Class 4 Environmental Studies MCQ Chapter 12 অসমৰ কুটীৰ শিল্প

Class 4 Environmental Studies MCQ Chapter 12 অসমৰ কুটীৰ শিল্প Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 12 অসমৰ কুটীৰ শিল্প

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 12

MCQ

১। অসম বাঁহ-বেত, পাট-মুগা, কাঁহ-পিতল কাৰ বাবে বিখ্যাত?

(ক) কাঁহ শিল্প।

(খ) হাজো শিল্প।

(গ) মৃৎ শিল্পৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) মৃৎ শিল্পৰ।

২। বাঁহ বেতেৰে তৈয়াৰ কৰা সামগ্ৰীৰ নাম লিখা।

(ক) ডলা।

(খ) খালৈ।

(গ) জাকৈ।

(ঘ) চালনী।

উত্তৰঃ (ঘ) চালনী।

৩। ব’হাগ বিহু কেতিয়া পৰা আৰম্ভ হয়?

(ক) বহাগ মাহৰ শেষৰ দিনাৰ।

(খ) চ’ত মাহৰ শেষৰ দিনাৰ।

(গ) ফাগুন মাহৰ শেষৰ দিনাৰ।

(ঘ) মাঘ মাহৰ শেষৰ দিনাৰ।

উত্তৰঃ (খ) চ’ত মাহৰ শেষৰ দিনাৰ।

৪। বিহু কেইদিনলৈ চলে?

(ক) পাঁচ দিন।

(খ) আঠ দিন।

(গ) ছয় দিন

(ঘ) সাত দিন।

উত্তৰঃ (ঘ) সাতদিন।

৫। বিহুৰ প্ৰথম দিনটো কি বিহু বোলে?

(ক) মানুহ বিহু।

(খ) গৰু বিহু।

(গ) গোঁসাই বিহু।

(ঘ) নাঙলৰ বিহু।

উত্তৰঃ (খ) গৰু বিহু।

৬। কাতি বিহু কেতিয়া পালন কৰা হয়? 

(ক) বহাগৰ সংক্রান্তিত।

(খ) চ’তৰ সংক্ৰান্তিত।

(গ) কাতি মাহৰ সংক্ৰান্তিত।

(ঘ) আঘোণ মাহৰ সংক্ৰান্তিত।

উত্তৰঃ (খ) চ’তৰ সংক্ৰান্তিত।

৭। মিছিং জনগোষ্ঠীয়ে কি উৎসৱ পালন কৰে? 

(ক) বৈশাগু।

(খ) আলি-আয়ে-নৃগাং।

(গ) বায়খো।

(ঘ) মে-ডাম মে-ফি।

উত্তৰঃ (খ) আলি-আয়ে-নৃগাং।

৮। ঘৰতে যদি চিকিৎসা ভাল কৰা হয় তাক কি বোলা হয়? 

(ক) ঘৰুৱা চিকিৎসা।

(খ) প্রাথমিক চিকিৎসা।

(গ) হাস্পতালৰ চিকিৎসা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) প্রাথমিক চিকিৎসা।

৯। জোক লাগিলে কি দিলে জোক সৰি পৰে? 

(ক) নিমখ।

(খ) পিয়াজ।

(গ) নহৰু।

(ঘ) জালুক।

উত্তৰঃ (ক) নিমখ।

১০। প্ৰাথমিক চিকিৎসাৰ বাকচটো সকলোৱে চিনি পাবলৈ বাকচটোৰ ওপৰত কি চিন ব্যৱহাৰ কৰা হয়? 

(ক) বিয়োগ চিন।

(খ) হৰণ চিন।

(গ) যোগ চিন।

(ঘ) পূৰণ চিন।

উত্তৰঃ (গ) যোগ চিন।

১১। ঘৰতে যদি চিকিৎসা ভাল কৰা হয় তাক কি বোলা হয়? 

(ক) ঘৰুৱা চিকিৎসা।

(খ) প্রাথমিক চিকিৎসা।

(গ) হাস্পতালৰ চিকিৎসা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) প্রাথমিক চিকিৎসা।

১২। জোক লাগিলে কি দিলে জোক সৰি পৰে? 

(ক) নিমখ।

(খ) পিয়াজ।

(গ) নহৰু।

(ঘ) জালুক।

উত্তৰঃ (ক) নিমখ।

১৩। প্ৰাথমিক চিকিৎসাৰ বাকচটো সকলোৱে চিনি পাবলৈ বাকচটোৰ ওপৰত কি চিন ব্যৱহাৰ কৰা হয়? 

(ক) বিয়োগ চিন।

(খ) হৰণ চিন।

(গ) যোগ চিন।

(ঘ) পূৰণ চিন।

 উত্তৰঃ (গ) যোগ চিন।

১৪। কাৰ জৰিয়তে অসমত বিভিন্ন ক্ষুদ্র উদ্যোগ গঢ় লৈ উঠিছে?

(ক) কুটীৰ শিল্পৰ।

(খ) কাঁহ শিল্প।

(গ) আজো শিল্প।

(ঘ) মৃৎ শিল্পৰ।

উত্তৰঃ (ক) কুটীৰ শিল্পৰ।

১৫। অসমত কি শিল্পকেন্দ্র গঢ়ি উঠিছে?

(ক) কাঁহ-পিতল।

(খ) সোণাৰী।

(গ) বাঁহ-বেত।

(ঘ) কাঠ।

উত্তৰঃ (ক) কাঁহ-পিতল।

১৬। কাঁহেৰে তৈয়াৰী সামগ্ৰীৰ নাম লিখা।

(ক) শৰাই।

(খ) বানকাঁহী।

(গ) বানবাটি।

(ঘ) থাল।

উত্তৰঃ (ক) শৰাই।

১৭। অসমৰ এটা কুটিৰ শিল্পৰ নাম লিখা।

(ক) সৰ্থেবাৰীৰ কাঁহশিল্প।

(খ) মাজুলীৰ মুখা শিল্প।

(গ) শুৱালকুছিৰ পাট-মুগা।

(ঘ) আশাৰীকান্ধি টেৰাকোটা।

উত্তৰঃ (ক) সৰ্থেবাৰীৰ কাঁহশিল্প।

১৮। তাঁত-শালৰ সঁজুলিৰ নাম লিখা।

(ক) কাঠ।

(খ) বাঁহ।

(গ) বেত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ কাঠ।

১৯। গৰমৰ দিনত পিন্ধা আৰামদায়ক কাপোৰবোৰ কি সূতাৰে তৈয়াৰী?

(ক) কপাহী।

(খ) মুগা-পাট।

(গ) এৰী সূতা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কপাহী।

২০। তাঁত-শালত কি কৰা হয়?

(ক) কাপোৰ চিলাই কৰা হয়।

(খ) কাপোৰ বোৱা হয়।

(গ) কাপোৰত ফুল তোলা হয়।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কাপোৰ বোৱা হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top