Class 4 Environmental Studies MCQ Chapter 4 শাক-পাচলিৰ বাগিচা Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.
Class 4 Environmental Studies MCQ Chapter 4 শাক-পাচলিৰ বাগিচা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.
শাক-পাচলিৰ বাগিচা
Chapter – 4
| MCQ |
১। আমাৰ প্ৰধান আহাৰ কি?
(ক) পৰাঠা।
(খ) ৰুটি।
(গ) ভাত।
(ঘ) দাইল।
উত্তৰঃ (গ) ভাত।
২। ক’ৰ পৰা আমি চাউল পাওঁ?
(ক) আহু ধানৰ পৰা।
(খ) ৰঞ্জনা ধানৰ পৰা।
(গ) ৰঞ্জিত ধানৰ পৰা।
(ঘ) বংগবন্ধু ধানৰ পৰা।
উত্তৰঃ (গ) ৰঞ্জিত ধানৰ পৰা।
৩। কুঁহিয়াৰৰ পৰা কি তৈয়াৰ কৰা হয়?
(ক) ৰস।
(খ) চেনি।
(গ) গুড়।
(ঘ) মৈদা।
উত্তৰঃ (খ) চেনি।
৪। ঋতু কেইটা?
(ক) চাৰিটা।
(খ) পাঁচটা।
(গ) ছয়টা।
(ঘ) সাতটা।
উত্তৰঃ (গ) ছয়টা।
৫। শাক-পাচলি খেতি কেতিয়া কৰা হয়?
(ক) গ্ৰীষ্ম কালত।
(খ) শীত কালত।
(গ) শৰৎ কালত।
(ঘ) বাৰিষা কালত।
উত্তৰঃ বাৰিষা কালত।
৬। আঘোণ মাহত পথাৰ কেনেকুৱা বৰণৰ হয়?
(ক) ৰঙা।
(খ) হালধীয়া।
(গ) সোণালী।
(ঘ) সেউজীয়া
উত্তৰঃ (গ) সোণালী।
৭। আঘোণ মাহত পথাৰখন কিহে ভৰি থাকে?
(ক) সৰিয়হ।
(খ) ঘেঁহু।
(গ) ধান।
(ঘ) মাহ।
উত্তৰঃ (গ) ধান।
৮। কিহেৰে অধিক মাটি কম সময়ৰ ভিতৰতে চহাব পাৰি?
(ক) কোৰ মাৰি।
(খ) নাঙলেৰে।
(গ) ট্রেক্টৰে।
(ঘ) পাৱাৰ-টিলাৰ।
উত্তৰঃ (গ) ট্রেক্টৰে।
৯। শাওন মাহত পথাৰখন কেনেকুৱা হয়?
(ক) সেউজীয়া।
(খ) ক’লা।
(গ) বগা।
(ঘ) নীলা।
উত্তৰঃ (ক) সেউজীয়া।
১০। মাটি কেইপ্ৰকাৰে চাহোৱা হয়?
(ক) দুই প্ৰকাৰ।
(খ) তিনি প্ৰকাৰ।
(গ) চাৰি প্ৰকাৰ।
(ঘ) পাঁচ প্ৰকাৰ।
উত্তৰঃ (খ) তিনি প্ৰকাৰ।
১১। খেতিৰ কৰা সঁজুলি নাম-
(ক) নাঙল।
(খ) কাঁচি।
(গ) মৈ।
(ঘ) কোৰ।
উত্তৰঃ (ক) নাঙল।
১২। ধান খেতিৰ বাবে যথেষ্ট পৰিমাণে কিহৰ প্ৰয়োজন?
(ক) সাৰৰ প্ৰয়োজন।
(খ) জৈৱিক সাৰ।
(গ) ধানৰ প্ৰয়োজন।
(ঘ) পানীৰ প্ৰয়োজন।
উত্তৰঃ (ঘ) পানীৰ প্ৰয়োজন।
১৩। কি সাৰ ব্যৱহাৰ কৰি মাটি সাৰুৱা কৰি তোলা হয়?
(ক) পচন সাৰ।
(খ) জৈৱিক সাৰ।
(গ) কৃত্ৰিম সাৰ।
(ঘ) গোবৰ সাৰ।
উত্তৰঃ (খ) জৈৱিক সাৰ।
১৪। বীজ সংৰক্ষণ কৰা পাত্ৰটো কি?
(ক) ভঁৰাল।
(খ) ডুলি।
(গ) টোম।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) টোম।
১৫। অসমৰ প্ৰধান শস্য কি?
(ক) কুঁহিয়াৰ।
(খ) মাহ।
(গ) মৰাপাট।
(ঘ) ধান।
উত্তৰঃ (ঘ) ধান।
১৬। কেঁচাই খোৱা এবিধ শাক-পাচলি নাম লিখা।
(ক) গাজৰ।
(খ) মূলা।
(গ) বিট।
(ঘ) তিয়হ।
উত্তৰঃ (ঘ) তিয়হ।
১৭। মচলা জাতীয় শস্য এবিধ নাম লিখা।
(ক) তেল।
(খ) জালুক।
(গ) সৰিয়হ।
(ঘ) মাহ।
উত্তৰঃ (খ) জালুক।
১৮। খৰালি কালত হোৱা শাক-পাচলি নাম-
(ক) মূলা।
(খ) পানীলাও।
(গ) বন্ধাকবি।
(ঘ) ওলকবি।
উত্তৰঃ (গ) বন্ধাকবি।
১৯। ‘তেল’ কিহৰ পৰা তৈয়াৰ কৰা হয়?
(ক) সৰিয়হৰ পৰা।
(খ) মাহৰ পৰা।
(গ) নাৰিকলৰ পৰা।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) সৰিয়হৰ পৰা।
২০। বাৰিষা কালত হোৱা শাক-পাচলি নাম-
(ক) পালেং।
(খ) লফা।
(গ) লাইশাক।
(ঘ) গাজৰ।
উত্তৰঃ (গ) লাইশাক।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

