Class 4 Environmental Studies MCQ Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ

Class 4 Environmental Studies MCQ Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 11

MCQ

১। প্ৰাকৃতিক সম্পদৰ ভাগ কেইটা?

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) ছয়টা।

(ঘ) সাতটা।

উত্তৰঃ (ক) চাৰিটা।

২। অসমৰ প্ৰধান শস্য কি?

(ক) কুঁহিয়াৰ।

(খ) মৰাপাট।

(গ) মাহ।

(ঘ) ধান।

উত্তৰঃ (ঘ) ধান।

৩। মাছ ক’ত  থাকে?

(ক) পানীত থাকে।

(খ) গাতত থাকে।

(গ) পুখুৰীত থাকে।

(ঘ) কোৱাত থাকে।

উত্তৰঃ (ক) পানীত থাকে।

৪। প্ৰাকৃতিক সম্পদ কেই ধৰণৰ?

(ক) পাঁচ ধৰণৰ।

(খ) দুই ধৰণৰ 

(গ) তিনি ধৰণৰ।

(ঘ) চাৰি ধৰণৰ।

উত্তৰঃ (খ) দুই ধৰণৰ।

৫। অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা।

(ক) মানস ৰাষ্ট্ৰীয় উদ্যান।

(খ) উৰাং ৰাষ্ট্ৰীয় উদ্যান।

(গ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

(ঘ) ডিব্ৰু-চৈখোৱা।

উত্তৰঃ (গ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

৬। ধান, মাহ, সৰিয়হ আদি নানাবিধ শস্য আৰু ফল-মূল আমি ক’ৰ পৰা পাওঁ?

(ক) মাহ।

(খ) সৰিয়হ।

(গ) ধান।

(ঘ) কৃষিৰ পৰা।

উত্তৰঃ (ঘ) কৃষিৰ পৰা।

৭। বনজ সম্পদৰ নাম লিখা।

(ক)  বাঘ।

(খ) ভালুক।

(গ) শিয়াল।

(ঘ) বান্ধৰ।

উত্তৰঃ (খ) ভালুক।

৮।  বনজাত সম্পদসমূহৰ কেইটা ভাগত ভগাব পাৰি?

(ক) আঠটা।

(খ) ছয়টা।

(গ) চাৰিটা।

(ঘ) দুইটা।

উত্তৰঃ (গ) দুইটা।

৯। অসমৰ অৰণ্য অঞ্চলে মুঠ মাটিকালি প্রায় কিমান শতাংশ নিৰূপণ কৰিছে?

(ক) ৩০ শতাংশ।

(খ) ৩৫ শতাংশ।

(গ) ২৮ শতাংশ।

(ঘ) ১৬ শতাংশ।

উত্তৰঃ (ক) ৩০ শতাংশ।

১০। পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ আমাক অধিক কি ৰুব লাগে?

(ক) শিশু গছ।

(খ) আম গছ।

(গ)  কঁঠাল গছ।

(ঘ) নিম গছ।

উত্তৰঃ (ক) শিশু গছ।

১১। ৰ’দৰ তাপত পানী কিহলৈ ৰূপান্তৰ হয়?

(ক) বৰফলৈ।

(খ) ভাপলৈ।

(গ) তাপলৈ।

(ঘ) বায়ু।

উত্তৰঃ (খ) ভাপলৈ।

১২। পানীৰ কণিকাবোৰ লগ লাগি কি সৃষ্টি হয়? 

(ক) ডাৱৰ সৃষ্টি হয়।

(খ) বৰষুণৰ সৃষ্টি হয়।

(গ) মেঘৰ সৃষ্টি হয়।

(ঘ) বায়ুৰ সংস্পৰ্শত সৃষ্টি হয়।

উত্তৰঃ (ক) ডাৱৰ সৃষ্টি হয়।

১৩। পানীৰ ভাপ চেঁচা কৰিলে ই পুণৰ পানী হয় এই প্রক্রিয়াটো কি? 

(ক) বাষ্পীভৱন।

(খ) ঘনীভৱন।

(গ) জলচক্র।

(ঘ) ভাপ।

উত্তৰঃ (খ) ঘনীভৱন।

১৪। এবাৰ ব্যৱহাৰ কৰা পানী পাছত পুণৰ পৰিশোধন কৰি ব্যৱহাৰ কৰা পদ্ধতিটোক কি বোলে?

(ক) পুনৰাৱৰ্তন।

(খ) পৰিশোধন।

(গ) পৰিস্কাকৰন।

(ঘ) পৰিষ্কাৰ।

উত্তৰঃ (ক) পুনৰাৱৰ্তন।

১৫। ভূ-গৰ্ভৰ পানী ঘৰুৱা কামৰ বাহিৰে আৰু কিহত ব্যৱহাৰ হয়? 

(ক) উদ্যোগ।

(খ) খাবলৈ।

(গ) কাপোৰ ধুবলৈ।

(ঘ) জলসিঞ্চন।

উত্তৰঃ (ক) উদ্দ্যোগ।

১২। ডাৱৰ পৰা কি হয়?

(ক) বৰষুণ হয়।

(খ) ৰ’দ হয়।

(গ) আন্ধাৰ হয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বৰষুণ হয়।

১৩। সাগৰ-মহাসাগৰৰ পানী বা অনয় পানী ভাপ হৈ ওপৰলৈ যোৱা আৰু বৰষুণ আকাৰে তললৈ নামি অহা প্রক্রিয়াটোক কি কয়?

(ক) জলচক্র।

(খ) ঘনীভৱন।

(গ) পুনৰাৱৰ্তন।

(ঘ) বাষ্পীভৱন।

উত্তৰঃ (ক) জলচক্র।

১৪। মীনাহঁতৰ চোতালত কি আছিল?

(ক) এটা ফিল্টাৰ আছিল।

(খ) এদাল গছ আছিল।

(গ) মাক ৰৈ আছিল।

(ঘ) কুৱা আছিল।

উত্তৰঃ (ক) এটা ফিল্টাৰ আছিল।

১৫। মীনা আৰু গীতা দুয়োজনী কোন আছিল?

(ক) বায়েক ভনীয়েক।

(খ) বান্ধৱী।

(গ) এদিনৰ চিনাকি।

(ঘ) এটাও শুদ্ধ নহয়।

 উত্তৰঃ (খ) বান্ধৱী।

১৬। ভূ-গৰ্ভৰ পানী ঘৰুৱা কামৰ বাহিৰে আৰু কিহত ব্যৱহাৰ হয়? 

(ক) উদ্যোগ।

(খ) খাবলৈ।

(গ) কাপোৰ ধুবলৈ।

(ঘ) জলসিঞ্চন।

উত্তৰঃ (ক) উদ্দ্যোগ।

১৭। ডাৱৰ পৰা কি হয়?

(ক) বৰষুণ হয়।

(খ) ৰ’দ হয়।

(গ) আন্ধাৰ হয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বৰষুণ হয়।

১৮। সাগৰ-মহাসাগৰৰ পানী বা অনয় পানী ভাপ হৈ ওপৰলৈ যোৱা আৰু বৰষুণ আকাৰে তললৈ নামি অহা প্রক্রিয়াটোক কি কয়?

(ক) জলচক্র।

(খ) ঘনীভৱন।

(গ) পুনৰাৱৰ্তন।

(ঘ) বাষ্পীভৱন।

উত্তৰঃ (ক) জলচক্র।

১৯। মীনাহঁতৰ চোতালত কি আছিল?

(ক) এটা ফিল্টাৰ আছিল।

(খ) এদাল গছ আছিল।

(গ) মাক ৰৈ আছিল।

(ঘ) কুৱা আছিল।

উত্তৰঃ (ক) এটা ফিল্টাৰ আছিল।

২০। মীনা আৰু গীতা দুয়োজনী কোন আছিল?

(ক) বায়েক ভনীয়েক।

(খ) বান্ধৱী।

(গ) এদিনৰ চিনাকি।

(ঘ) এটাও শুদ্ধ নহয়।

 উত্তৰঃ (খ) বান্ধৱী।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top