SEBA Class 7 History MCQ Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History MCQ Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি in Assamese and select need one. SCERT Class 7 History Multiple Choice Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস MCQ Solutions in Assamese.
SEBA Class 7 History MCQ Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Objective Type Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) MCQs Question Answer in Assamese for All Chapters, You can practice these here.
মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি
Chapter: 3
| MCQ |
১। আহোম সমাজ মূলতঃ কেইটা ফৈদত বিভক্ত আছিল?
(i) পাঁচটা।
(ii) সাতটা।
(iii) নটা।
(iv) বাৰটা।
উত্তৰঃ (ii) সাতটা।
২। আহোম সমাজৰ সাতটা ফৈদক একেলগে কি বোলা হৈছিল?
(i) সাতঘৰীয়া আহোম।
(ii) চাংমাই।
(iii) চাউদাং।
(iv) ঘৰফলীয়া।
উত্তৰঃ (i) সাতঘৰীয়া আহোম।
৩। কোন শতিকাত বৌদ্ধধৰ্মাৱলম্বী খামটি আৰু ফাকিয়ালসকল অসমীয়া সমাজৰ অংশ হৈ পৰিছিল?
(i) ১৫ শতিকাত।
(ii) ১৬ শতিকাত।
(iii) ১৭ শতিকাত।
(iv) ১৮ শতিকাত।
উত্তৰঃ (iv) ১৮ শতিকাত।
৪। মধ্যযুগৰ অসমত লিখা-মেলাত পাৰ্গতসকলক কি বোলা হৈছিল?
(i) সোণকটীয়া।
(ii) খনিকৰ।
(iii) আখৰকটীয়া।
(iv) মৰিয়া।
উত্তৰঃ (iii) আখৰকটীয়া।
৫। মধ্যযুগৰ অসমীয়া সমাজত তলৰ কোনটো প্ৰথাৰ প্ৰচলন নাছিল?
(i) দাস-প্ৰথা।
(ii) পৰ্দা আৰু যৌতুক প্ৰথা।
(iii) গা-ধন দিয়া প্ৰথা।
(iv) সতীদাহ প্ৰথা।
উত্তৰঃ (ii) পৰ্দা আৰু যৌতুক প্ৰথা।
৬। মধ্যযুগৰ অসমৰ অৰ্থনীতিৰ মূল ভেটি কি আছিল?
(i) বেহা-বেপাৰ।
(ii) মীন পালন।
(iii) কৃষি।
(iv) শিল্প।
উত্তৰঃ (iii) কৃষি।
৭। ব্যৱসায়-বাণিজ্যৰ উন্নতিৰ বাবে কোন ৰজাৰ দিনত মুদ্ৰাৰ প্ৰচলন হৈছিল?
(i) আহোম ৰজা।
(ii) কছাৰী ৰজা।
(iii) চুতীয়া ৰজা।
(iv) কোচ ৰজা।
উত্তৰঃ (iv) কোচ ৰজা।
৮। বংগ আৰু মোগলসকলৰ লগত বেহা-বেপাৰ চলি থকা আটাইতকৈ উল্লেখযোগ্য চকীখনৰ নাম কি আছিল?
(i) মৰঙী চকী।
(ii) জাগী চকী।
(iii) কান্দাহাৰ বা হাদিৰা চকী।
(iv) শদিয়া চকী।
উত্তৰঃ (iii) কান্দাহাৰ বা হাদিৰা চকী।
৯। কান্দাহাৰ বা হাদিৰা চকীসমূহৰ দায়িত্বত থকা বিষয়াজনক কি বোলা হৈছিল?
(i) বৰবৰুৱা।
(ii) চকীয়াল বৰুৱা।
(iii) বৰগোহাঁই।
(iv) ফুকন।
উত্তৰঃ (ii) চকীয়াল বৰুৱা।
১০। মধ্যযুগৰ অসমৰ পৰা ৰপ্তানি হোৱা এবিধ উল্লেখযোগ্য সামগ্ৰী কি আছিল?
(i) নিমখ।
(ii) লা।
(iii) ঘিউ।
(iv) চেনি।
উত্তৰঃ (ii) লা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


