Class 4 Environmental Studies MCQ Chapter 3 পানী Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.
Class 4 Environmental Studies MCQ Chapter 3 পানী
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.
পানী
Chapter – 3
MCQ |
১। গীতাই কাৰ লগত মীনাহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছিল?
(ক) মাকৰ লগত।
(খ) আইতাৰ লগত।
(গ) ককায়েকৰ লগত।
(ঘ) দেউতাকৰ লগত।
উত্তৰঃ (গ) ককায়েকৰ লগত।
২। মীনাৰ মাকে ক’ৰ পৰা পানী তুলি আনিছিল?
(ক) নদীৰ পৰা।
(খ) পুখুৰীৰ পৰা।
(গ) দমকলৰ পৰা।
(ঘ) কুঁৱাৰ পৰা।
উত্তৰঃ (ঘ) কুঁৱাৰ পৰা।
৩। ভূ-পৃষ্ঠৰ কিমান ভাগ পানী আগুৰি আছে?
(ক) চাৰি ভাগ।
(খ) তিনি ভাগ।
(গ) ছয় ভাগ।
(ঘ) দুই ভাগ।
উত্তৰঃ (খ) তিনি ভাগ।
৪। ভূ-পৃষ্ঠত থকা পানীৰ উৎস কি?
(ক) খাল-বিল।
(খ) নদ-নদী।
(গ) সাগৰ-মহাসাগৰ।
(ঘ) হ্ৰদ।
উত্তৰঃ নদ-নদী।
৫। আমি পানী ক’ৰ পৰা পাওঁ?
(ক) নদী।
(খ) দমকল।
(গ) কুঁৱা।
(ঘ) সাগৰ।
উত্তৰঃ (গ) কুঁৱা।
৬। ওখ পৰ্বতৰ শীতল অঞ্চলত পানী কি হিচাপে আছে?
(ক) শিল হিচাপে।
(খ) বৰফ হিচাপে।
(গ) পানী হিচাপে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) বৰফ হিচাপে।
৭। পানী ক’ত জমা হৈ থাকে?
(ক) ভূ-গর্ভত।
(খ) আকাশত।
(গ) মেঘত।
(ঘ) ভূ-জল।
উত্তৰঃ (ক) ভূ-গৰ্ভত।
৮। সাগৰৰ পানী কিহৰ পানী?
(ক) আকাশৰ পানী।
(খ) ভূ-পৃষ্ঠৰ পানী।
(গ) বৰষুণৰ পানী।
(ঘ) ভূ-গৰ্ভৰ পানী।
উত্তৰঃ (খ) ভূ-পৃষ্ঠৰ পানী।
৯। ৰ’দৰ তাপত পানী কিহলৈ ৰূপান্তৰ হয়?
(ক) বৰফলৈ।
(খ) ভাপলৈ।
(গ) তাপলৈ।
(ঘ) বায়ু।
উত্তৰঃ (খ) ভাপলৈ।
১০। পানীৰ কণিকাবোৰ লগ লাগি কি সৃষ্টি হয়?
(ক) ডাৱৰ সৃষ্টি হয়।
(খ) বৰষুণৰ সৃষ্টি হয়।
(গ) মেঘৰ সৃষ্টি হয়।
(ঘ) বায়ুৰ সংস্পৰ্শত সৃষ্টি হয়।
উত্তৰঃ (ক) ডাৱৰ সৃষ্টি হয়।
১১। পানীৰ ভাপ চেঁচা কৰিলে ই পুণৰ পানী হয় এই প্রক্রিয়াটো কি?
(ক) বাষ্পীভৱন।
(খ) ঘনীভৱন।
(গ) জলচক্র।
(ঘ) ভাপ।
উত্তৰঃ (খ) ঘনীভৱন।
১২। এবাৰ ব্যৱহাৰ কৰা পানী পাছত পুণৰ পৰিশোধন কৰি ব্যৱহাৰ কৰা পদ্ধতিটোক কি বোলে?
(ক) পুনৰাৱৰ্তন।
(খ) পৰিশোধন।
(গ) পৰিস্কাকৰন।
(ঘ) পৰিষ্কাৰ।
উত্তৰঃ (ক) পুনৰাৱৰ্তন।
১৩। পানী জলীয় ভাপত পৰিণিত হোৱা পদ্ধতিটোক কি বোলে?
(ক) বাষ্পীভৱন।
(খ) ঘনীভৱন।
(গ) পুনৰাৱৰ্তন।
(ঘ) জলচক্ৰ।
উত্তৰঃ (ক) বাষ্পীভৱন।
১৪। ভূ-গৰ্ভৰ পানী ঘৰুৱা কামৰ বাহিৰে আৰু কিহত ব্যৱহাৰ হয়?
(ক) উদ্যোগ।
(খ) খাবলৈ।
(গ) কাপোৰ ধুবলৈ।
(ঘ) জলসিঞ্চন।
উত্তৰঃ (ক) উদ্দ্যোগ।
১৫। ডাৱৰ পৰা কি হয়?
(ক) বৰষুণ হয়।
(খ) ৰ’দ হয়।
(গ) আন্ধাৰ হয়।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) বৰষুণ হয়।
১৬। সাগৰ-মহাসাগৰৰ পানী বা অনয় পানী ভাপ হৈ ওপৰলৈ যোৱা আৰু বৰষুণ আকাৰে তললৈ নামি অহা প্রক্রিয়াটোক কি কয়?
(ক) জলচক্র।
(খ) ঘনীভৱন।
(গ) পুনৰাৱৰ্তন।
(ঘ) বাষ্পীভৱন।
উত্তৰঃ (ক) জলচক্র।
১৭। মীনাহঁতৰ চোতালত কি আছিল?
(ক) এটা ফিল্টাৰ আছিল।
(খ) এদাল গছ আছিল।
(গ) মাক ৰৈ আছিল।
(ঘ) কুৱা আছিল।
উত্তৰঃ (ক) এটা ফিল্টাৰ আছিল।
১৮। মীনা আৰু গীতা দুয়োজনী কোন আছিল?
(ক) বায়েক ভনীয়েক।
(খ) বান্ধৱী।
(গ) এদিনৰ চিনাকি।
(ঘ) এটাও শুদ্ধ নহয়।
উত্তৰঃ (খ) বান্ধৱী।
১৯। পানীত কোন বিধ বস্তু পমে?
(ক) মাটি।
(খ) চেনি।
(গ) বালি।
(ঘ) পাথৰ।
উত্তৰঃ (খ) চেনি।
২০। পানী পাঠটিৰ গীতা বান্ধৱী কোন আছিল?
(ক) মীনা।
(খ) জুৰি।
(গ) টিনা।
(ঘ) বিনা।
উত্তৰঃ (ক) মীনা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.