Niketan Class 5 Social Chapter 1 সমাজ বিদ্যা পৰিচয়

Niketan Class 5 Social Chapter 1 সমাজ বিদ্যা পৰিচয়, Sankardev Chapter 1 সমাজ বিদ্যা পৰিচয় Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 1 সমাজ বিদ্যা পৰিচয়

Join Telegram channel

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 1 সমাজ বিদ্যা পৰিচয় gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

সমাজ বিদ্যা পৰিচয়

Chapter – 1

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। সমাজ বিদ্যা বুলিলে কি বুজা ? 

উত্তৰঃ মানৱ সমাজৰ বিভিন্ন দিশৰ পদ্ধতিগত অধ্যয়নেই হল সমাজ বিদ্যা । 

প্রশ্ন ২। সমাজ বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া কোনাে অঞ্চল বা ঠাইত বহুতাে মানুহ সামূহিক উদ্দেশ্যত একেলগে কাম কৰাৰ মানসিকতাৰে সমিলমিলেৰে বসবাস কৰে তেতিয়া, সেই জনসমষ্টিটোক সমাজ বুলি কোৱা হয় । কোনাে সামূহিক উদ্দেশ্য নােহােৱাকৈ মানুহ একে ঠাইতে লগ লগাটোক সমাজ বুলিব নােৱাৰি।

প্রশ্ন ৩। সমাজ বিদ্যাক কিয় সমাজ বিজ্ঞান বুলি কোৱা হয় ? 

উত্তৰঃ বিজ্ঞানত বিভিন্ন বিষয়ৰ অধ্যয়নৰ বাবে কিছুমান পৰীক্ষা কৰা হয় আৰু পৰীক্ষাৰ ফলবোৰ প্রণালীবদ্ধভাৱে চালি – জাৰি চোৱা হয় । তাৰে ভিত্তিতে একোটা সিদ্ধান্ত গ্রহণ কৰা হয় । সমাজ বিদ্যাতাে সমাজত কি পৰিৱৰ্তন ঘটিল , এই পৰিৱৰ্তনৰ ফল কি হ’ল আৰু তাৰ পৰা আমি কি শিকিলে বা বুজিলোঁ এনেধৰণে পদ্ধতিগতভাৱে অধ্যয়ন কৰা হয় । সেইবাবেই ইয়াক ‘ সমাজ বিজ্ঞান বুলি কোৱা হয় ।

প্রশ্ন ৪। সমাজ বিদ্যাৰ অধ্যয়নৰ চাৰিটা দিশ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) ভৌগােলিক দিশ । 

( খ ) অর্থনৈতিক দিশ । 

( গ ) প্রশাসনিক দিশ । আৰু

( ঘ ) পাৰম্পৰিক আৰু সাংস্কৃতিক দিশ । 

প্রশ্ন ৫। পৰম্পৰা বুলিলে কি বুজা ? 

উত্তৰঃ সমাজ এখনত পূর্বৰে পৰা চলি অহা নীতি – নিয়মবােৰকে পৰম্পৰা বােলে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top