SEBA Class 7 History Chapter 4 মোৱামৰীয়া বিদ্রোহ Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History Chapter 4 মোৱামৰীয়া বিদ্রোহ Solutions and select need one. SCERT Class 7 History Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস Solutions in Assamese.
SEBA Class 7 History Chapter 4 মোৱামৰীয়া বিদ্রোহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) Question Answer in Assamese for All Chapters, You can practice these here.
মোৱামৰীয়া বিদ্রোহ
Chapter: 4
| অনুশীলনী |
তলৰ প্রশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰৰ কাষৰ চিনটো পূৰ কৰা—
১। কোনগৰাকী স্বৰ্গদেউৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্রোহৰ আৰম্ভণি হৈছিল?
(ক) গদাধৰ সিংহ।
(খ) প্রতাপ সিংহ।
(গ) লক্ষ্মী সিংহ।
(ঘ) ৰুদ্ৰ সিংহ।
উত্তৰঃ (গ) লক্ষ্মী সিংহ।
২। কিমান খ্রীষ্টাব্দত যোৰহাটত আহোম ৰাজ্যৰ নতুন ৰাজধানী স্থাপন কৰা হয়?
(ক) ১৭৭০
(খ) ১৭৮৬
(গ) ১৭৯২
(ঘ) ১৭৯৪
উত্তৰঃ (ঘ) ১৭৯৪
৩। মটক ৰাজ্যৰ প্রতিষ্ঠাপক ৰজাজনৰ নাম কি আছিল?
(ক) গৌৰীনাথ সিংহ।
(খ) সর্বানন্দ সিংহ।
(গ) গদাধৰ সিংহ।
(ঘ) কমলেশ্বৰ সিংহ।
উত্তৰঃ (খ) সর্বানন্দ সিংহ।
৪। মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ কোনগৰাকী স্বৰ্গদেউৱে ইংৰাজৰ সহায় লৈছিল?
(ক) গৌৰীনাথ সিংহ।
(খ) লক্ষ্মী সিংহ।
(গ) গদাধৰ সিংহ।
(ঘ) কমলেশ্বৰ সিংহ।
উত্তৰঃ (ক) গৌৰীনাথ সিংহ।
৫। বর্তমানৰ কোনখন ঠাইক কেন্দ্র কৰি মটক ৰাজ্য গঢ়ি উঠিছিল?
(ক) যোৰহাট।
(খ) ৰংপুৰ।
(গ) তিনিচুকীয়া।
(ঘ) গুৱাহাটী।
উত্তৰঃ (গ) তিনিচুকীয়া।
৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—
| ‘ক’ | ‘খ’ |
| মায়ামৰা সত্ৰ | ৰাঘৱ মৰাণ |
| আউনিআটি সত্র | ভৰত সিংহ |
| বৰবৰুৱা | নিৰঞ্জনদেৱ |
| ৰংপুৰ | নিত্যানন্দদেৱ |
উত্তৰঃ
| ‘ক’ | ‘খ’ |
| মায়ামৰা সত্ৰ | নিত্যানন্দদেৱ |
| আউনিআটি সত্র | নিৰঞ্জনদেৱ |
| বৰবৰুৱা | ৰাঘৱ মৰাণ |
| ৰংপুৰ | ভৰত সিংহ |
৭। শব্দ শৃংখল—
থিয়কৈ—
(ক) মায়ামৰীয়াসকলৰ স্বতন্ত্র ৰাজ্য (৩ টা)।
উত্তৰঃ মটক।
(খ) মায়ামৰীয়াসকলৰ এগৰাকী ৰজা (৪ টা)।
উত্তৰঃ সৰ্বানন্দ।
পথালিকৈ—
(গ) তিনিচুকীয়াৰ পুৰণি নাম (৪ টা)।
উত্তৰঃ বেংমৰা।
(ঘ) আহোম ৰাজ্যত মায়ামৰীয়াসকলে নিয়োজিত হৈ থকা বৃত্তি (৩ টা)।
উত্তৰঃ পাইক।
৮। চমু উত্তৰ দিয়া। (৩০ টা মান শব্দৰ ভিতৰত)
(ক) মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ কি আছিল?
উত্তৰঃ আহোম ৰাজশক্তিৰ প্ৰতি মায়ামৰা সত্ৰৰ ক্ৰমবৰ্ধমান ক্ষমতা এক ডাঙৰ ভাবুকি হৈ পৰিছিল। তদুপৰি, কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মায়ামৰীয়া মহন্তক মিছা অপবাদত কৰা অপমান আৰু ৰাজনৈতিক হস্তক্ষেপেই আছিল এই বিদ্ৰোহৰ প্ৰধান ৰাজনৈতিক কাৰণ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:


