Class 4 Environmental Studies MCQ Chapter 8 আমাৰ উৎসৱসমূহ

Class 4 Environmental Studies MCQ Chapter 8 আমাৰ উৎসৱসমূহ Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 8 আমাৰ উৎসৱসমূহ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 8

MCQ

১। বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হৈছিল?

(ক) বহাগ মাহত পৱিত্ৰ দিনত।

(খ) জেঠ মাহত পৱিত্ৰ দিনত।

(গ) শাওন মাহত পৱিত্ৰ দিনত।

(ঘ) ভাদ মাহত পৱিত্ৰ দিনত।

উত্তৰঃ (ক) বহাগ মাহত পৱিত্ৰ দিনত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বছৰটোৰ বিশেষ দিনটোত কি কৰে?

(ক) নীতি-নিয়ম মানি চলে।

(খ) উলহ- মালহেৰে।

(গ) পূজা-পাৰ্বন কৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) নীতি-নিয়ম মানি চলে।

৩। আমাৰ মাজত কিহৰ একতাৰ ভাব গঢ়ি উঠে?

(ক) মৰম।

(খ) কাজিয়া।

(গ) সন্মান।

(ঘ) মিলা-প্রীতি।

উত্তৰঃ (ঘ) মিলা-প্রীতি।

৪। অসম এখন কি ৰাজ্য?

(ক) কৃষি।

(খ) কৃষিকৰ্ম।

(গ) কৃষিভিত্তিক।

(ঘ) খেতি-বাতি।

উত্তৰঃ (ক) কৃষি।

৫। ভাৰতত কৃষিৰ লগত জড়িত থকা কেইটা উৎসৱ পালন কৰা হয়?

(ক) চাৰিটা।

(খ) ছয়টা।

(গ) দুইটা।

(ঘ) তিনিটা।

উত্তৰঃ (ঘ) তিনিটা।

৬। আমাৰ অসমৰ জাতীয় উৎসৱটো কি?

(ক) কাতি বিহু।

(খ) মাঘ বিহু।

(গ) বহাগ বিহু।

(ঘ) বিহু।

উত্তৰঃ (ঘ) বিহু।

৭। বিহুক কি উৎসৱ বুলি গণ্য কৰা হয়?

(ক) কৃষি।

(খ) কৃষিকৰ্ম।

(গ) কৃষিভিত্তিক।

(ঘ) খেতি-বাতি।

উত্তৰঃ (গ) কৃষিভিত্তিক।

৮। বিহু কেইটা?

(ক) তিনিটা।

(খ) দুইটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) তিনিটা।

৯। ব’হাগ বিহু কেতিয়া পৰা আৰম্ভ হয়?

(ক) বহাগ মাহৰ শেষৰ দিনাৰ।

(খ) চ’ত মাহৰ শেষৰ দিনাৰ।

(গ) ফাগুন মাহৰ শেষৰ দিনাৰ।

(ঘ) মাঘ মাহৰ শেষৰ দিনাৰ।

উত্তৰঃ (খ) চ’ত মাহৰ শেষৰ দিনাৰ।

১০। বিহু কেইদিনলৈ চলে?

(ক) পাঁচ দিন।

(খ) আঠ দিন।

(গ) ছয় দিন

(ঘ) সাত দিন।

উত্তৰঃ (ঘ) সাতদিন।

১২। বিহুৰ প্ৰথম দিনটো কি বিহু বোলে?

(ক) মানুহ বিহু।

(খ) গৰু বিহু।

(গ) গোঁসাই বিহু।

(ঘ) নাঙলৰ বিহু।

উত্তৰঃ (খ) গৰু বিহু।

১৩। কাতি বিহু কেতিয়া পালন কৰা হয়? 

(ক) বহাগৰ সংক্রান্তিত।

(খ) চ’তৰ সংক্ৰান্তিত।

(গ) কাতি মাহৰ সংক্ৰান্তিত।

(ঘ) আঘোণ মাহৰ সংক্ৰান্তিত।

উত্তৰঃ (খ) চ’তৰ সংক্ৰান্তিত।

১৪। মিছিং জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে? 

(ক) বৈশাগু।

(খ) আলি-আয়ে-নৃগাং।

(গ) বায়খো।

(ঘ) মে-ডাম মে-ফি।

উত্তৰঃ (খ) আলি-আয়ে-নৃগাং।

১৫। ওনাম উৎসৱ কি মাহত পালন কৰা হয়? 

(ক) শাওন মাহত।

(খ) ভাদ মাহত।

(গ) আহিন মাহত।

(ঘ) কাতি মাহত।

উত্তৰঃ (ক) শাওন মাহত।

১৬। ‘ওনাম’ উৎসৱ ‘কত পালন কৰা হয়? 

(ক) কেৰেলা ৰাজ্যত।

(খ) তামিলনাডুত।

(গ) উৰিষ্যাত।

(ঘ) চেন্নাইত।

উত্তৰঃ কেৰেলা ৰাজ্যত।

১৭। মাঘ বিহু কেতিয়া পালন কৰা হয়?

(ক) পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা।

(খ) মাঘ মাহৰ সংক্ৰান্তিৰ দিনা।

(গ) পুহ মাহৰ সংক্ৰান্তিৰ দিনা।

(ঘ) আঘোণ মাহৰ সংক্ৰান্তিৰ দিনা।

উত্তৰঃ (গ) পুহ মাহৰ সংক্ৰান্তিৰ দিনা।

১৮। ঈদত কি পঢ়ে?

(ক) গ্রন্থ পঢ়ে।

(খ) আলোচনী পঢ়ে।

(গ) নামাজ পঢ়ে।

(ঘ) কিতাপ পঢ়ে।

উত্তৰঃ (গ) নামাজ পঢ়ে।

১৯। কোন উৎসৱক ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি?

(ক) দুৰ্গা পূজা।

(খ) দেৱালী।

(গ) খ্ৰীষ্টমাছ।

(ঘ) পোংগল উৎসৱ।

উত্তৰঃ (ঘ) পোংগল উৎসৱ।

২০। বৌদ্ধধর্মৰ প্রবর্তক কোন?

(ক) গুৰনানক জয়ন্তী।

(খ) বুদ্ধদেৱ।

(গ) যীশুখ্ৰীষ্ট।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱা।

 উত্তৰঃ (খ) বুদ্ধদেৱ। 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top