Class 12 Business Studies Important Chapter 12 গ্রাহক সুৰক্ষা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Business Studies Important Solutions and select need one. Class 12 Business Studies Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Business Studies.
Class 12 Business Studies Important Chapter 12 গ্রাহক সুৰক্ষা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Business Studies Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Business Studies Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
গ্রাহক সুৰক্ষা
Chapter: 12
| দ্বিতীয় খণ্ড: ব্যৱসায় বিত্তায়ন আৰু বজাৰকাৰণ |
| IMPORTANT QUESTION AND ANSWER |
অতি চমু প্ৰশ্ন উত্তৰ:
১। গ্ৰাহক সুৰক্ষা আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰঃ গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ চনত প্ৰৱৰ্তন কৰা হৈছিল।
২। ‘Caveat Emptor’ বুলিলে কি বুজায়?
উত্তৰঃ Caveat Emptor বুলিলে ক্ৰেতা সাৱধান হওক বুলি বুজায়।
৩। ‘Caveat Vendor’ বুলিলে কি বুজায়?
উত্তৰঃ Caveat Vendor বুলিলে বিক্ৰেতাই সাৱধান হওক বুলি বুজায়।
৪। ‘ISI’ চিহ্ন কোন দ্ৰব্যৰ গুণগত মান নিৰ্দেশ কৰে?
উত্তৰঃ ISI চিহ্ন বৈদ্যুতিক সামগ্ৰীৰ গুণগত মান নিৰ্দেশ কৰে।
৫। ‘AGMARK’ চিহ্ন কিহত ব্যৱহৃত হয়?
উত্তৰঃ AGMARK চিহ্ন কৃষিজাত সামগ্ৰীত ব্যৱহৃত হয়।
৬। ‘FPO’ চিহ্ন কিহত ব্যৱহৃত হয়?
উত্তৰঃ FPO চিহ্ন খাদ্য সামগ্ৰীত ব্যৱহৃত হয়।
৭। গ্ৰাহক সুৰক্ষা আইন অনুসৰি গ্ৰাহকৰ অধিকাৰ কিমানটা?
উত্তৰঃ গ্ৰাহক সুৰক্ষা আইন অনুসৰি গ্ৰাহকৰ ৬টা অধিকাৰ আছে।
৮। ‘Right to Safety’ বুলিলে কি বুজায়?
উত্তৰঃ Right to Safety বুলিলে বিপজ্জনক দ্ৰব্য আৰু সেৱাৰ পৰা সুৰক্ষাৰ অধিকাৰ বুজায়।
৯। ‘Right to Choose’ বুলিলে কি বুজায়?
উত্তৰঃ Right to Choose বুলিলে ইচ্ছামাফিক বাছনি কৰাৰ অধিকাৰ বুজায়।
১০। ‘Right to be Heard’ বুলিলে কি বুজায়?
উত্তৰঃ Right to be Heard বুলিলে অভিযোগ দাখিল কৰি শুনানি লাভ কৰাৰ অধিকাৰ বুজায়।
১১। ‘Right to Seek Redressal’ বুলিলে কি বুজায়?
উত্তৰঃ Right to Seek Redressal বুলিলে অভিযোগ নিষ্পত্তি তথা ক্ষতিপূৰণ বিচাৰাৰ অধিকাৰ বুজায়।
১২। ‘Right to Consumer Education’ বুলিলে কি বুজায়?
উত্তৰঃ Right to Consumer Education বুলিলে গ্ৰাহক শিক্ষাৰ অধিকাৰ বুজায়।
১৩। ‘Consumer Coordination Council’ ক’ত অৱস্থিত?
উত্তৰঃ ‘Consumer Co-ordination Council’ দিল্লীত অৱস্থিত।
১৪। AGMARK চিহ্ন কোন আইনৰ অধীনত দিয়া হয়?
উত্তৰঃ AGMARK চিহ্ন কৃষি উৎপাদনৰ মান অনুযায়ী স্তৰীকৰণ আৰু চিহ্নিতকৰণ আইন, ১৯৩৭ৰ অধীনত দিয়া হয়।
১৫। ISI চিহ্ন কোন সংস্থাই প্ৰদান কৰে?
উত্তৰঃ ISI চিহ্ন ভাৰতীয় মানক ব্যুৰো (BIS)য়ে প্ৰদান কৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


