Class 4 Environmental Studies MCQ Chapter 2 ভিন ভিন প্ৰাণী Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.
Class 4 Environmental Studies MCQ Chapter 2 ভিন ভিন প্ৰাণী
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.
ভিন ভিন প্ৰাণী
Chapter – 2
MCQ |
১। তৃণভোজী প্ৰাণীৰ নাম লিখা।
(ক) হৰিণ।
(খ) গৰু।
(গ) ম’হ।
(ঘ) ছাগলী।
উত্তৰঃ (খ) গৰু।
২। মাংসভোজী প্ৰাণী নাম লিখা।
(ক) শিয়াল।
(খ) সিংহ।
(গ) শগুণ।
(ঘ) বাঘ।
উত্তৰঃ (ক) শিয়াল।
৩। সৰ্বভোজী প্ৰাণীৰ নাম লিখা।
(ক) কুকুৰ।
(খ) কাউৰী।
(গ) ভালুক।
(ঘ) মেকুৰী।
উত্তৰঃ (ঘ) মেকুৰী।
৪। প্ৰাণী কেই প্ৰকাৰৰ?
(ক) চাৰি প্ৰকাৰৰ।
(খ) পাঁচ প্ৰকাৰৰ।
(গ) সাত প্ৰকাৰৰ।
(ঘ) তিনি প্ৰকাৰৰ।
উত্তৰঃ (ঘ) তিনি প্ৰকাৰৰ।
৫। শস্য খোৱা চৰাইৰ নাম-
(ক) পাৰ।
(খ) কপৌ।
(গ) শালিক।
(ঘ) ভাটৌ।
উত্তৰঃ (ক) পাৰ।
৬। ফল-মূল খোৱা চৰাইবিধৰ নাম কি আছিল?
(ক) পাতসিয়া।
(খ) কপৌ।
(গ) হাইঠা।
(ঘ) ভাটৌ।
উত্তৰঃ (ঘ) ভাটৌ।
৭। ভাটৌ চৰাইয়ে কি খায় ভাল পায়?
(ক) অমিতা।
(খ) আপেল।
(গ) ফল-মূল।
(ঘ) তৰমুজ।
উত্তৰঃ (গ) ফল-মূল।
৮। কোনবোৰ চৰাইক চিকাৰী চৰাই বুলি কোৱা হয়?
(ক) বৰটোকোলা।
(খ) ফেঁচা।
(গ) শগুন।
(ঘ) চিলনী।
উত্তৰঃ (খ) ফেঁচা।
৯। কুলি চৰায়ে কাৰ বাহত কণী পাৰে?
(ক) কাউৰী।
(খ) টুনী।
(গ) পাতসিয়া।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) কাউৰী।
১০। হাঁহৰ প্ৰিয় খাদ্য কি আছিল?
(ক) কেঁচু।
(খ) কুমটি।
(গ) শামুক।
(ঘ) মাছ।
উত্তৰঃ (গ) শামুক।
১১। মানুহ কি প্রাণী-
(ক) মাংসভোজী।
(খ) তৃণভোজী।
(গ) সর্বভোজী।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) সৰ্বভোজী।
১২। মাছ খোৱা চৰাই কোন বিধ আছিল?
(ক) ফেঁচা।
(খ) বগলী।
(গ) মাছৰোকা।
(ঘ) কণা বগলী।
উত্তৰঃ (গ) মাছৰোকা।
১৩। কোন বিধ মাছ গাঁতত সোমাই থাকে।
(ক) শিঙি মাছ।
(খ) কাৱৈ।
(গ) মাগুৰ।
(ঘ) কুচিয়া।
উত্তৰঃ (ক) শিঙি মাছ।
১৪। কি চৰাই ঠোঁট ধেনুভিৰীয়া?
(ক) মৌ-পিয়া চৰাই।
(খ) ভাটো চৰাই।
(গ) শালিকা চৰাই।
(ঘ) ঘনচিৰিকা।
উত্তৰঃ (ক) মৌ-পিয়া চৰাই।
১৫। মাংস খোৱা চৰাই কোন বিধ?
(ক) শগুণ।
(খ) বগলি।
(গ) ফেঁচা।
(ঘ) বৰটোকোলা।
উত্তৰঃ (ক) শগুণ।
১৬। কোন বোৰ প্ৰানী তৃণভোজী প্রাণী-
(ক) গৰু, ছাগলি, ম’হ।
(খ) কুকুৰ, মেকুৰী, বাঘ।
(গ) ভালুক, হৰিণ, চিতা বাঘ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) গৰু, ছাগলি, ম’হ।
১৭। বাহ সজাত পাৰ্গত হোৱা চৰাইক কি বোলে?
(ক) শিপিনী।
(খ) দৰ্জী।
(গ) শিপিনী হবও পাৰে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) শিপিনী।
১৮। কোন বোৰ চৰাই ঠোঁট জোঙা আৰু টান?
(ক) শালিকা।
(খ) বগলী।
(গ) কপৌ।
(ঘ) মাছৰোকা।
উত্তৰঃ (ঘ) মাছৰোকা।
১৯। দহিকতৰা চৰাই ৰং কেনেকুৱা?
(ক) ক’লা।
(খ) বগা।
(গ) নীলা।
(ঘ) সেউজীয়া।
উত্তৰঃ (ক) ক’লা।
২০। পেংগুইন চৰাই ক’ত থাকে?
(ক) সাগৰত।
(খ) পুখুৰী।
(গ) বৰফত।
(ঘ) নদীত।
উত্তৰঃ (গ) বৰফত।