Class 4 Environmental Studies MCQ Chapter 10 আমাৰ ৰাজ্যখন

Class 4 Environmental Studies MCQ Chapter 10 আমাৰ ৰাজ্যখন Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 10 আমাৰ ৰাজ্যখন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 10

MCQ

১। ৰাষ্ট্ৰীয় চৰাই নাম লিখা।

(ক) শেন চৰাই।

(খ) বগলী।

(গ) ময়ুৰ।

(ঘ) ঈগল।

উত্তৰঃ (গ) ময়ুৰ।

২। ভাৰতৰ প্ৰথম প্রধানমন্ত্রী কোন আছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) গোপীনাথ বৰদলৈ।

(খ) লক্ষ্মীনাথ বেজবৰুৱা।

(গ) লাচিত বৰফুকন।

(ঘ) পণ্ডিত জৱাহৰলাল নেহৰু।

উত্তৰঃ (ঘ) পণ্ডিত জৱাহৰলাল নেহৰু।

৩। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোক কি দিৱস হিচাপে পালন কৰা হয়?

(ক) শিশু দিৱস।

(খ) ৰাভা দিৱস।

(গ) শিক্ষক দিৱস।

(ঘ) গান্ধী জয়ন্তী দিৱস।

উত্তৰঃ (ক) শিশু দিৱস।

৪। শিশু দিৱস কেতিয়া পালন কৰা হৈছিল?

(ক) ২ অক্টোবৰ।

(খ) ১৭ নৱেম্বৰত।

(গ) ১৪ নৱেম্বৰত।

(ঘ) ১৯ নৱেম্বৰত।

উত্তৰঃ (গ) ১৪ নৱেম্বৰত।

৫। জাতিৰ পিতা কোন আছিল?

(ক) মহাত্মা গান্ধী।

(খ) ৰাজীৱ গান্ধী।

(গ) লক্ষ্মীনাথ বেজবৰুৱা।

(ঘ) লাচিত বৰফুকন।

উত্তৰঃ (ক) মহাত্মা গান্ধী।

৬। মহাত্মা গান্ধীয়ে কাৰ বিৰুদ্ধে অহিংসা আন্দোলন কৰি আমাৰ দেশ স্বাধীন কৰিছিল?

(ক) ব্ৰিটিছ সকলৰ বিৰুদ্ধে।

(খ) ইংৰাজসকলৰ।

(গ) ৰাভাসকল।

(ঘ) আহোমসকল।

উত্তৰঃ (খ) ইংৰাজসকলৰ বিৰুদ্ধে।

৭। গৰমৰ বন্ধত বিৰিণাই দেউতাকৰ লগত ক’ত ফুৰিবলৈ গৈছিল?

(ক) জাৰ্মান।

(খ) ইটালী।

(গ) আফ্ৰিকা।

(ঘ) শিলচৰ।

উত্তৰঃ (ঘ) শিলচৰ।

৮। ডিমা হাছাও জিলাৰ ওখ পর্বতশ্রেণীৰ নাম কি?

(ক) এণ্ডীজ পর্বতশ্রেণীৰ।

(খ) বৰাইল।

(গ) উত্তৰ কাছাৰ।

(ঘ) মিকিৰ পাহাৰ।

উত্তৰঃ (খ) বৰাইল।

৯। অসমৰ মাজেৰে কোনটো নদী বৈ গৈছে?

(ক) গঙ্গা নদী।

(খ) যমুনা।

(গ) ব্রহ্মপুত্র।

(ঘ) ধনশিৰি।

উত্তৰঃ (গ) ব্রহ্মপুত্র।

১০। অসমৰ গাতে লাগি থকা এখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।

(ক) চীন দেশ।

(খ) বাংলাদেশ

(গ) জাপান।

(ঘ) ভূটান।

উত্তৰঃ (খ) বাংলাদেশ।

১১। অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা ঠাই এখনৰ নাম কি?

(ক) অৰুণাচল প্ৰদেশ।

(খ) ইটানগৰ।

(গ) চীনদেশ।

(ঘ) কাৰ্বি আংলং।

উত্তৰঃ (ঘ) কাৰ্বি আংলং।

১২। মানুহৰ বৈজ্ঞানিকৰ নাম কি?

(ক) আইজাক নিউটন।

(খ) চাৰ্লছ ডাৰউইন।

(গ) হোমোচেপিয়ান।

(ঘ) নিকোলা তেছলা 

উত্তৰঃ (গ) হোমোচেপিয়ান।

১৩। সমগ্ৰ জীৱ-জগতক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) তিনিটা ভাগত।

(খ) চাৰিটা ভাগত।

(গ) দুটা ভাগত।

(ঘ) পাঁচটা ভাগত।

উত্তৰঃ (গ) দুটা ভাগত। 

১৪। অসমৰ প্রধান নৈ দুখনৰ নাম কি?

(ক) গঙ্গা নদী।

(খ) ব্রহ্মপুত্ৰ।

(গ) বৰাক।

(ঘ) যমুনা।

উত্তৰঃ (খ) ব্রহ্মপুত্ৰ।

১৫। অসমক প্ৰধানকৈ কেইটা প্রাকৃতিক বিভাগত ভাগ কৰা হয়?

(ক) তিনিটা ভাগত।

(খ) চাৰিটা ভাগত।

(গ) দুটা ভাগত।

(ঘ) পাঁচটা ভাগত।

উত্তৰঃ তিনিটা।

১৬। ডিমা হাছাও কোন অঞ্চলত অৱস্থিত?

(ক) পাহাৰীয়া অঞ্চল।

(খ) মৰুভূমি অঞ্চল।

(গ) গাঁৱলীয়া অঞ্চল।

(ঘ) নগৰ অঞ্চল।

উত্তৰঃ (ক) পাহাৰীয়া অঞ্চলত।

১৭। অসমৰ চূণ শিল থকা ঠাই খনৰ নাম কি? 

(ক) ডিলাই।

(খ) নামৰূপ।

(গ) ধুবুৰী পাহাৰ।

(ঘ) বোকাজান।

উত্তৰঃ (ক)ডিলাই পাহাৰ।

১৮। অসমত বিস্তৃতভাৱে কৰা ধান খেতিবিধ হ’ল-

(ক) আহু ধান।

(খ) শালি ধান।

(গ) বড়ো ধান।

(ঘ) ওপৰৰ এটাও নহয়। 

উত্তৰঃ (খ) শালি ধান।

১৯। অসমৰ বৰ্তমান সর্বাধিক মাটিকালিৰ (আয়তন) জিলাখনৰ নাম কি?

(ক) কামৰূপ।

(খ) নগাঁও।

(গ) কার্বিআংলং।

(ঘ) শিৱসাগৰ।

উত্তৰঃ (গ) কার্বি আংলং।

২০। ভাৰত চৰকাৰে ১৯৮৮ চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো-

(ক) ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ।

(খ) বৰাকৰ নাব্য জলপথ।

(গ) শোৱণশিৰিৰ নাব্য জলপথ।

(ঘ) গংগাৰ নাব্য জলপথ।

উত্তৰঃ (ক) ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ।

২১। বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে?

(ক) ২৫ শতাংশ।

(খ) ২১ শতাংশ।

(গ) ১৮ শতাংশ।

(ঘ) ১১ শতাংশ।

উত্তৰঃ (ঘ) ১১ শতাংশ।

২২। ২০১১ চনৰ তথ্যমতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত জন।

(ক) ৫২৫ জন।

(খ) ৫৪৫ জন।

(গ) ৬৬৭ জন।

(ঘ) ৬৮৮ জন।

উত্তৰঃ (খ) ৫৪৫ জন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top