Class 4 Environmental Studies MCQ Chapter 14 আমাৰ অধিকাৰ

Class 4 Environmental Studies MCQ Chapter 14 আমাৰ অধিকাৰ Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 14 আমাৰ অধিকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 14

MCQ

১। কেন্দুগুৰি গাঁৱৰ পৰা কিমান কিলোমিটাৰ আঁতৰৰ এটা পাহাৰীয়া অঞ্চল?

(ক) ৫৫ কিলোমিটাৰ।

(খ) ৬০ কিলোমিটাৰ।

(গ) ৬১ কিলোমিটাৰ।

(ঘ) ৪০ কিলোমিটাৰ।

উত্তৰঃ (খ) ৬০ কিলোমিটাৰ।

২। শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে দুপৰীয়াৰ আহাৰ ক’ত গ্ৰহণ কৰিছিল?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ক) হোটেলত।

(খ) ঘৰত।

(গ) বিদ্যালয়ত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) বিদ্যালয়ত।

৩। কেইটা বজাত বাছত উঠি উভতি আহিল?

(ক) ৩ মান বজাত।

(খ) ৪ মান বজাত।

(গ) ২ মান বজাত।

(ঘ) ৫ মান বজাত।

উত্তৰঃ (ক) ৩ মান বজাত।

৪। সবাতোকৈ ঘন বসতিপূর্ণ জিলা বুলি বিবেচিত কামৰূপ (মেট্রো) জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে-

(ক) প্রতি বর্গ কিলোমিটাৰত ১০১০ জন। 

(খ) প্রতি বর্গ কিলোমিটাৰত ২০১০ জন। 

(গ) প্রতি বর্গ কিলোমিটাৰত ২০২১ জন। 

(ঘ) প্রতি বর্গ কিলোমিটাৰত ২০৩০ জন।

উত্তৰঃ (ক) প্ৰতি বৰ্গ কিলোমিটাৰত ২০১০ জন। 

৫। ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে সবাতোকৈ সেৰেঙা বসতিপূৰ্ণ জিলা বুলি বিবেচিত ডিমা হাছাও জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে-

(ক) প্রতি বর্গ কিলোমিটাৰত মাত্র ৪৪ জন।

(খ) প্রতি বর্গ কিলোমিটাৰত মাত্র ৩৪ জন।

(গ) প্রতি বর্গ কিলোমিটাৰত মাত্র ২৮ জন।

(ঘ) প্রতি বর্গ কিলোমিটাৰত মাত্র ২৪ জন।

উত্তৰঃ (ক) প্ৰতি বৰ্গ কিলোমিটাৰত মাত্র ৪৪ জন।

৬। কি অধিকাৰৰ বাবে সংগ্রাম চলাইছিল?

(ক) মানৱ অধিকাৰ।

(খ) শিশুৰ অধিকাৰ।

(গ) শিক্ষাৰ অধিকাৰ 

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) শিশুৰ অধিকাৰ।

৭। অসমলৈ আগমন ঘটা প্রথমটো জনগোষ্ঠী আছিল?

(ক) অষ্ট্রিকসকল।

(খ) মংগোলীয়সকল।

(গ) মিছিংসকল।

(ঘ) বড়োসকল।

উত্তৰঃ (ক) অষ্ট্ৰিকসকল।

৮। জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল-

(ক) বড়ো।

(খ) মিছিং।

(গ) কার্বি।

(ঘ) ৰাভা।

 উত্তৰঃ (খ) মিছিং।

৯। পাকিস্তানৰ মালালা ইউচফযাই আৰু ভাৰতৰ কৈলাশ সত্যার্থীক কোন চনত নোবেল বঁটা প্রদান কৰা হৈছিল?

(ক) ২০১৪ চনত।

(খ) ২০১৩ চনত।

(গ) ২০১১ চনত।

(ঘ) ২০১০ চনত।

উত্তৰঃ (ক) ২০১৪ চনত।

১০। শিশুৰ বিনামূলীয়া শিক্ষাৰ আইন কেতিয়া প্রণয়ন কৰা হয়?

(ক) ২০০৯ চনত।

(খ) ২০০৪ চনত।

(গ) ২০০৮ চনত।

(ঘ) ২০০৬ চনত।

উত্তৰঃ (ক) ২০০৯ চনত।

১১। শিক্ষাৰ আইন অনুসৰি কিমান বছৰৰ পৰা কিমান বছৰলৈকে প্রাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক?

(ক) ৬ৰ পৰা ১৪ বছৰ বয়স।

(খ) ৪ৰ পৰা ১৫ বছৰ বয়স।

(গ) ৭ৰ পৰা ১৩ বছৰ বয়স।

(ঘ) ৩ৰ পৰা ১৬ বছৰ বয়স।

উত্তৰঃ (ক) ৬ৰ পৰা ১৪ বছৰ বয়স।

১২। ‘শিশু-শ্রমিক আইন’ কেতিয়া প্রণয়ন কৰে?

(ক) ১৯৮১ চনত।

(খ) ১৯৮৬ চনত।

(গ) ১৯৮০ চনত।

(ঘ) ১৯৮৮ চনত।

উত্তৰঃ (খ) ১৯৮৬ চনত।

১৩। ‘শিশু সুৰক্ষা দিৱস’ কেতিয়া পালন কৰা হয়?

(ক) ৭ মাৰ্চ।

(খ) ৪ মাৰ্চ।

(গ) ৬ মাৰ্চ।

(ঘ) ১০ মাৰ্চ।

উত্তৰঃ (খ) ৪ মাৰ্চ।

১৪। আমাৰ দেশৰ চৰকাৰে শ্রমিক আইন কোন চনত প্রণয়ন কৰে?

(ক) ১৯৯২ চনত।

(খ) ১৯৯০ চনত।

(গ) ১৯৮৮ চনত।

(ঘ) ১৯৮৬ চনত।

উত্তৰঃ (ঘ) ১৯৮৬ চনত।

১৫। শিক্ষাৰ আইন কোন চনত প্রৱর্তন 

(ক) ২০১০ চনত।

(খ) ২০০৯ চনত।

(গ) ২০০৬ চনত।

(ঘ) ২০০২ চনত।

উত্তৰঃ (খ) ২০০৯ চনত।

১৬। ৰাষ্ট্ৰসংঘই কিমান চনত ‘শিশুৰ অধিকাৰ’ আঁচনিখন গ্ৰহণ কৰিছিল?

(ক) ১৯৫৯ চনত।

(খ) ১৯৫৬ চনত।

(গ) ১৯৫১ চনত।

(ঘ) ১৯৩৯ চনত।

উত্তৰঃ (ক) ১৯৫৯ চনত।

১৭। ভাৰতবৰ্ষই কিমান চনত ‘শিশুৰ বাবে ৰাষ্ট্ৰীয় নীতি’ প্ৰৱৰ্তন কৰে?

(ক) ১৯৭৪ চনত।

(খ) ১৯৭৭ চনত।

(গ) ১৯৭৪ চনত।

(ঘ) ১৯৭৩ চনত।

উত্তৰঃ (ক) ১৯৭৪ চনত।

১৮। কোন চনত ভাৰতবৰ্ষই ‘শিশুৰ অধিকাৰ আইন’ গ্ৰহণ কৰিছিল?

(ক) ১৯৯১ চনৰ ১০ ডিচেম্বৰত।

(খ) ১৯৯২ চনৰ ১১ ডিচেম্বৰত।

(গ) ১৯৯৯ চনৰ ১২ ডিচেম্বৰত।

(ঘ) ১৯৯৫ চনৰ ১৫ ডিচেম্বৰত।

উত্তৰঃ (খ) ১৯৯২ চনৰ ১১ ডিচেম্বৰত।

১৯। মালালা ইউচফযাই কোন দেশৰ বাসিন্দা?

(ক) পাকিস্তানৰ।

(খ) ৰাজস্থান।

(গ) ভূটান।

(ঘ) জাৰ্মান।

উত্তৰঃ (ক) পাকিস্তানৰ।

২০। কোনে শিক্ষাৰ বাবে সংগ্রাম চলাইছিল?

(ক) মালালা ইউচফযাই।

(খ) ইন্দিৰা গান্ধী।

(গ) কল্পনা চাওলা।

(ঘ) ওপৰৰ এটাও নাহায়ম।

উত্তৰঃ (ক) মালালা ইউচফযাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top