Class 4 Environmental Studies MCQ Chapter 7 আমাৰ সামাজিক অনুষ্ঠান

Class 4 Environmental Studies MCQ Chapter 7 আমাৰ সামাজিক অনুষ্ঠান Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 7 আমাৰ সামাজিক অনুষ্ঠান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 7

MCQ

১। ৰোগীসকলক চিকিৎসা কৰিবলৈ চিকিৎসালয়ত কোন কোন থাকে?

(ক) ডাক্তৰ।

(খ) নাৰ্ছ।

(গ) ৰোগী।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ডাক্তৰ।

২। বেচৰকাৰী চিকিৎসালয় ক’ত থাকে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) চহৰত।

(খ) গাঁৱত।

(গ) নগৰত।

(ঘ) টাউন।

উত্তৰঃ (গ) নগৰত।

৩। পশু চিকিৎসালয় আছেনে?

(ক) আছে।

(খ) নাই।

(গ) নহবও পাৰে।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) আছে।

৪। পুথিভঁৰালৰ পৰা কিতাপ আনি কি কৰিব লাগে?

(ক) সাচি থৱ লাগে।

(খ) পঢ়িব লাগে।

(গ) পেলাই দিব লাগে।

(ঘ) থৈ দিব লাগে।

উত্তৰঃ (খ) পঢ়িব লাগে।

৫। তলত দিয়া কোনটো কাম আৰক্ষীয়ে কৰে? 

(ক) দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে।

(খ) চিকিৎসা কৰে।

(গ) মন্দিৰত পূজা কৰে।

(ঘ) বিজনেছ কৰে।

উত্তৰঃ (ক) দেশৰ শান্তি-শৃংখলা ৰক্ষা কৰে।

৬। বিদ্যালয়ত লিখা-পঢ়াৰ উপৰি তলত দিয়া কোনটো হয়?

(ক) খেলা-ধূলা।

(খ) অকল পঢ়াই।

(গ) অকল খেলাই ।

(ঘ) ছাত্ৰই পঢ়ে।

উত্তৰঃ (ক) খেলা-ধূলা।

৭। ৰোগীৰ চিকিৎসাৰ বাবে ঠায়ে ঠায়ে কি পাতি দিয়া হয়? 

(ক) আৰক্ষী চকী।

(খ) চিকিৎসালয়।

(গ) ডাক-ঘৰ।

(ঘ) পিয়ন।

উত্তৰঃ (খ) চিকিৎসালয়।

৮। ডাক-ঘৰৰ চিঠি-পত্র, টকা-পইচা আদি বিলোৱা মানুহজনক কি বোলে? 

(ক) পিয়ন।

(খ) আৰক্ষী।

(গ) ডাক্তৰ।

(ঘ) ডাক-ঘৰ।

 উত্তৰঃ (ক) পিয়ন।

৯। ডাক-ঘৰৰ যোগেদি টকা পইচা আদান প্রদান কৰিব পাৰিনে? 

(ক) পাৰে।

(খ) নোৱাৰে।

(গ) নোৱাৰিবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) পাৰে।

১০। ডাক-ঘৰৰ সকলোবোৰ কাম চোৱা-চিতা কৰা মানুহজনক কি বোলে? 

(ক) ডাকোৱাল।

(খ) পোষ্টমাষ্টৰ।

(গ) ডাক্তৰ।

(ঘ) আৰক্ষী।

উত্তৰঃ (খ) পোষ্টমাষ্টৰ।

১১। ‘আমাৰ সামাজিক অনুষ্ঠান’ নামৰ পাঠটিত থকা বিদ্যালয়খনৰ নাম কি? 

(ক) প্রাথমিক বিদ্যালয়।

(খ) মাধ্যমিক বিদ্যালয়।

(গ) উচ্চতৰ বিদ্যালয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰং (ক) প্রাথমিক বিদ্যালয়।

১২। পুথিভঁৰালৰ পৰা কিতাপ আনি পঢ়াটো।

(ক) ভাল অভ্যাস।

(খ) বেয়া অভ্যাস।

(গ) কিতাপ পঢ়ি ভাল পায়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ভাল অভ্যাস।

১৩। আলিবাট যান-বাহন আদি নিয়ন্ত্রণ আদি কামত কোনে সহায় কৰে? 

(ক) আৰক্ষীয়ে।

(খ) ডাক্তৰে।

(গ) পিয়নে।

(ঘ) নাৰ্ছে।

উত্তৰঃ (ক) আৰক্ষীয়ে।

১৪। আজি-কালি কিহৰ জৰিয়তে ঘৰতে বহি কিতাপ পঢ়িব পাৰি।

(ক) লেপটপ।

(খ) ম’বাইল।

(গ) কম্পিউটাৰ।

(ঘ) কীবৰ্ড ম’বাইল।

উত্তৰঃ (গ) কম্পিউটাৰ।

১৫। গৰুৰ প্ৰধান খাদ্য কি?

(ক) খেৰ।

(খ) পাত। 

(গ) ঘাঁহ।

(ঘ) নৰা।

উত্তৰঃ (গ) ঘাঁহ।

১৬। ট্রেফিক লাইটৰ ৰং কেইটা?

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) দুইটা।

(ঘ) তিনিটা।

উত্তৰঃ তিনিটা।

১৭। প্রাথমিক চিকিৎসাৰ দৰকাৰী বস্তু নাম-

(ক) কেচি।

(খ) মলম।

(গ) গ্ল’ভছ।

(ঘ) থাৰ্মমিটাৰ।

উত্তৰঃ (গ) গ্ল’ভছ।

১৮ তোমাৰ ঘৰৰ ওচৰত ডাকঘৰ আছেনে?

(ক) নাই।

(খ) আছে।

(গ) নাথাকিব পাৰে।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) নাই।

১৯। ডাকঘৰৰ পোষ্টমাষ্টৰ কাম কি?

(ক) সকলো কাম চোৱা-চিতা কৰা।

(খ) কাম নকৰে।

(গ) চিঠি-পত্ৰ অনা নিয়া কৰা হয়।

(ঘ) টকা-পইচা লেনদেন কৰা।

উত্তৰঃ (ক) সকলো কাম চোৱা-চিতা কৰা।

২০। পানী ওলাই যাবৰ বাবে নলা-নর্দমাৰ ব্যৱস্থা আছে/নাই।

(ক) আছে।

(খ) নাই।

(গ) নাথাকিবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) নাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top