Class 4 Environmental Studies MCQ Chapter 1 গছ-গছনিৰ কথা

Class 4 Environmental Studies MCQ Chapter 1 গছ-গছনিৰ কথা Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 1 গছ-গছনিৰ কথা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 1

MCQ

১।  উদ্ভিদক কেইটা ভাগত ভগাব পাৰি? 

(ক) ৩ টা।

(খ) ৪ টা।

(গ) ৬ টা।

(ঘ) ৫ টা।

উত্তৰঃ (খ) ৪ টা 

২। মাটিৰ তলত থকা অংশটো কি?

(ক) শিপা।

(খ) ডাল।

(গ) পাত।

(ঘ) কাণ্ড।

উত্তৰঃ (ক) শিপা।

৩। ফুলৰ পৰা কি হয়?

(ক) গছ।

(খ) ফল।

(গ) গুটি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ফল।

৪। উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্যত কি গেছ এৰি দিয়ে?

(ক) কার্বন-ডাই-অক্সাইড।

(খ) বায়ু।

(গ) অক্সিজেন।

(ঘ) নাইট্ৰজেন।

 উত্তৰঃ (গ) অক্সিজেন।

৫। উদ্ভিদৰ পৰা আমি কি কি লাগতিয়াল সামগ্রী পাওঁ।

(ক) ফল-মূল।

(খ) পানী লাও।

(গ) শাক-পাচলি।

(ঘ) শস্য।

উত্তৰঃ (গ) শাক-পাচলি।

৬। উদ্ভিদৰ শিপা আমি পাচলি হিচাপে খাওঁ?

(ক) গাজৰ।

(খ) মূলা।

(গ) বীট।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) গাজৰ।

৭। মাটিৰ তলত থকা শিপাৰ বৰণ কেনে হোৱা দেখা যায়?

(ক) ক’লা।

(খ) হালধীয়া।

(গ) বগা।

(ঘ) ৰঙা।

উত্তৰঃ (গ) বগা।

৮। উদ্ভিদৰ এটা প্রয়োজনীয় অংশ-

(ক) পাত।

(খ) কাণ্ড।

(গ) শিপা।

(ঘ) ডাল।

উত্তৰঃ (ক) পাত।

৯। শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয়?

(ক) লয়।

(খ) নলয়।

(গ) লবই পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) লয়।

১০। প্রাণীয়ে নিশাহত কি গেছ এৰি দিয়ে?

(ক) অক্সিজেন।

(খ) নাইট্ৰজেন।

(গ) কার্বন-ডাই-অক্সাইড।

(ঘ) হাইড্ৰজেন।

উত্তৰঃ (গ) কার্বন-ডাই-অক্সাইড।

১১। ৰাতি ফুলা ফুল কি? 

(ক) শেৱালি।

(খ) গোলাপ।

(গ) জৱা।

(ঘ) ৰজনীগন্ধা।

উত্তৰঃ (ক) শেৱালি।

১২। গোন্ধ থকা ফুলৰ নাম-

(ক) শেৱালি।

(খ) নার্জী।

(গ) কেতেকী।

(ঘ) চম্পা।

উত্তৰঃ (ক) শেৱালি।

১৩। বছৰৰ সকলো সময়তে কি ফল পোৱা যায়?

(ক) নাচপতি।

(খ) আপেল। 

(গ) আঙুৰ।

(ঘ) কল।

উত্তৰঃ (খ) আপেল।

১৪। এগুটীয়া ফলৰ নাম-

(ক) আম।

(খ) বগৰী।

(গ) কমলা।

(ঘ) জলফাই।

উত্তৰঃ (ক) আম।

১৫। বহুগুটীয়া ফলৰ নাম লিখা।

(ক) ডালিম।

(খ) লিচু।

(গ) আঙুৰ।

(ঘ) কঁঠাল।

উত্তৰঃ (ঘ) কঁঠাল।

১৬। গ্রীস্ম ঋতুত হোৱা ফল কি?

(ক) বগৰী।

(খ) কমলা।

(গ) আম।

(ঘ) কঁঠাল।

উত্তৰঃ (গ) আম।

১৭। শীত ঋতুত হোৱা ফল কি?

(ক) লিচু।

(খ) জলফাই।

(গ) জামু।

(ঘ) কঁঠাল।

উত্তৰঃ (খ) জলফাই। 

১৮। প্রাণীয়ে নিশাহত কি গেছ এৰি দিয়ে?

(ক) অক্সিজেন।

(খ) বায়ু।

(গ) কার্বন-ডাই-অক্সাইড।

(ঘ) নাইট্ৰজেন।

 উত্তৰঃ (গ) কার্বন-ডাই-অক্সাইড।

১৯। উদ্ভিদৰ শিপাই কিহৰ পৰা পানী শুহি লয়?

(ক) মাটিৰ পৰা।

(খ) সাগৰৰ পৰা।

(গ) পুখুৰীৰ পৰা।

(ঘ) নদীৰ পৰা।

উত্তৰঃ (ক) মাটিৰ পৰা।

২০। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক কেইটা ভাগত ভাগ কৰা হয়?

(ক) ছয়টা।

(খ) চাৰিটা।

(গ) সাতটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) চাৰিটা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top