Class 4 Environmental Studies MCQ Chapter 9 আমাৰ উৎসৱসমূহ

Class 4 Environmental Studies MCQ Chapter 9 আমাৰ উৎসৱসমূহ Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 9 আমাৰ উৎসৱসমূহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 9

MCQ

১। আমাৰ দেশৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ৰং কেইটা?

(ক) দুইটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) তিনিটা।

উত্তৰঃ (ঘ) তিনিটা।

২। ত্রিৰংগা পতাকা বুলি কাক কোৱা হয়?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) একটা ৰং থকাৰ বাবে।

(খ) তিনিটা ৰং থকাৰ বাবে।

(গ) সাতটা তিনিটা ৰং থকাৰ বাবে।

(ঘ) নটা তিনিটা ৰং থকাৰ বাবে।

উত্তৰঃ (খ) তিনিটা ৰং থকাৰ বাবে।

৩। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কেতিয়া পালন কৰা হয়?

(ক) ১৯৪৭ চনৰ ২২ জুলাইত।

(খ) ১৯৪২চনৰ ২২ জুলাইত।

(গ) ১৯৪০ চনৰ ২২ জুলাইত।

(ঘ) ১৯৪১ চনৰ ২২ জুলাইত।

উত্তৰঃ ১৯৪৭ চনৰ ২২ জুলাইত।

৪। সকলো দেশৰে নিজা নিজা ৰাষ্ট্ৰীয় পতাকা আছে/নাই।

(ক) নাই।

(খ) আছে।

(গ) নহবও পাৰে।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) আছে।

৫। গেৰুৱা ৰং কিহৰ প্ৰতীক?

(ক) শক্তি আৰু সাহসৰ প্ৰতীক।

(খ) সত্য আৰু শান্তিৰ।

(গ) সমৃদ্ধি আৰু মংগলময়তাৰ প্রতীক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) শক্তি আৰু সাহসৰ প্ৰতীক।

৬। ৰাষ্ট্ৰীয় পতাকাখনৰ মাজত বগা ৰং কিহৰ প্ৰতীক?

(ক) শক্তি আৰু সাহসৰ প্ৰতীক।

(খ) সত্য আৰু শান্তিৰ।

(গ) সমৃদ্ধি আৰু মংগলময়তাৰ প্রতীক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) সত্য আৰু শান্তিৰ।

৭। ৰাষ্ট্ৰীয় পতাকাখনৰ তলৰ সেউজীয়া ৰঙটো কিহৰ প্ৰতীক?

(ক) শক্তি আৰু সাহসৰ প্ৰতীক।

(খ) সত্য আৰু শান্তিৰ।

(গ) সমৃদ্ধি আৰু মংগলময়তাৰ প্রতীক।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) সমৃদ্ধি আৰু মংগলময়তাৰ প্রতীক।

৮। অশোক চক্ৰটো কিহৰ প্ৰতীক? 

(ক) শক্তি আৰু সাহসৰ প্ৰতীক।

(খ) সত্য আৰু শান্তিৰ।

(গ) সমৃদ্ধি আৰু মংগলময়তাৰ প্রতীক।

(ঘ) গতিশীলতাৰ।

উত্তৰঃ (ঘ) গতিশীলতাৰ।

৯। গাঢ় নীলা ৰঙে কি বুজায়?

(ক) আকাশ আৰু সমুদ্রক।

(খ) সাগৰ আৰু মহাসাগৰ।

(গ) নদ আৰু নদী।

(ঘ) হ্ৰদ।

উত্তৰঃ (ক) আকাশ আৰু সমুদ্রক।

১০। তলৰ কোনটো ৰাষ্ট্ৰীয় দিৱস? 

(ক) শিক্ষক দিৱস।

(খ) সাধাৰণ জন্ম দিৱস।

(গ) প্রধান মন্ত্রী জন্ম দিৱস।

(ঘ) ৰাভা দিৱস।

উত্তৰঃ (ক) শিক্ষক দিৱস। 

১১। তলত দিয়া কোনটো ৰাষ্ট্ৰীয় চৰাই?

(ক) শগুন।

(খ) ময়ূৰ।

(গ) পাৰ।

(ঘ) শালিকা।

উত্তৰঃ (খ) ময়ূৰ।

১২। ৰাষ্ট্ৰীয় সংগীতটোক সন্মান জনোৱাটো আমাৰ কি কর্তব্য?

(ক) মৌলিক কর্তব্য।

(খ) ব্যক্তিগত কর্তব্য।

(গ) সাধাৰণ কৰ্তব্য।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) মৌলিক কর্তব্য।

১৩। ত্ৰিৰংগা পতাকা বুলি কোনখন দেশৰ পতাকাক কোৱা হয়? 

(ক) ভাৰত দেশৰ।

(খ) আমেৰিকা দেশৰ।

(গ) ৰাছিয়াৰ।

(ঘ) উত্তৰ প্ৰদেশ।

উত্তৰঃ (ক) ভাৰত দেশৰ।

১৪। ত্ৰিৰংগা পতাকাখন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে কেতিয়া স্বীকৃতি পাইছিল?

(ক) ১৯৪৭ চনৰ ২৩ আগষ্টত।

(খ) ১৯৪৭ চনৰ ২২ জুলাইত।

(গ) ১৯৪৫ চনৰ ২৫ জুলাইত।

(ঘ) ১৯৪৭ চনৰ ২২ জুলাইত।

উত্তৰঃ (ক) ১৯৪৭ চনৰ ২৩ আগষ্টত।

১৫। আমাৰ ৰাষ্ট্ৰীয় প্রতীকটো কি?

(ক) ৰাষ্ট্ৰীয় পতাকা।

(খ) অশোক স্তম্ভ।

(গ) ৰাষ্ট্ৰীয় পতাকাখনৰ ৰং।

(ঘ) ৰাষ্ট্ৰীয় পতাকাখনৰ ৰং তিনিটা।

উত্তৰঃ (খ) অশোক স্তম্ভ।

১৬। অশোক চক্ৰটো কৰ পৰা লোৱা হৈছে? 

(ক) লক্ষ্মীনাথ অশোক স্তম্ভৰ পৰা।

(খ) সাৰনাথৰ অশোক স্তম্ভ’ৰ পৰা।

(গ) শংকৰদেৱৰ কীৰ্তন-ঘোষাৰ পৰা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) সাৰনাথৰ অশোক স্তম্ভ’ৰ পৰা।

১৭। চক্রটোত কেইডাল দণ্ড থাকে?

(ক) ২৭ ডাল।

(খ) ২৬ ডাল।

(গ) ২৪ ডাল।

উত্তৰঃ (গ) ২৪ ডাল।

১৮। ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰোঁতে গেৰুৱা ৰংটো কোনফালে থাকে?

(ক) ওপৰৰ ফালে।

(খ) মাজত থাকে।

(গ) তলৰ ফালে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ওপৰৰ ফালে।

১৯। বিশ্বৰ যিকোনো ঠাইত কিহেৰে নিজৰ চিনাকি দিয়া?

(ক) নিজৰ কাপোৰে।

(খ) নিজৰ খোৱা-বোৱাৰে।

(গ) নিজৰ ৰাষ্ট্ৰীয় পতাকাখনে।

(ঘ) নিজৰ কৰ্মৰ।

 উত্তৰঃ (গ) নিজৰ ৰাষ্ট্ৰীয় পতাকাখনে।

২০। ৰাষ্ট্ৰীয় প্রতীকৰ মোহৰটো আমি ক’ত ক’ত ব্যৱহাৰ কৰোঁ?

(ক) চৰকাৰী কাগজ-পত্র।

(খ) ডাক টিকট।

(গ) পোষ্টকার্ড।

(ঘ) ওপৰৰ এটাও নহয়।

 উত্তৰঃ (ক) চৰকাৰী কাগজ-পত্র।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top