Class 8 Social Science MCQ Chapter 23 ভাৰতৰ সংবিধান

Class 8 Social Science MCQ Chapter 23 ভাৰতৰ সংবিধান Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 23 ভাৰতৰ সংবিধান Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 23 ভাৰতৰ সংবিধান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

ভাৰতৰ সংবিধান

Chapter – 23

PART – III: POLITICAL SCIENCE

MCQ

১। কিমান চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰৱৰ্তন কৰা হয়?

(ক) ১৯৯০ চনত।

(খ) ১৮৬৭ চনত।

(গ) ১২২৮ চনত।

(ঘ) ১৮৫৭ চনত।

উত্তৰঃ (ঘ) ১৮৫৭ চনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কিমান চনত বৃটিছ চৰকাৰে এক আইন প্ৰনয়ণ কৰি ভাৰতৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা গ্ৰেট বৃটেইনৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ নিয়ে?

(ক) ১৮৫৮ চনত।

(খ) ১৫৫৬ চনত।

(গ) ১৯৯৫ চনত।

(ঘ) ১৮৮২ চনত।

উত্তৰঃ (ক) ১৮৫৮ চনত।

৩। কিমান চনত ‘ভাৰত পৰিষদ আইন’ গ্ৰহণ কৰে?

(ক) ১৮৮৫ চনত।

(খ) ১৮৬১ চনত।

(গ) ১২২৫ চনত।

(ঘ) ১৯৯৭ চনত।

উত্তৰঃ (খ) ১৮৬১ চনত।

৪। কিমান চনত ‘ভাৰত পৰিষদ আইন’ গৃহীত হোৱাৰপৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা হয়?

(ক) ১১৮৮ চনত।

(খ) ১৬৬৭ চনত।

(গ) ১৮৯২ চনত।

(ঘ) ১৫৫৭ চনত।

উত্তৰঃ (গ) ১৮৯২ চনত।

৫। কিমান চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল?

(ক) ১৯০৯ চনত।

(খ) ১৮৭৭ চনত।

(গ) ১৯৯০ চনত।

(ঘ) ১৬৬০ চনত।

উত্তৰঃ (ক) ১৯০৯ চনত।

৬। কিমান চনত ‘ভাৰত চৰকাৰ আইন’ ভাৰতত এক প্ৰকাৰৰ স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল?

(ক) ১৯১৯ চনত।

(খ) ১৮৮৭ চনত।

(গ) ১২২৬ চনত।

(ঘ) ১৮৮৯ চনত।

উত্তৰঃ (ক) ১৯১৯ চনত।

৭। কিমান চনত ভাৰত চৰকাৰ আইন অনুসৰি পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়?

(ক) ১৫৫৩ চনত।

(খ) ১৯৩৫ চনত।

(গ) ১৫৫৮ চনত।

(ঘ) ১৯৯১ চনত।

উত্তৰঃ (খ) ১৯৩৫ চনত।

৮। কিমান চনত মহাত্মা গান্ধীয়ে দেশখনৰ বাবে ভাৰতীয়সকলক এখন সংবিধান দাবী কৰিছিল?

(ক) ১৯৩৫ চনত।

(খ) ১২২৭ চনত।

(গ) ১৯২২ চনত।

(ঘ) ১২২০ চনত।

উত্তৰঃ (ক) ১৯৩৫ চনত।

৯। কিমান চনত স্বৰাজ পাৰ্টিয়ে সংবিধান ৰচনা কৰিবৰ বাবে এখন সংবিধান সভাৰ দাবী তুলিছিল?

(ক) ১৯০৯ চনত।

(খ) ১৬৬৯ চনত।

(গ) ১৮২৬ চনত।

(ঘ) ১৯২৪ চনত।

উত্তৰঃ (ঘ) ১৯২৪ চনত।

১০। কিমান চনত চাইমন কমিচন প্ৰতিবেদন মতে ভাৰতৰ এখন সুকীয়া সংবিধান ৰচনা কৰাত গুৰুত্ব দিয়া হয়?

(ক) ১৯২৭ চনত।

(খ) ১৭৭৮ চনত।

(গ) ১৯৮৫ চনত।

(ঘ) ১৮৮৫ চনত।

উত্তৰঃ (ক) ১৯২৭ চনত।

১১। কিমান চনত মতিলাল নেহৰু সভাপতিত্বত প্ৰকাশ হোৱা নেহৰু প্ৰতিবেদনে ভাৰতৰ সংবিধান ৰচনাত অন্যতম ভূমিকা পালন কৰিছিল?

(ক) ১৮৮৯ চনত।

(খ) ১৯২৮ চনত।

(গ) ১৯৯৩ চনত।

(ঘ) ১৮৮৫ চনত।

উত্তৰঃ (খ) ১৯২৮ চনত।

১২। কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এখন সংবিধান সভা গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে?

(ক) ১৮৮০ চনত।

(খ) ১৬৬৭ চনত।

(গ) ১৯৩৪ চনত।

(ঘ) ১৭৭৩ চনত।

উত্তৰঃ (গ) ১৯৩৪ চনত।

১৩। কিমান চনত এক সুকীয়া সংবিধানৰ দাবী মানি লৈছিল?

(ক) ১৯৪০ চনৰ।

(খ) ১৯৯২ চনত।

(গ) ১৮৮২ চনত।

(ঘ) ১৯২৫ চনত।

উত্তৰঃ (ক) ১৯৪০ চনৰ।

১৪। কিমান চনত কেবিনেট মিছন ভাৰতলৈ আহে?

(ক) ১৮৮০ চনত।

(খ) ১৯৪৬ চনত।

(গ) ১২১৫ চনত।

(ঘ) ১৭৭২ চনত।

উত্তৰঃ (খ) ১৯৪৬ চনত।

১৫। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

(ক) কল্পনা চাউলা।

(খ) সুবাস চন্দ্ৰ বোস।

(গ) ইন্দিৰা গান্ধী।

(ঘ) পণ্ডিত জৱাহৰলাল নেহৰু।

উত্তৰঃ (ঘ) পণ্ডিত জৱাহৰলাল নেহৰু।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

Scroll to Top