SEBA Class 7 History Chapter 1 মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ সমল

SEBA Class 7 History Chapter 1 মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ সমল Question Answer Assamese Medium As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 History Chapter 1 মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ সমল Solutions and select need one. SCERT Class 7 History Notes in Assamese Download PDF. SCERT Class 7 অসমৰ ইতিহাস Solutions in Assamese.

SEBA Class 7 History Chapter 1 মধ্যযুগৰ অসমৰ ইতিহাস অধ্যয়নৰ সমল

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 History of Assam Notes Assamese Medium are part of All Subject Solutions. Here we have given SCERT Class 7 Axomor Itihas (অসমৰ ইতিহাস) Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 1

অনুশীলনী

তলৰ প্ৰশ্নবোৰৰ (১ নং ৰপৰা ৫ নং লৈ) শুদ্ধ উত্তৰৰ কাষৰ” চিনটো পূৰ কৰা-

১। বুৰঞ্জীবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ কাক দায়িত্ব দিয়া হৈছিল?

(ক) ৰজাক।

(খ) লিপিকাৰ।

(গ) গন্ধিয়াক।

(ঘ) মন্ত্রীক।

উত্তৰঃ (গ) গন্ধিয়াক।

২। টাই-আহোম ভাষাত লিখা একমাত্ৰ বুৰঞ্জীখনৰ নাম কি?

(ক) তুংখুঙীয়া বুৰঞ্জী।

(খ) দেওধাই অসম বুৰঞ্জী।

(গ) আহোম বুৰঞ্জী।

(ঘ) অসম বুৰঞ্জী।

উত্তৰঃ (গ) আহোম বুৰঞ্জী।

৩। ‘দৰঙ্গ ৰাজবংশাৱলী’ত কোনটো ৰাজবংশৰ কথা লিপিৱদ্ধ কৰা আছে?

(ক) আহোম।

(খ) কোচ।

(গ) কছাৰী।

(ঘ) জয়ন্তীয়া।

উত্তৰঃ (খ) কোচ।

৪। কোনখন পুথিত কমতাপুৰ ৰাজ্যৰ বিষয়ে তথ্য সন্নিৱিষ্ট কৰা আছে?

(ক) তবাকাত-ই-নাচিৰি।

(খ) ফাতিয়া-ই-ইব্রিয়া।

(গ) আলমগীৰনামা।

(ঘ) তাৰিখ-ই-ফিৰোজশ্বাহী।

উত্তৰঃ (ক) তবাকাত-ই-নাচিৰি।

৫। মুদ্রাই ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত কেনেধৰণৰ তথ্য যোগান ধৰে?

(ক) শাসকৰ নাম আৰু শাসনকাল।

(খ) যুদ্ধ-বিগ্রহ।

(গ) শাসকৰ জীৱনী।

(ঘ) প্ৰজাৰ জীৱন-ধাৰণ প্ৰণালী।

উত্তৰঃ (ক) শাসকৰ নাম আৰু শাসনকাল।

৬। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

‘ক’‘খ’
বুৰঞ্জীশিলৰ সাঁকো
কানাই বৰশী বোৱামাধৱদেৱ
আদিচৰিত পুথিশিলালিপি
নামদাংজ্ঞানৰ ভঁৰাল

উত্তৰঃ 

‘ক’‘খ’
বুৰঞ্জীজ্ঞানৰ ভঁৰাল
কানাই বৰশী বোৱাশিলালিপি
আদিচৰিত পুথিমাধৱদেৱ
নামদাংশিলৰ সাঁকো

৭। শব্দ শৃংখল—

থিয়কৈ—

(ক) মাধৱদেৱে ৰচনা কৰা পুথি (৫ টা)।

উত্তৰঃ আদিচৰিত।

(খ) নগাঁওত উদ্ধাৰ হোৱা শিলালিপি (৪ টা)।

উত্তৰঃ বৰগংগা।

(গ) মুদ্রা প্রস্তুতকর্তা কোচ ৰজা (৬ টা)।

উত্তৰঃ নৰনাৰায়ণ।

পথালিকৈ—

(ক) বুৰঞ্জী লিখা প্রথা অসমত আৰম্ভ কৰা ৰাজবংশ (৩ টা)।

উত্তৰঃ আহোম।

(ঘ) আহোম শাসকসকলৰ বিষয়ে তথ্য সন্নিৱিষ্ট থকা বিদেশী পুথি (৮ টা)।

উত্তৰঃ ফাতিয়া-ই-ইব্ৰিয়া।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top