🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

SEBA Class 7 History Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি

SEBA Class 7 History Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি Solutions and select need one. SCERT Class 7 History Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস Solutions in Assamese.

SEBA Class 7 History Chapter 3 মধ্যযুগৰ অসমৰ সমাজ আৰু সংস্কৃতি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 3

অনুশীলনী

তলৰ প্রশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰৰ কাষৰ চিনটো পূৰ কৰা—

১। আহোমসকল কেইটা ফৈদত বিভক্ত আছিল?

(ক) ১২

(খ) ৭

(গ) ৫

(ঘ) ২

উত্তৰঃ (খ) ৭

২। চৌকিয়াল বৰুৱাৰ দায়িত্ব কি আছিল?

(ক) বেহা-বেপাৰৰ চৌকি।

(খ) ৰজাঘৰীয়া ৰন্ধা-বঢ়া।

(গ) ৰাজসভাৰ আসন।

(ঘ) চোৰ-ডকাইতৰপৰা নিৰাপত্তা।

উত্তৰঃ (ক) বেহা-বেপাৰৰ চৌকি।

৩। মধ্যযুগৰ অসমৰ উল্লেখযোগ্য বাণিজ্যকেন্দ্র কোনটো আছিল।

(ক) গুৱাহাটী।

(খ) ডিব্রুগড়।

(গ) শদিয়া।

(ঘ) গোৱালপাৰা।

উত্তৰঃ (গ) শদিয়া।

৪। মধ্যযুগৰ অসমৰ দৌলবোৰৰ নির্মাণশৈলী কাৰদ্বাৰা প্ৰভাৱান্বিত আছিল?

(ক) দক্ষিণ ভাৰতৰ মন্দিৰ।

(খ) বংগৰ মঠ।

(গ) উত্তৰ ভাৰতৰ মন্দিৰ।

(ঘ) ওড়িশাৰ মন্দিৰ।

উত্তৰঃ (গ) উত্তৰ ভাৰতৰ মন্দিৰ।

৫। আহোম যুগৰ কোনটো কীর্তিস্তম্ভৰ তিনিটা মহলা ভূ-পৃষ্ঠৰ তলত আছিল?

(ক) কাৰেংঘৰ।

(খ) তলাতল ঘৰ।

(গ) ৰংঘৰ।

(ঘ) শিৱদৌল।

উত্তৰঃ (খ) তলাতল ঘৰ।

৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’‘খ’
খাৰঘৰীয়াৰঙৰ কাম কৰোঁতা
ৰহণকাৰবাৰুদৰ কাম কৰোঁতা
মৰিয়াসোণ-ৰূপৰ কাম কৰোঁতা
গুণাবটীয়াকাঁহ-পিতলৰ কাম কৰোঁতা

উত্তৰঃ 

‘ক’‘খ’
খাৰঘৰীয়াবাৰুদৰ কাম কৰোঁতা
ৰহণকাৰৰঙৰ কাম কৰোঁতা
মৰিয়াকাঁহ-পিতলৰ কাম কৰোঁতা
গুণাবটীয়াসোণ-ৰূপৰ কাম কৰোঁতা

৭। শব্দ শৃংখল—

থিয়কৈ—

(ক) মধ্যযুগৰ অসমৰ বৌদ্ধ ধর্মাৱলম্বী গোট (৪ টা)।

উত্তৰঃ ফাকিয়াল।

(খ) এখন বেহা-বেপাৰৰ হাট (৫ টা)।

উত্তৰঃ কছাৰীঘাট।

পথালিকৈ—

(ক) লিখা-মেলাত পাৰ্গতসকল (৬ টা)।

উত্তৰঃ আখৰকটীয়া।

(খ) শিলৰ সাঁকো সজাত নিয়োজিত পাইক (৫ টা)।

উত্তৰঃ শিলকটীয়া।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top