Class 4 Environmental Studies MCQ Chapter 13 শিৱসাগৰলৈ যাত্ৰা

Class 4 Environmental Studies MCQ Chapter 13 শিৱসাগৰলৈ যাত্ৰা Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 13 শিৱসাগৰলৈ যাত্ৰা

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 13

MCQ

১। মিলি আৰু জিন্টুৱে কাৰ সৈতে গুৱাহাটীৰ পল্টনবজাৰত থকা ৰে’লষ্টেচনত পুৱা ৰৈ আছে?

(ক) দেউতাকৰ।

(খ) আইতা।

(গ) ককা।

(ঘ) মাকৰ।

উত্তৰঃ (ঘ) মাকৰ।

২। মিলি আৰু জিন্টুৰ আইতাকৰ ঘৰ ক’ত আছিল?

(ক) শিৱসাগৰত।

(খ) যোৰহাটত।

(গ) গুজৰাটত।

(ঘ) মাজুলী।

উত্তৰঃ (ক) শিৱসাগৰত।

৩। মিলি আৰু জিন্টুৱে মাকৰ সৈতে শিৱসাগৰত থকা কাৰ ঘৰ পালেহি?

(ক) মামাকৰ ঘৰ।

(খ) মাহীৰ ঘৰ।

(গ) আইতাকৰ ঘৰ।

(ঘ) খুড়াকৰ ঘৰ।

উত্তৰঃ (ক) মামাকৰ ঘৰ।

৪। আগৰ দিনৰ এবিধ বাচন-বৰ্তনৰ নাম লিখা। 

(ক) শৰাই।

(খ) বানকাঁহী।

(গ) হেতা।

(ঘ) কলহ।

উত্তৰঃ (খ) বানকাঁহী।

৫। ১৯০১ চনত অসমৰ জনসংখ্যা আছিল ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ। 

(ক) ১.০৩ শতাংশ।

(খ) ১.১৮ শতাংশ।

(গ) ১.৩৮ শতাংশ।

(ঘ) ১.৫৮ শতাংশ।

উত্তৰঃ (গ) ১.৩৮ শতাংশ।

৬। অসমত জনসংখ্যাৰ ঘনত্ব কিমান বর্গ কিলোমিটাৰত জন আছিল?

(ক) ৩৬ জন।

(খ) ৪২ জন।

(গ) ৫৫ জন।

(ঘ) ৫৮ জন।

উত্তৰঃ (খ) ৪২ জন।

৭। কিমান চনত কুৰি শতিকাৰ আৰম্ভণিতে  অসমত জনসংখ্যা-

(ক) ১৯০১ চনত।

(খ) ১৯০৩ চনত।

(গ) ১৯০৪ চনত।

(ঘ) ১৯০৬ চনত।

উত্তৰঃ (ক) ১৯০১ চনত।

৮। শিৱসাগৰত থকা কীর্তিচিহ্নৰ নাম- 

(ক) কাৰেংঘৰ।

(খ) তলাতল।

(গ) ৰংঘৰ।

(ঘ) শিৱদৌল।

উত্তৰঃ (খ) তলাতল ঘৰ। 

৯। যান-বাহনৰ নাম-

(ক) বাছ।

(খ) গৰুগাড়ী।

(গ) ঠেলা,

(ঘ) মটৰ চাইকেল।

উত্তৰঃ (খ) গৰুগাড়ী। 

৮। তোমালোকৰ যোৱাকালিৰ ৰে’লৰ যাত্ৰাটো কেনে আছিল?-এই কথাষাৰ কোনে কৈছিল?

(ক) ককা।

(খ) খুড়া

(গ) আইতা।

(ঘ) পেহী।

উত্তৰঃ (গ) আইতা।

৯। গৰম বন্ধত মিলি আৰু জিন্টুৱে কাৰ ঘৰত ফুৰিবলৈ গৈছিল?

(ক) মামাকৰ ঘৰত।

(খ) মাহীৰ ঘৰত।

(গ) আইতাকৰ ঘৰত।

(ঘ) খুড়াৰ ঘৰত।

উত্তৰঃ (গ) আইতাকৰ ঘৰত।

১০। মাকৰ লগত মিলি আৰু জিন্টুৱে ৰে’লত উঠিবলগীয়া কিমান সময় বাকী আছিল?

(ক) ৫০ মিনিট।

(খ) ৫৫ মিনিট।

(গ) ৪৫ মিনিট।

(ঘ) ৫২ মিনিট।

উত্তৰঃ (ক) ৫০ মিনিট।

১১। আলিবাট যান-বাহন আদি নিয়ন্ত্রণ আদি কামত কোনে সহায় কৰে? 

(ক) আৰক্ষীয়ে।

(খ) ডাক্তৰে।

(গ) পিয়নে।

(ঘ) নাৰ্ছে।

উত্তৰঃ (ক) আৰক্ষীয়ে।

১২। আজি-কালি কিহৰ জৰিয়তে ঘৰতে বহি কিতাপ পঢ়িব পাৰি।

(ক) লেপ’টপ।

(খ) ম’বাইল।

(গ) কম্পিউটাৰ।

(ঘ) কীবৰ্ড ম’বাইল।

উত্তৰঃ (গ) কম্পিউটাৰ।

১৩। গৰুৰ প্ৰধান খাদ্য কি?

(ক) খেৰ।

(খ) পাত। 

(গ) ঘাঁহ।

(ঘ) নৰা।

উত্তৰঃ (গ) ঘাঁহ।

১৪। ভাৰতত কৃষিৰ লগত জড়িত থকা কেইটা উৎসৱ পালন কৰা হয়?

(ক) চাৰিটা।

(খ) ছয়টা।

(গ) দুইটা।

(ঘ) তিনিটা।

উত্তৰঃ (ঘ) তিনিটা।

১৫। আমাৰ অসমৰ জাতীয় উৎসৱটো কি?

(ক) কাতি বিহু।

(খ) মাঘ বিহু।

(গ) বহাগ বিহু।

(ঘ) বিহু।

উত্তৰঃ (ঘ) বিহু।

১৬। কোন উৎসৱক ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি?

(ক) দুৰ্গা পূজা।

(খ) দেৱালী।

(গ) খ্ৰীষ্টমাছ।

(ঘ) পোংগল উৎসৱ।

উত্তৰঃ (ঘ) পোংগল উৎসৱ।

১৭। বৌদ্ধধর্মৰ প্রবর্তক কোন?

(ক) গুৰনানক জয়ন্তী।

(খ) বুদ্ধদেৱ।

(গ) যীশুখ্ৰীষ্ট।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱা।

 উত্তৰঃ (খ) বুদ্ধদেৱ। 

১৮। যীশুখ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিল?

(ক) ২৫ তাৰিখে ডিচেম্বৰ মাহত।

(খ) ২০ তাৰিখে ডিচেম্বৰ মাহত।

(গ) ২৮ তাৰিখে ডিচেম্বৰ মাহত।

(ঘ) ১৫ তাৰিখে ডিচেম্বৰ মাহত।

উত্তৰঃ (ক) ২৫ তাৰিখে ডিচেম্বৰ মাহত।

১৪। কাৰ জৰিয়তে অসমত বিভিন্ন ক্ষুদ্র উদ্যোগ গঢ় লৈ উঠিছে?

(ক) কুটীৰ শিল্পৰ।

(খ) কাঁহ শিল্প।

(গ) আজো শিল্প।

(ঘ) মৃৎ শিল্পৰ।

উত্তৰঃ (ক) কুটীৰ শিল্পৰ।

১৫। অসমত কি শিল্পকেন্দ্র গঢ়ি উঠিছে?

(ক) কাঁহ-পিতল।

(খ) সোণাৰী।

(গ) বাঁহ-বেত।

(ঘ) কাঠ।

উত্তৰঃ (ক) কাঁহ-পিতল।

১৬। কাঁহেৰে তৈয়াৰী সামগ্ৰীৰ নাম লিখা।

(ক) শৰাই।

(খ) বানকাঁহী।

(গ) বানবাটি।

(ঘ) থাল।

উত্তৰঃ (ক) শৰাই।

১৭। অসমৰ এটা কুটিৰ শিল্পৰ নাম লিখা।

(ক) সৰ্থেবাৰীৰ কাঁহশিল্প।

(খ) মাজুলীৰ মুখা শিল্প।

(গ) শুৱালকুছিৰ পাট-মুগা।

(ঘ) আশাৰীকান্ধি টেৰাকোটা।

উত্তৰঃ (ক) সৰ্থেবাৰীৰ কাঁহশিল্প।

১৮। মাটিৰে কি তৈয়াৰ কৰা হয়?

(ক) প্ৰতিমা।

(খ) কলহ।

(গ) বাটি।

(ঘ) গিলাচ।

উত্তৰঃ (ক) প্ৰতিমা।

১৯। মৃৎশিল্পৰ অন্যতম আকর্ষণটো কি?

(ক) সোণাৰী।

(খ) বাঁহ-বেত।

(গ) টেৰাকোটা।

(ঘ) কাঠ।

উত্তৰঃ (গ) টেৰাকোটা।

২০। আপোনাৰ ৰে’লখনৰ নির্ধাৰিত সময়ত কিমান? 

(ক) ৪৫ ৰ পৰা ৬০।

(খ) ৩০ ৰ পৰা ৬০।

(গ) ৪০ ৰ পৰা ৫০।

(ঘ) ৪১ ৰ পৰা ৫৫।

উত্তৰঃ (ক) ৪৫ ৰ পৰা ৬০।

২১। কেইটা টিকট সংগ্রহ কৰি আনিছিল?

(ক) দুইটা টিকট।

(খ) তিনিটা টিকট।

(গ) চাৰিটা টিকট।

(ঘ) পাঁচটা টিকট।

উত্তৰঃ (ক) দুইটা টিকট।

২২। গুৱাহাটীৰপৰা শিৱসাগৰলৈ ৰে’লেৰে আহোঁতে কেইটা ষ্টেচন পাৰ হৈ আহিলা?

(ক) ১৫ টা ষ্টেচন।

(খ) ১২ টা ষ্টেচন।

(গ) ১০ টা ষ্টেচন।

(ঘ) ১৬ টা ষ্টেচন।

উত্তৰঃ (ক) ১৫ টা ষ্টেচন।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top