Benefits of Kurchi | কূটজ দূধকৰিৰ উপকাৰিতা
পৃথিৱী ২,৫০,০০০ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে পৰিপুষ্ট। পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এনে এবিধ উৎকৃষ্ট বনৌষধি ভেষজ উদ্ভিদ হৈছে কূটজ দূধকৰি […]