Niketan Class 5 Social Chapter 1 সমাজ বিদ্যা পৰিচয়

Niketan Class 5 Social Chapter 1 সমাজ বিদ্যা পৰিচয়, Sankardev Chapter 1 সমাজ বিদ্যা পৰিচয় Class 5 Social Science Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Social Chapter 1 সমাজ বিদ্যা পৰিচয়

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Sankardev Class 5 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Social Science Chapter 1 সমাজ বিদ্যা পৰিচয় gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

সমাজ বিদ্যা পৰিচয়

Chapter – 1

সমাজ বিজ্ঞান

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। সমাজ বিদ্যা বুলিলে কি বুজা ? 

উত্তৰঃ মানৱ সমাজৰ বিভিন্ন দিশৰ পদ্ধতিগত অধ্যয়নেই হল সমাজ বিদ্যা । 

প্রশ্ন ২। সমাজ বুলিলে কি বুজা ? 

উত্তৰঃ যেতিয়া কোনাে অঞ্চল বা ঠাইত বহুতাে মানুহ সামূহিক উদ্দেশ্যত একেলগে কাম কৰাৰ মানসিকতাৰে সমিলমিলেৰে বসবাস কৰে তেতিয়া, সেই জনসমষ্টিটোক সমাজ বুলি কোৱা হয় । কোনাে সামূহিক উদ্দেশ্য নােহােৱাকৈ মানুহ একে ঠাইতে লগ লগাটোক সমাজ বুলিব নােৱাৰি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

প্রশ্ন ৩। সমাজ বিদ্যাক কিয় সমাজ বিজ্ঞান বুলি কোৱা হয় ? 

উত্তৰঃ বিজ্ঞানত বিভিন্ন বিষয়ৰ অধ্যয়নৰ বাবে কিছুমান পৰীক্ষা কৰা হয় আৰু পৰীক্ষাৰ ফলবোৰ প্রণালীবদ্ধভাৱে চালি – জাৰি চোৱা হয় । তাৰে ভিত্তিতে একোটা সিদ্ধান্ত গ্রহণ কৰা হয় । সমাজ বিদ্যাতাে সমাজত কি পৰিৱৰ্তন ঘটিল , এই পৰিৱৰ্তনৰ ফল কি হ’ল আৰু তাৰ পৰা আমি কি শিকিলে বা বুজিলোঁ এনেধৰণে পদ্ধতিগতভাৱে অধ্যয়ন কৰা হয় । সেইবাবেই ইয়াক ‘ সমাজ বিজ্ঞান বুলি কোৱা হয় ।

প্রশ্ন ৪। সমাজ বিদ্যাৰ অধ্যয়নৰ চাৰিটা দিশ উল্লেখ কৰা । 

উত্তৰঃ ( ক ) ভৌগােলিক দিশ । 

( খ ) অর্থনৈতিক দিশ । 

( গ ) প্রশাসনিক দিশ । আৰু

( ঘ ) পাৰম্পৰিক আৰু সাংস্কৃতিক দিশ । 

প্রশ্ন ৫। পৰম্পৰা বুলিলে কি বুজা ? 

উত্তৰঃ সমাজ এখনত পূর্বৰে পৰা চলি অহা নীতি – নিয়মবােৰকে পৰম্পৰা বােলে ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top