৰদেৱে।
(ii) মাধৱ কন্দলীয়ে।
(iii) ৰাম সৰস্বতীয়ে।
(iv) হেম সৰস্বতীয়ে।
উত্তৰঃ (ii) মাধৱ কন্দলীয়ে।
৭। ১২৫৭ খ্ৰীষ্টাব্দত মুছলমানৰ আক্ৰমণ প্ৰতিহত কৰি কামৰূপৰ ৰাজধানী গুৱাহাটীৰ পৰা কমতাপুৰলৈ কোনে স্থানান্তৰ কৰিছিল?
(i) ৰজা বেদদেৱে।
(ii) ৰজা সন্ধ্য়াই।
(iii) ৰজা নীলাম্বৰে।
(iv) ৰজা নৰনাৰায়ণে।
উত্তৰঃ (ii) ৰজা সন্ধ্য়াই।
৮। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক হিচাপে কাক জনা যায়?
(i) নৰনাৰায়ণ।
(ii) চিলাৰায়।
(iii) হৰিয়া মণ্ডল।
(iv) বিশ্বসিংহ।
উত্তৰঃ (iv) বিশ্বসিংহ।
৯। ‘গোহাঁই কমল আলি’ নামৰ ঐতিহাসিক পথটো কোনজন কোচ ৰজাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল?
(i) বিশ্বসিংহৰ দিনত।
(ii) নৰনাৰায়ণৰ দিনত।
(iii) ৰুদ্ৰসিংহৰ দিনত।
(iv) প্ৰতাপ সিংহৰ দিনত।
উত্তৰঃ (ii) নৰনাৰায়ণৰ দিনত।
১০। ১২২৮ খ্ৰীষ্টাব্দত পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰোঁতে আহোমসকলক কোনে নেতৃত্ব দিছিল?
(i) চুহুংমুঙে।
(ii) চুকাফাই।
(iii) প্ৰতাপ সিংহই।
(iv) ৰুদ্ৰ সিংহই।
উত্তৰঃ (ii) চুকাফাই।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


