🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Science MCQ Chapter 18 মানৱ সম্পদ উন্নয়ন

Class 8 Social Science MCQ Chapter 18 মানৱ সম্পদ উন্নয়ন Solutions, SEBA Class 8 Social Science MCQ Question Answer, Class 8 Social Science MCQ Chapter 18 মানৱ সম্পদ উন্নয়ন Notes to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Social Science Objective Types Notes and select needs one.

Class 8 Social Science MCQ Chapter 18 মানৱ সম্পদ উন্নয়ন

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Social Science MCQ Part – I: Geography, Social Science MCQ Part – II: History, Social Science MCQ Part – III: Political Science and Economics SCERT All Subject Solutions. Here we have given SEBA Class 8 Social Science Multiple Choice Question Answer PDF Download for All Subject, You can practice these here.

মানৱ সম্পদ উন্নয়ন

Chapter – 18

PART – III: ECONOMICS

MCQ

১। প্ৰথম পৰিয়ালৰ মুৰব্বীজন গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ কি হয়?

(ক) শিক্ষক হয়।

(খ) খেতিয়ক হয়।

(গ) ডাক্তৰ হয়।

(ঘ) পুলিচ হয়।

উত্তৰঃ (ক) শিক্ষক হয়।

২। প্ৰথম পৰিয়ালৰ ল’ৰা কেইজন?

(ক) তিনিজন।

(খ) দুজন।

(গ) চাৰিজন।

(ঘ) ছয়জন।

উত্তৰঃ (খ) দুজন।

৩। দ্বিতীয় পৰিয়ালটোৰ মুৰব্বীজন কি হয়?

(ক) শিক্ষক হয়।

(খ) পুলিচ হয়।

(গ) বৃত্তিৰ খেতিয়ক হয়।

(ঘ) ইঞ্জিনীয়াৰ হয়।

উত্তৰঃ (গ) বৃত্তিৰ খেতিয়ক হয়।

৪। পৰিয়ালটোৰ ছোৱালীজনীৰ সোঁ ভৰিখন কি আছিল?

(ক) দীঘল আছিল।

(খ) বেঁকা আছিল।

(গ) চুটি আছিল।

(ঘ) সমান আছিল।

উত্তৰঃ (গ) চুটি আছিল।

৫। কোনটো পৰিয়ালৰ মানুহখিনি মানৱ সম্পদ হিচাপে বিবেচিত হৈছে?

(ক) তৃতীয়।

(খ) প্ৰথম।

(গ) চতুৰ্থ।

(ঘ) দ্বিতীয়।

উত্তৰঃ (ঘ) দ্বিতীয়।

৬। আমাৰ চৰকাৰে কিমান শতাংশ অক্ষমতা থকা ব্যক্তিক জটিল অক্ষমতাগ্ৰস্ত ব্যক্তি বুলি বিবেচিত কৰিছে?

(ক) ৮০ শতাংশ।

(খ) ৭৮ শতাংশ।

(গ) ৯০ শতাংশ।

(ঘ) ৫২ শতাংশ।

উত্তৰঃ (ক) ৮০ শতাংশ।

৭। কিমান চনৰপৰা দেশত ‘অক্ষমতাগ্ৰস্ত ব্যক্তিৰ সমান সুযোগ, সুৰক্ষা, অধিকাৰ আৰু সম্পূৰ্ণ অংশগ্ৰহণ আইন প্ৰৱৰ্তন কৰা হৈছিল?

(ক) ২০০৭ চনৰপৰা।

(খ) ১৯৬৫ চনৰপৰা।

(গ) ১৯৮৬ চনৰপৰা।

(ঘ) ১৯৯৫ চনৰপৰা।

উত্তৰঃ (ঘ) ১৯৯৫ চনৰপৰা।

৮। দেশৰ উৎপাদন কাৰ্যৰ কেইটা মূল উপাদান আছে?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) দুইটা।

(ঘ) ছয়টা।

উত্তৰঃ (খ) চাৰিটা।

৯। ভাৰতৰ মুঠ জনসংখ্যা কিমান জন?

(ক) ১২১,০১,৯৩,৪২২ জন।

(খ) ১৬৫,০৮,৫৪,৪৭৭ জন।

(গ) ১৮৭,০৬,৩২,৩৮৮ জন।

(ঘ) ১২৩,০২,৫৩,২৭৭ জন।

উত্তৰঃ (ক) ১২১,০১,৯৩,৪২২ জন।

১০। ভাৰতৰ আয়তন কিমান বৰ্গ কিল’মিটাৰ?

(ক) ৫৪,৮৯,২৬৪ বৰ্গ কিল’মিটাৰ।

(খ) ৩২,৭৮,২৬৩ বৰ্গ কিল’মিটাৰ।

(গ) ৩৯,৭২,২৭১ বৰ্গ কিল’মিটাৰ।

(ঘ) ৩০,৫৩,২৬১ বৰ্গ কিল’মিটাৰ।

উত্তৰঃ (খ) ৩২,৭৮,২৬৩ বৰ্গ কিল’মিটাৰ।

১১। জনসংখ্যাৰ ঘনত্ব কিমান জন আছিল?

(ক) ৫৬৩ জন আছিল।

(খ) ২৮৪ জন আছিল।

(গ) ৩৮২ জন আছিল।

(ঘ) ৪২৩ জন আছিল।

উত্তৰঃ (গ) ৩৮২ জন আছিল।

১২। যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নক কি বুলি কোৱা হয়?

(ক) নিৰ্দেশক।

(খ) জনমূৰি আয়।

(গ) বৃত্তি।

(ঘ) বৃত্তিমূলক শিক্ষা।

উত্তৰঃ (ক) নিৰ্দেশক।

১৩। গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ কি কাৰক?

(ক) চতুৰ্থ কাৰক।

(খ) প্ৰাথমিক কাৰক।

(গ) দ্বিতীয় কাৰক।

(ঘ) তৃতীয় কাৰক।

উত্তৰঃ (খ) প্ৰাথমিক কাৰক।

১৪। ২০১১ চনৰ মতে ভাৰতৰ মুঠ শিক্ষিতৰ হাৰ কিমান?

(ক) ৬৫.০৪

(খ) ৪৫.০২

(গ) ৭৪.০৪

(ঘ) ৬৪.০৮

উত্তৰঃ (গ) ৭৪.০৪

১৫। ২০১১ চনৰ অনুসৰি জাপানৰ মুঠ শিক্ষিতৰ হাৰ কিমান?

(ক) ৯৯.০

(খ) ৬৫.৫

(গ) ৬৬.৪

(ঘ) ৭৭.০

উত্তৰঃ (ক) ৯৯.০

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top