Class 4 Environmental Studies MCQ Chapter 5 স্বাস্থ্য আৰু সুৰক্ষা

Class 4 Environmental Studies MCQ Chapter 5 স্বাস্থ্য আৰু সুৰক্ষা Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 5 স্বাস্থ্য আৰু সুৰক্ষা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 5

MCQ

১। ৰঙা ৰঙে কি কৰিবলৈ কয়?

(ক) যাবলৈ কয়।

(খ) সাজু হ’বলৈ কয়।

(গ) ৰ’বলৈ কয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) ৰ’বলৈ কয়।

২। ৰাতিপুৱা সোনকালে শুই উঠি কি কৰিব লাগে? 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) খাব লাগে।

(খ) মুখ ধূব লাগে।

(গ) গা-ধূব লাগে।

(ঘ) কাপোৰ কানি ধুব লাগে।

উত্তৰঃ (খ) মুখ ধূব লাগে।

৩। আমাৰ শৰীৰত বেমাৰ-হাজাহ’লে কি হয়?

(ক) বেমাৰ হয়।

(খ) দুৰ্বল হয়।

(গ) শক্তি হয়।

(ঘ) এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) দুৰ্বল হয়। 

৪। স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে কিহৰ যতন ল’ব লাগে?

(ক) শাৰীৰ।

(খ) হাত-ভৰি।

(গ) দেহৰ।

(ঘ) মনৰ।

উত্তৰঃ দেহৰ।

৫। হালধীয়া ৰঙে কি বুজায়?

(ক) সাজু হ’বলৈ কয়।

(খ) ৰবলৈ কয়।

(গ) যাবলৈ কয়।

(ঘ) কবলৈ কয়।

উত্তৰঃ (ক) সাজু হ’বলৈ কয়। 

৫। ট্রেফিকৰ সেউজীয়া ৰঙে কি বুজায়?

(ক) হ’বলৈ কয়।

(খ) ৰবলৈ কয়।

(গ) যাবলৈ কয়।

(ঘ) কবলৈ কয়।

উত্তৰঃ (গ) যাবলৈ কয়।

৬। হাত-ভৰি মোচোকা খালে তাত কি লগাব লাগে?

(ক) আলু।

(খ) পিয়াঁজ।

(গ) কেঁচা হালধি পিহি লগাব।

(ঘ) নহৰু।

উত্তৰঃ (গ) কেঁচা হালধি পিহি লগাব।

৭। মৌ-মাখি, বৰল আদিয়ে বিন্ধিলে উপহা ঠাইত কি কৰিব লাগে?

(ক) নহৰু।

(খ) পিঁয়াজৰ ৰস।

(গ) হালধি।

(ঘ) নিমপাত।

উত্তৰঃ (ক) নহৰু।

৮। ঘৰতে যদি চিকিৎসা ভাল কৰা হয় তাক কি বোলা হয়? 

(ক) ঘৰুৱা চিকিৎসা।

(খ) প্রাথমিক চিকিৎসা।

(গ) হাস্পতালৰ চিকিৎসা।

(ঘ) ওপৰৰ এটাও নহয়।

 উত্তৰঃ (খ) প্রাথমিক চিকিৎসা।

৯। জোক লাগিলে কি দিলে জোক সৰি পৰে? 

(ক) নিমখ।

(খ) পিয়াজ।

(গ) নহৰু।

(ঘ) জালুক।

উত্তৰঃ (ক) নিমখ।

১০। প্ৰাথমিক চিকিৎসাৰ বাকচটো সকলোৱে চিনি পাবলৈ বাকচটোৰ ওপৰত কি চিন ব্যৱহাৰ কৰা হয়? 

(ক) বিয়োগ চিন।

(খ) হৰণ চিন।

(গ) যোগ চিন।

(ঘ) পূৰণ চিন।

 উত্তৰঃ (গ) যোগ চিন।

১১। বেমাৰ-আজাৰ হ’লে শৰীৰটো কেনেধৰণৰ লাগে? 

(ক) সাহসী লাগে।

(খ) দুর্বল লাগে।

(গ) খেলিবলৈ মন নাযায়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) দুৰ্বল লাগে।

১২। আমি কেনেকুৱা ঠাইত খেলিব লাগে?

(ক) ওখোৰা-মোখোৰা ঠাইত।

(খ) সমতল ঠাইত।

(গ) পানী পৰি পিছল হৈ থকা ঠাইত।

(ঘ) গজাল থকা ঠাইত।

 উত্তৰঃ (খ) সমতল ঠাইত।

১৩। আলিবাটত সদায় নিজৰ কোন হাতেৰে খোজ কাঢ়িব লাগে?

(ক) আগলৈ।

(খ) সোঁহাত।

(গ) বাওঁহাত।

(ঘ) এটাও শুদ্ধ নহয়।

উত্তৰঃ (গ) বাওঁহাত।

১৪। আলিবাট পাৰ হওঁতে প্রয়োজন সাপেক্ষে কোন ফালে চাই পাৰ হব লাগে?

(ক) আগলৈ-পাছলৈ।

(খ) সোঁহাত।

(গ) বাওঁহাত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) আগলৈ-পাছলৈ।

১৫। আলি-বাটত সদায়’ কিহৰ সংকেত মানি চলা অতি প্রয়োজন?

(ক) ৰঙা।

(খ) ট্রেফিক’ৰ।

(গ) হালধীয়া।

(ঘ) সেউজীয়া।

উত্তৰঃ (খ) ট্রেফিক’ৰ।

১৬। খেলোঁতে কি কি সাৱধানতা হোৱা উচিত?

(ক) গজাল।

(খ) আইনাৰ টুকুৰা।

(গ) দা- কটাৰীৰপৰা।

(ঘ) নদীৰ পৰা।

উত্তৰঃ (খ) আইনাৰ টুকুৰা।

১৭। ওখোৰা-মখোৰা ঠাইত খেলিব লাগে?

(ক) খেলিব লাগে।

(খ) খেলিব নালাগে।

(গ) খেলিবলৈ পাৰে।

(ঘ) খেলিববৈ।

উত্তৰঃ (খ) খেলিব নালাগে।

১৮। লাঠী, দা-কটাৰী, জুই হাতত লৈ খেলিব?

(ক) লাগে।

(খ) নালাগে।

(গ) দা-কটাৰীত হাত দিবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

 উত্তৰঃ (খ) নালাগে।

১৯। কি কৰিলে আমাৰ জ্ঞান বাঢ়ে? 

(ক) পঢ়িলে।

(খ) খেলিলে।

(গ) শুলে।

(ঘ) স্কুলত গলে।

 উত্তৰঃ (ক) পঢ়িলে।

২০। নৈ, পুখুৰী আদিৰ পানীত অভিভাৱক বা ডাঙৰৰ অনুমতি নোহোৱাকৈ সাঁতুৰিবলৈ যাব? 

(ক) নালাগে।

(খ) লাগে। 

(গ) সাঁতুৰিব লাগিব।

(ঘ) ওপৰৰ এটাও নহয়।

 উত্তৰঃ (ক) নালাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top