SEBA Class 7 Mathematics Chapter 15 গোটা আকৃতিৰ দৃশ্যায়ন

SEBA Class 7 Mathematics Chapter 15 গোটা আকৃতিৰ দৃশ্যায়ন Question Answer, SEBA Class 7 Maths Notes in Assamese Medium, SEBA Class 7 Maths Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 7 Mathematics Chapter 15 গোটা আকৃতিৰ দৃশ্যায়ন Notes and select needs one.

SEBA Class 7 Mathematics Chapter 15 গোটা আকৃতিৰ দৃশ্যায়ন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 7 Mathematics Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 7 Mathematics Solutions for All Subject, You can practice these here.

গোটা আকৃতিৰ দৃশ্যায়ন

Chapter – 15

অনুশীলনী – 15.1

1. তলৰ বস্তুবোৰ দ্বিমাত্ৰিক আৰু ত্রিমাত্রিক হিচাপে শ্রেণী বিভাগ কৰা–

গোলক, বৃত্ত, আয়ত, পিৰামিড, পেঞ্চিল বাকচ, মার্বল, ঘনক, চতুর্ভুজ, জুইশলা বাকচ।

উত্তৰঃ দ্বিমাত্রিক – বৃত্ত, আয়ত, চতুর্ভুজ।

ত্রিমাত্রিক – গোলক, পিৰামিড, সেঞ্চিল, বাকচ, মার্বল, ঘনক, জুইশলা বাকচ।

2. কাষ আৰু শীর্ষবিন্দু নথকা তিনিটা গোটা বস্তুৰ নাম লিখা।

উত্তৰঃ গোলক, ফুটবল আৰু কমলা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

3. এটা শম্কুত কেইটা শীর্ষবিন্দু থাকে?

উত্তৰঃ এটা।

4. ঘনক সাজিবৰ বাবে কোনকেইটা চিত্ৰ ব্যৱহাৰ কৰিব পাৰি? দলত আলোচনা কৰা।

উত্তৰঃ ঘনক সাজিবৰ বাবে ব্যৱহাৰ কৰিব পৰা চিত্ৰকেইটা হ’ল– (i), (ii), (iⅲ), (iv), (v)

5. বাওঁফালৰ আকৃতিৰ লগত সোঁফালৰ আকৃতিবোৰ মিলোওৱা।

উত্তৰঃ 

সোঁফালবাওঁফাল
(i) (ii)
(ii)(iv)
(iii)(i)
(iv)(iii)

6. আলোচনা কৰি চর্তুস্ফলক সাজিব পৰা সামতলিক চিত্ৰ বিচাৰি উলিওৱা।

উত্তৰঃ চর্তুস্ফলক সাজিব পৰা সামতলিক চিত্র কেইটা হ’ল– (i), (ii), (iii)

অনুশীলনী – 15.2

1. চিত্র (i) আয়তীয় ঘনকৰ তির্যক নক্সাটো চাই এটা সমমাত্রিক নক্সা আঁকা।

উত্তৰঃ 

2. 5 চে.মি., 3 চে.মি. আৰু 2 চে.মি. মাত্ৰাৰ এটা সমমাত্রিক আৰু এটা তির্যক নক্সা আঁকা।

উত্তৰঃ 

3. এটা গোটা বস্তুৰ নাম লিখা যাৰ শীর্ষবিন্দু আৰু সমতল নাই।

উত্তৰঃ গোলক।

4. 3 চে.মি., 3 চে.মি. আৰু 3 চে.মি. জোখৰ তিনিটা ঘনক, এটাৰ ওপৰত আনটো থৈ দিলে উৎপন্ন হোৱা গোটা বস্তুটোৰ নাম লিখা। গোটা বস্তুটোৰ দীঘ, প্রস্থ আৰু উচ্চতা কিমান?

উত্তৰঃ দীঘ 3 চে.মি., প্রস্থ 3 চে.মি. আৰু উচ্চতা 9 চে.মি.।

অনুশীলনী – 15.3

1. চিত্র (i) লৈ মন কৰা। ইয়াত কিমানটা ঘনক আছে?

উত্তৰঃ 4 টা ঘনক আছে।

2. চিত্র (ii) ত মুঠতে কেইটা ঘনক আছে? যদি এটা ঘনকৰ মাত্রা 2 চে.মি., 2 চে.মি., 2 চে.মি. হয় তেন্তে আয়তীয় ঘনকটোৰ মাত্রা কিমান?

উত্তৰঃ 16 টা দৈৰ্ঘ্য = 8 চে.মি. দীঘ, প্ৰস্থ, উচ্চতা = 4 চে.মি. উচ্চতা।

3. 5 টা ঘনক একেলগে ৰাখি তিনিটা বেলেগ বেলেগ দিশৰ (সম্মুখৰ দৃশ্য, ওপৰৰ দৃশ্য আৰু কাষৰ দৃশ্য) ৰ চিত্র আঁকা।

উত্তৰঃ 

4. কাষৰ পৰা 5 টা ফুট দেখাকৈ এটা লুডু ডাইচৰ ত্রিমাত্রিক চিত্র আঁকা। ডাইচটো ওপৰৰ পৰা চালে কেইটা ফুট দেখা যাব। (দলত আলোচনা কৰা)

উত্তৰঃ 

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top