SEBA Class 7 Mathematics Chapter 2 ভগ্নাংশ আৰু দশমিক

SEBA Class 7 Mathematics Chapter 2 ভগ্নাংশ আৰু দশমিক Question Answer, SEBA Class 7 Maths Notes in Assamese Medium, SEBA Class 7 Maths Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 7 Mathematics Chapter 2 ভগ্নাংশ আৰু দশমিক Notes and select needs one.

SEBA Class 7 Mathematics Chapter 2 ভগ্নাংশ আৰু দশমিক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 7 Mathematics Chapter 2 ভগ্নাংশ আৰু দশমিক Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 7 Mathematics Chapter 2 ভগ্নাংশ আৰু দশমিক Solutions for All Subject, You can practice these here.

ভগ্নাংশ আৰু দশমিক

Chapter – 2

অনুশীলনী – 2.1

1. পূৰণফল উলিওৱা–

A. (i) 6 × 2/3 

উত্তৰঃ 

(ii) 7 × 1/5 

উত্তৰঃ 7 × 1/5 = 7/1 × 1/5 

= 7 × 1/1 × 5 = 7/5 = -2/5

(iii) 5 × 2 3/4 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ 5 × 2 3/4

= 5/1 × 11/4

= 5 × 11/1 × 4

= 55/4

(iv) 3 5/7 × 28

উত্তৰঃ 

(v) 2 3/4 × 5

উত্তৰঃ 2 3/4 × 5

= 11/4 × 5/1

= 11 × 5/4 × 1

= 55/4

= 13 3/4 

B. (i) 1/7 × 1/9

উত্তৰঃ 1/7 × 1/9

= 1 × 1/7 × 9

= 1/63

(ii) 1/45 × 9/39

উত্তৰঃ 

(iii) 4/15 × 9/10

উত্তৰঃ 

(iv) 51/40 × 64/34

উত্তৰঃ 51/40 × 64/34

(v) 4/5 × 12/7

উত্তৰঃ 4/5 × 12/7

= 4/5 × 12/7

= 4 × 12/5 × 7

= 48/35

= 1 13/35

C. (i) 4 2/7 × 11 2/3

উত্তৰঃ 

(ii) 9 2/3 × 4 4/5 

উত্তৰঃ 

(iii) 5 5/6 × 6 3/7

উত্তৰঃ 

(iv) 4 1/8 × 2 10/11 

উত্তৰঃ 

(v) 2 2/17 × 7 2/9 × 1 33/52

উত্তৰঃ 

2. মান নিৰ্ণয় কৰা–

(i) 1/7 ৰ 1/5 

উত্তৰঃ 1/7 ৰ 1/5 

= 1/7 × 1/5 

= 1 × 1/7 × 5

= 1/35

(ii) 2/3 ৰ 4/5

উত্তৰঃ 2/3 ৰ 4/5

= 2/3 × 4/5 

= 2 × 4/3 × 5

= 8/15

(iii) 7/5 ৰ 15/14

উত্তৰঃ 7/5 ৰ 15/14

(iv) 2 3/4 ৰ 3/22

উত্তৰঃ 2 3/4 ৰ 3/22

= 11/4 × 3/32

= 11 × 3/4 × 32 = 33/128

(v) 15 ৰ 7/30

উত্তৰঃ 15 ৰ 7/30

3. 5/6 × 4/5 ৰ 3/5 অংশটো কি হ’ব?

উত্তৰঃ 5/6 × 4/5 ৰ 3/5 

∴ 5/6 × 4/5 ৰ 3/5 অংশটো হ’ব 2/5 

4. (ⅰ) 4/5 ৰ 3/8 আৰু

উত্তৰঃ 4/5 ৰ 3/8 

= 4/5 × 3/8₂

= 1 × 3/5 × 2

= 3/10

এতিয়া, 3/10 = 3 × 3/10 × 3 = 9/30

1/6 = 1 × 5/6 × 5 = 5/30

∴ 5<9

∴ 5/30<9/30 অৰ্থাৎ, 5/9 ৰ 3/10 টো সৰু।

(ii) 5/9 ৰ 3/10 নির্ণয় কৰি কোনটো সৰু উলিওৱা।

উত্তৰঃ 5/9 ৰ 3/10

= 5/9₃ × 3/10₂

5. মাকে হাত খৰচৰ বাবে দিয়া টকাৰে বিজিতে 3/5 অংশ বহী আৰু কলম কিনাত, 2/7 অংশ জ্যামিতি বাকচ কিনাত আৰু বাকী অংশ জমা ৰাখিলে। বিজিতৰ হাতত কিমান অংশ টকা জমা থাকিল উলিয়াই তিনিওটা অংশ অধঃক্রমত সজোৱা।

উত্তৰঃ বিজিতে বহী আৰু কলম কিনাত খৰচ কৰে 3/5 অংশ

জ্যামিতি বাকচ কিনাত খৰচ কৰে 2/7 অংশ

∴ বিজিতে মুঠ খৰচ কৰে = 3/5 + 2/7

= 3 × 7 × 2 × 5/35 = 21 + 10/35 = 31/35

∴ বিজিতৰ হাতত জমা থাকে = 1 – 31/35

= 35 – 31/35 = 4/35

এতিয়া, 3/5 = 3 × 7/5 × 7 = 21/35

2/7 = 2 × 5/7 × 5 = 10/35

∴ তিনিওটা অংশৰ নিৰ্ণেয় অধঃক্রমে-

24/35, 10/35, 4/35 অৰ্থাৎ, 3/5, 2/7, 4/35

6. শ্যামলীয়ে ঘৰত প্ৰতিদিনে 5 3/4 ঘণ্টাকৈ পঢ়ে। এইখিনি সময়ৰ 2/5 অংশ গণিত আৰু ইংৰাজীত, 1/6 অংশ বিজ্ঞানত আৰু বাকীখিনি সময় অন্যান্য বিষয়ত খৰচ কৰে। তিনিওটা অংশ নির্ণয় কৰি উৰ্ধক্ৰমত সজোৱা।

উত্তৰঃ শ্যামলীয়ে পঢ়া মুঠ সময় = 5 3/4 ঘন্টা

মুঠ সময়ৰ গণিতত খৰচ কৰে = 2/5 অংশ 

বিজ্ঞানত খৰচ কৰে = 1/6 অংশ

∴ অন্য বিষয়ত খৰচ কৰে = 5 3/4 – (2/5 + 1/6)

= 23/4 – (2 × 6 + 1 × 5)/30)

= 23/4 – 12 + 5/30

= 23/4 – 17/30

= 23 × 15 – 17 × 2/60

= 345 – 34/60 = 311/60 = 5 11/60

এতিয়া, 2/5 = 2 × 12/5 × 12 = 24/60

1/6 = 1 × 10/6 × 10 = 10/60

311/60 = 311 × 1/60 × 1 = 311/60

∴ তিনিওটা অংশৰ উৰ্ধক্ৰম হ’ব–

10/60, 24/60, 311/60 অৰ্থাৎ, 1/6, 2/5, 311/60

7. বিদ্যালয়ৰ ‘আদর্শ পঠন’ প্রতিযোগিতাত 3 মিনিটত উৎপলে নির্দিষ্ট পৃষ্ঠাৰ 5/6 অংশ আৰু ৰুণজুনে সেই একেটা পৃষ্ঠাৰে একে সময়ত 10/11 অংশ পঢ়িবলৈ সক্ষম হৈছিল। কোনে বেছি পঢ়িছিল?

উত্তৰঃ ‘আদর্শ পঠন’ প্রতিযোগিতাত নির্দিষ্ট পৃষ্ঠাৰ উত্পলে পঢ়া অংশ = 5/6 

ৰুণজুনে পঢ়া অংশ = 10/11

এতিয়া, 5/6 = 5 × 11/6 × 11 = 55/66

10/11 = 10 × 6/11 × 6 = 60/66

∴ 60<55

∴ 60/66>55/66 অৰ্থাৎ, 10/11>5/6

∴ প্ৰতিযোগিতাখনত ৰুণজুনে বেছি পঢ়িবলৈ সক্ষম হৈছিল।

৪. ৰীতাই এখন চুটি গল্পৰ কিতাপত থকা মুঠ 75 পৃষ্ঠাৰ 3/5 অংশ পঢ়িলে। কিতাপখনৰ কিমান পৃষ্ঠা পঢ়িবলৈ বাকী থাকিল?

উত্তৰঃ কিতাপখনত থকা মুঠ পৃষ্ঠা = 75

ৰীতাই কিতাপখন পঢ়া অংশ = 3/5 

∴ ৰীতাই কিতাপখনৰ পঢ়া পৃষ্ঠা = 75 ৰ 3/5

= 75¹⁵ × 3/5 

= 15 × 345

অৰ্থাৎ ৰীতাই পঢ়িবলৈ বাকী থকা কিতাপখনৰ পৃষ্ঠাৰ সংখ্যা = 75 – 45

= 30 পৃষ্ঠা

9. এজন মানুহৰ হাতত 200 টকা আছিল। তাৰে এক পঞ্চমাংশ তেওঁ বাছৰ ভাড়া হিচাপে দিলে। মানুহজনৰ হাতত এতিয়া কিমান টকা থাকিল?

উত্তৰঃ মানুহজনৰ হাতত মুঠ টকা আছিল = 200 টকা

তেওঁ বাছভাড়া হিচাপে দিয়ে = 200 ৰ 1/5 টকা

= 200 × 1/5 = 40 টকা

∴ মানুহজনৰ হাতত টকা বাকী থাকে = 200 – 40 = 160 টকা।

10. ৰঞ্জুহঁতৰ ঘৰত থকা দুটা পানীৰ টেংকীত পুৱাৰ ভাগত প্রতিটোতে 500 লিটাৰকৈ পানী আছিল। এটা টেংকীৰ 3/5 অংশ পানী গা-ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ হ’ল আৰু আনটো টেংকীৰ 1/4 অংশ পানী ৰন্ধা-বঢ়া কামত খৰচ হ’ল। এতিয়া দুয়োটা টেংকীত মুঠতে কিমান পানী জমা থাকিল?

উত্তৰঃ ৰঞ্জুহঁতৰ প্ৰথম টেংকীত পানী আছিল = 500 লিটাৰ।

গা-ধোৱা আৰু কাপোৰ ধোৱা কামত খৰচ হয় = 500 লিটাৰৰ 3/5 

= 100/500 × 3/5 লিটাৰ

আনটো টেংকীত পানী আছিল = 500 লিটাৰ 

ৰন্ধাবঢ়া কামত খৰচ হয় = 500 লিটাৰ 1/4 

= 500 × 1/4 লিটাৰ

= 125 লিটাৰ

∴ দুয়োটা টেংকীৰ খৰচ হোৱা পানীৰ পৰিমাণ = (300 + 125) লিটাৰ

= 425 লিটাৰ

∴ দুয়োটা টেংকীত মুঠতে পানী জমা থাকিল = (1000 – 425) লিটাৰ 

= 575 লিটাৰ।

11. এটা কেকৰ 1/4 অংশ ববিতাই খাবলৈ ল’লে। তেনেতে ককায়েক আহি তাইৰ ভাগৰ পৰা 2/5 থপিয়াই নিলে। ববিতাই কেকটোৰ কিমান অংশ খাবলৈ পালে?

উত্তৰঃ কেকটোৰ ববিতাই খোৱা অংশ = 1/4 

ককায়েকে খপিয়াই খায় = 1/4 ৰ 2/5 

∴ ববিতাই কেকটোৰ খোৱা অংশ = 1/4 – 1/10

= 10 – 4/40

= 6/40 = 3/20 অংশ।

12. কাপোৰৰ দোকান এখনত মুঠতে যিমানটা চিলাই থোৱা চোলা (readymade shirt) আছে তাৰে 1/9 অংশৰ বগা। 5/9 অংশ নীলা আৰু বাকী অংশখিনি হালধীয়া ৰঙৰ। যদি হালধীয়া ৰঙৰ চোলা 72 টা আছে তেন্তে প্রতিবিধ চোলাৰ সংখ্যা কিমান? দোকানখনত মুঠতে কিমান চোলা আছে?

উত্তৰঃ ধৰাহ’ল দোকানখনত x টা চোলা আছে।

দিয়া আছে বগাৰঙৰ চোলা = x ৰ 1/9 = x/9

নীলা ৰঙৰ চোলা = x ৰ 5/9 = 5x/9

∴ হালধীয়া ৰঙৰ চোলা আছে

নীলা ৰঙৰ চোলা আছে = 216 ৰ 5/9

∴ বগাৰঙৰ চোলা আছে 24 টা

নীলা ৰঙৰ চোলা আছে 120 টা

হালধীয়া ৰঙৰ চোলা আছে 72 টা

আৰু দোকানখনত মুঠতে চোলা আছে 216 টা

13. খালী ঠাই পূৰ কৰা–

(i) 3/4 × ____________/____________ = 9/20

উত্তৰঃ 3/4 × 3/5 = 9/20

(ii) 6/____________ × ____________/5 = 6/35

উত্তৰঃ 6/7 × 1/5 = 6/35

(iii) 2/3 × _____________/______________ = 1

উত্তৰঃ 2/3 × 3/2 = 1

(iv) 6/_____________ × 7/______________ = 1

উত্তৰঃ 6/7 × 7/5 = 1

অনুশীলনী – 2.2

1. প্রতিক্রম নির্ণয় কৰা–

(a) 6

উত্তৰঃ 6 ৰ প্ৰতিক্ৰম 1/6 

(b) 1/2 

উত্তৰঃ 1/2 ৰ প্ৰতিক্ৰম 1

(c) 8/17

উত্তৰঃ 8/17 ৰ প্ৰতিক্ৰম 17/8

(d) 1

উত্তৰঃ 1 ৰ প্ৰতিক্ৰম 1

(e) 2 3/5 

উত্তৰঃ 2 3/5 = 13/5 ৰ প্ৰতিক্ৰম 5/13 

2. মান নির্ণয় কৰা–

A. (i) 6 ÷ 3/8 

উত্তৰঃ 6 ÷ 3/8 = 6/1 ÷ 3/8 = 6/1 × 8/3 = 6 × 8/3 = 48/3 = 16

(ii) 31 ÷ 2/3 

উত্তৰঃ 31 ÷ 2/3 = 31/1 × 3/2 = 93/2 = 46 1/2

(iii) 51 ÷ 17/3 

উত্তৰঃ 

(iv) 4 ÷ 3/4

উত্তৰঃ 4 ÷ 3/4 = 4/1 × 4/3 = 4 × 1/1 × 3 = 16/3 = 5 1/3

(v) 3 ÷ 2 1/4

উত্তৰঃ 

B. (i) 2 1/4 ÷ 3

উত্তৰঃ 2 1/4 ÷ 3

= 13/4 ÷ 3/1

= 13/4 × 1/3 

= 13 × 1/4 × 3

= 13/12

= 1 1/12

(ii) 60/7 ÷ 15

উত্তৰঃ 60/7 ÷ 15

= 60/7 ÷ 5/1

= 60/7 × 1/5 

= 12/7 

= 1 5/7

(iii) 5 1/3 ÷ 4

উত্তৰঃ 5 1/3 ÷ 4

= 16/3 ÷ 4/1

= 16/3 × 4/1

= 4/3

= 1 1/3 

(iv) 4 1/3 ÷ 3 

উত্তৰঃ 

(v) 4 3/7 ÷ 7

উত্তৰঃ 

C. (i) 3 1/6 ÷ 2 1/3 

উত্তৰঃ 3 1/6 ÷ 2 1/3

(ii) 5 2/3 ÷ 4 1/4 

উত্তৰঃ 5 2/3 ÷ 4 1/4 

(iii) 11 7/13 ÷ 4 2/13

উত্তৰঃ 11 7/13 ÷ 4 2/13

(iv) 3 5/6 ÷ 2 4/5 

উত্তৰঃ 3 5/6 ÷ 2 4/5 

3. (ⅰ) (3/4 ৰ 8/15) ক 2 3/4 ৰে হৰণ কৰা–

উত্তৰঃ (3/4 × 8/15) ÷ 11/4 = (3/4 × ৪²/15₅) ÷ 11/4

= 2/5 × 4/11 = 2 × 4/5 ×11 = 8/55

(ii) 6/11 ৰ প্রতিক্ৰমেৰে 1 13/22 ক হৰণ কৰা।

উত্তৰঃ 6/11 ৰ প্ৰতিক্ৰম হ’ল 11/6

1 13/22 ÷ 11/6 

(iii) 1/3  আৰু 2/5 ৰ পূৰণফলক 3/7 আৰু 2/5 ৰ পূৰণফলেৰে হৰণ কৰা।

উত্তৰঃ (1/3 × 2/5) ÷ (3/7 × 2/5) 

= (1 × 2/3 × 5) ÷ (3 × 2/7 × 5) = 2/15 ÷ 6/35 

(iv) দুটা সংখ্যাৰ পূৰণফল 1 1/2। যদি এটা সংখ্যা 9/14 হয় তেন্তে অন্য সংখ্যাটো নিৰ্ণয় কৰা।

উত্তৰঃ ধৰা হ’ল, অন্য সংখ্যাটো x

প্ৰশ্নমতে, x × 9/14 = 1 1/2 

⇒ x × 9/14 = 1 1/2 

∴ অন্য সংখ্যাটো হ’ব 2 1/2

(v) এখন গাড়ীয়ে 3 1/3 ঘণ্টাত 240 কি.মি. বাট অতিক্রম কৰিলে এঘণ্টাত গাড়ীখনে কিমান কি.মি. দূৰত্ব অতিক্রম কৰিব?

উত্তৰঃ 3 1/3 ঘণ্টাত গাড়ীখনে অতিক্ৰম কৰে = 240 কি.মি.

∴ 1 ঘণ্টাত গাড়ীখনে অতিক্ৰম কৰিব = 240 ÷ 3 1/3 কি.মি.

= 240 ÷ 10/3 কি.মি.

= 24 × 3 = 72 কি.মি.

∴ এঘণ্টাত গাড়ীখনে 72 কি.মি. অতিক্ৰম কৰিব।

4. এটা আয়তৰ কালি 24 বর্গ চে.মি.। যদি আয়তটোৰ দৈর্ঘ্য 6 2/3  চে.মি. তেনেহ’লে আয়তটোৰ প্ৰন্থ কিমান?

উত্তৰঃ ধৰাহ’ল, আয়তটোৰ প্ৰস্থ x চে.মি.

প্রশ্নমতে, আয়তটোৰ কালি = 24 চে.মি.

∴ 6 2/3 × x = 24 

⇒ 20/3 × x = 24

⇒ x = 24 ÷ 20/3 = 24/1 × 3/20

∴ আয়তটোৰ প্ৰস্থ হ’ব 3 3/5 চে. মি.

5. এডাল 12 1/2 মিটাৰ দীঘল ৰঙীণ ফিটা 10 টা সমান অংশত টুকুৰা কৰা হ’ল। প্ৰতিটো টুকুৰাৰ দৈর্ঘ্য কিমান?

উত্তৰঃ দিয়া আছে, ৰঙীণ ফিটাডালৰ দীঘ = 12 1/2 মিটাৰ 

আৰু টুকুৰাৰ অংশ = 10

∴ প্ৰতিটো টুকুৰাৰ দৈর্ঘ্য = 12 1/2 ÷ 10/1

= 25/2 × 1/10

∴ প্ৰতিটো টুকুৰাৰ দৈর্ঘ্য হ’ব = 1 1/4 

6. এটা বাচনৰ 3/4 অংশত পানী আছিল। সেই পানীখিনিৰ 1/8 অংশকৈ সমানে ভগাই কেইটামান বাচনাত থবলৈ হ’লে কেইটা বাচন লাগিব?

উত্তৰঃ দিয়া আছে, বাচনটোত থকা পানীৰ অংশ = 3/4 

আৰু পানীৰ ভাগৰ অংশ = 1/8 

∴ ভাগ কৰি থ’বলৈ বাচন লাগিব = 3/4 ÷ 1/8 

∴ পানীখিনি 1/8 অংশকৈ ভগাই থ’বলৈ 6 টা বাচন লাগিব।

7. 6/4 অত 1/2 কেইটা আছে? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা।

উত্তৰঃ 

৪. এখন উৰাজাহাজে 1/5 ঘণ্টাত 200 কি.মি. দূৰত্ব গ’লে, 5 ঘণ্টাত উৰাজাহাজখনে কিমান দূৰত্ব যাব?

উত্তৰঃ দিয়া আছে,

1/5 ঘন্টাত উৰাজাহাজখনে দূৰত্ব অতিক্ৰম কৰে 200 কি.মি.

∴ 1 ঘন্টাত উৰাজাহাজখনে দূৰত্ব অতিক্ৰম কৰে = 200 ÷ 1/5  

= 200 × 5/1 

 = 1000 কি.মি.

∴ 5 ঘন্টাত উৰাজাহাজখনে দূৰত্ব অতিক্ৰম কৰিব = 100 × 5 কি.মি. 

= 5000 কি.মি

∴ 5 ঘন্টাত উৰাজাহাজখনে 5000 কি.মি. দূৰত্ব অতিক্ৰম কৰিব।

9. এজন ল’ৰাই 1 1/4 ঘণ্টাত কি.মি. পথ চাইকেল চলাই অতিক্রম কৰিব পাৰে। যদি ল’ৰাজনে একে গতিত চাইকেলখন চলাই যায় তেনেহ’লে 1 ঘণ্টাত তেওঁ কিমান দূৰ অতিক্রম কৰিব?

উত্তৰঃ দিয়া আছে,

ল’ৰাজনে 1 1/4 ঘণ্টা (5/4 ঘণ্টাত) দূৰত্ব অতিক্ৰম কৰে = 5 1/8 কি.মি.

∴ ল’ৰাজনে 1 ঘন্টাত অতিক্ৰম কৰা দূৰত্ব = 5 1/8 ÷ 1 1/4 

= 41/8 ÷ 5/4

= 41/8₂ × 4/5 = 41/10

= 4 1/10

∴ 1 ঘন্টাত ল’ৰাজনে 4 1/10 কি.মি. পথ অতিক্ৰম কৰিব।

10. প্রশ্নটোৰ চাৰিটাকৈ উত্তব দিয়া আছে। শুদ্ধ উত্তৰটো বাছনি কৰা–

যদি A + B = 1 আৰু A – B = হয়, তেন্তে A আৰু B ভগ্নাংশ দুটা হ’ব–

(i) A = 5/6, B = 3/6

(ii) A = 2/3, B = 1/3 

(iii) A = 5/6, B = 1/6 

(iv) A = 3/5, B = 1/5 

উত্তৰঃ (iii) A = 5/6, B = 1/6 

অনুশীলনী – 2.3

1. তলৰ দশমিকৰ সংখ্যাবোৰক বিস্তৃত ৰূপত লিখাঃ

(i) 3.05

উত্তৰঃ 3.05 = 3 × 1 + 0 × 1/10 + 5 × 1/100

(ii) 30.5

উত্তৰঃ 30.5 = 3 × 10 + 0 × 1 + 5 × 1/10

(iii) 235.005

উত্তৰঃ 2 × 100 + 3 × 10 + 5 × 1 + 0 × 1/10 + 0 × 1/100 + 5 × 1/1000

(iv) 23005.005

উত্তৰঃ 2 × 1000 + 3 × 1000 + 0 × 100 + 0 × 10 + 5 × 1 + 0 × 1/10 + 0 1/100 + 5 × 1/1000

2. দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কি মিত প্ৰকাশ কৰাঃ

(i) 20 চে.মি.

উত্তৰঃ 20 চে.মি. = 20/100 মি. = 0.2 মি.

আকৌ, 20 চে.মি. = 20/100000 কি.মি. = 0.00002 কি.মি.

(ii) 267 চে.মি.

উত্তৰঃ 267 চে.মি. = 267/100 মি. = 2.67 মি.

আকৌ, 267 চে.মি. 267/100000 কি.মি. = 0.00267 কি.মি

(iii) 25732 মি.মি.

উত্তৰঃ 25732 মি.মি. = 25732/100 মি. = 257.32 মি.

আকৌ, 25732 মি.মি. = 25732/100000 কি.মি. = 0.25732 কি.মি.

(iv) 3540 চে.মি.

উত্তৰঃ 3540 চে.মি. = 3540/100 মি. = 35.40 মি. 

আকৌ, 3540 চে.মি. = 3540/100000 কি.মি. = 0.03540 কি.মি.

3. দশমিক ব্যৱহাৰ কৰি কিলোগ্রামত প্রকাশ কৰাঃ

(i) 520 গ্ৰাম।

উত্তৰঃ 520 গ্রাম = 520/1000 কি.গ্রাম = 0.520 কি.গ্রাম

(ii) 4273 গ্ৰাম।

উত্তৰঃ 4273 গ্রাম = 4273/1000 কি.গ্রাম = 4.273 কি.গ্রাম

(iii) 692050 চে.গ্ৰা।

উত্তৰঃ 692050 চে.গ্রাম. = 692050/100000 কি.গ্রাম = 6.92050 কি.গ্রাম

(iv) 2 কি.গ্ৰা 5 গ্ৰাম।

উত্তৰঃ 2 কি.গ্রাম 5 গ্রাম = 2 কি.গ্রাম + 5/1000 কি.গ্রাম 

= 2 কি.গ্রাম + 0.005 কি.গ্রাম 

= 2.005 কি.গ্রাম

4. টকাত প্ৰকাশ কৰাঃ

(i) 5 পইচা।

উত্তৰঃ 5 পইচা = 5/100 টকা = 0.05 টকা।

(ii) 5 টকা 5 পইচা।

উত্তৰঃ 5 টকা 5 পইচা = 5 টকা + 5/100 টকা = 5 টকা + 0.05 টকা

= 5.05 টকা

(iii) 55 টকা 55 পইচা।

উত্তৰঃ 55 টকা 55 পইচা = 55 টকা + 55/100 টকা

= 55 টকা + 0.55 টকা = 55.55 টকা

(iv) 50 টকা 50 পইচা।

উত্তৰঃ 50 টকা 50 পইচা = 50 টকা + 50/100 টকা

= 50 টকা + 0.50 টকা = 50.50 টকা

5. কোনটো ডাঙৰ? মুখে মুখে উত্তৰ দিয়াঃ

(i) 0.2 আৰু 0.02

উত্তৰঃ 0.2 আৰু 0.02

0.2>0.02

(ii) 3.03 আৰু 3.30

উত্তৰঃ 3.03 আৰু 3.30

0.03<3.30

(iii) 5 আৰু 0.5

উত্তৰঃ 5 আৰু 0.5

5>0.5

(iv) 0.4 আৰু 0.44

উত্তৰঃ 0.4 আৰু 0.44

0.4<0.44

6. বার্ষিক খেল-ধেমালিৰ ল’ৰাৰ দীঘল জাপ প্রতিযোগিতাত ৰক্তিমে 3.3 মিটাৰ আৰু প্ৰাঞ্জলে 333 চে.মি. দূৰত্ব জপিয়ালে। কোনে বেছি জপিয়ালে আৰু কিমান বেছি জপিয়ালে?

উত্তৰঃ বার্ষিক খেল-ধেমালি দীঘল জাপ প্রতিযোগিতাত ৰক্তিমে জঁপিয়ালে = 3.3 মিটাৰ

প্রাঞ্জলে জঁপিয়ালে = 333 চে.মি. = 333/1000 = 3.33 চে.মি

∴ 3.30 মি.< 3.33 মি.

∴ প্রাঞ্জলে বেছি জঁপিয়ালে।

প্রাঞ্জলে ৰক্তিমতকৈ বেছি জঁপিয়ালে = 3.33 মি. -3.30 মিটাৰ 

= 0.03 মিটাৰ

অনুশীলনী – 2.4

1. পূৰণফল নির্ণয় কৰাঃ

(i) 0.01 × 5

উত্তৰঃ 0.01 × 5 = 0.05

(ii) 6 × 2.7

উত্তৰঃ 6 × 2.7 = 16.2

(iii) 3.89 × 4

উত্তৰঃ 3.89 × 4 = 15.56

(iv) 7.21 × 9

উত্তৰঃ 7.21 × 9 = 64.89

(v) 8 × 11.7

উত্তৰঃ 8 × 11.7 = 93.6

2. মান নির্ণয় কৰাঃ

(i) 0.6 × 10

উত্তৰঃ 0.6 × 10 = 6.0 = 6

(ii) 2.8 × 10

উত্তৰঃ 2.8 × 10 = 28.0 = 28

(iii) 5.7 × 100

উত্তৰঃ 5.7 × 100 = 570.0 = 570

(iv) 3.79 × 100

উত্তৰঃ 3.79 × 100 = 379.00 = 379

(v) 4.286 × 100

উত্তৰঃ 4.286 × 100 = 428.6 = 428.6

(vi) 12.54 × 100

উত্তৰঃ 12.54 × 100 = 1254.00 = 1254

(vii) 2.234 × 1000

উত্তৰঃ 2.234 × 1000 = 2234.00 = 2234

(viii) 3.9524 × 1000

উত্তৰঃ 3.9524 × 1000 = 3952.4000 = 3952.4

(ix) 0.08 × 10

উত্তৰঃ 0.08 × 10 = 0.80 = 0.8

(x) 1.05 × 10

উত্তৰঃ 1.05 × 10 = 10.5

3. পূৰণফল নির্ণয় কৰাঃ

(i) 0.51 × 0.5

উত্তৰঃ 0.51 × 0.5 = 0.255

(ii) 0.25 × 0.25

উত্তৰঃ 0.25 × 0.25 = 0.0625

(iii) 1.57 × 3.55

উত্তৰঃ 1.57 × 3.55 = 5.5735

(iv) 5.7 × 3.25

উত্তৰঃ 5.7 × 3.25 = 18.525

(v) 100.03 × 2.2

উত্তৰঃ 100.03 × 2.2 = 220.066

(vi) 101.01 × 1.01

উত্তৰঃ 101.01 × 1.01 = 102.0201

(vii) 0.5 × 0.05

উত্তৰঃ 0.5 × 0.05 = 0.025

(viii) 1.51 × 5.15

উত্তৰঃ 1.51 × 5.15 = 7.7765

4. বুলবুলিৰ দেউতাকে চহৰত 18.25 মিটাৰ × 15.75 মিটাৰ জোখৰ এটুকুৰা মাটি কিনিলে। মাটি টুকুৰাৰ চাৰিওফালে বেৰ দিবৰ বাবে কিমান দৈৰ্ঘাৰ বেৰৰ প্রয়োজন হ’ব?

উত্তৰঃ দিয়া আছে, মাটি টুকুৰাৰ দীঘ = 18.25 মিটাৰ

প্রস্থ = 18.75 মিটাৰ

∴ মাটি টুকুৰাৰ পৰিসীমা = 2 (দীঘ + প্রস্থ)

= 2 (18.25 + 15.75) মিটাৰ

= 2 × 34.00 মিটাৰ = 68 মিটাৰ

∴ মাটিটুকুৰাৰ চাৰিওফালে বেৰ দিবলৈ 68 মিটাৰ বেৰৰ পিৰযোজন হ’ব।

5. 2.4 চেমি বাহুযুক্ত বর্গ এটাৰ কালি কিমান হ’ব?

উত্তৰঃ দিয়া আছে, বৰ্গটোৰ বাহুৰ দীঘ = 2.4 চে.মি.

∴ বর্গটো কালি = বাহু × বাহু

= 2.4 × 2.4 বর্গ চে.মি.

= 5.76 বৰ্গ মিটাৰ।

6. এখন চাৰিচকীয়া বাহনে প্রতি লিটাৰ পেট্র’লেৰে 15.5 কি.মি. দূৰত্ব অতিক্রম কৰিলে, 100 লিটাৰপেট্র’লেৰে কিমান দূৰত্ব অতিক্রম কৰিব?

উত্তৰঃ বাহনখনে 1 লিটাৰ পেট্র’লেৰে অতিক্ৰম কৰে = 15.5 কি.মি.

∴ বাহনখনে 100 লিটাৰ পেট্ৰ’লেৰে অতিক্ৰম কৰিব = 15.5 × 100 কি.মি.

= 1550.0 কি.মি.

= 1550 কি.মি.

অনুশীলনী – 2.5

1. হৰণফল নিৰ্ণয় কৰাঃ

(i) 0.6 ÷ 2

উত্তৰঃ 

(ii) 0.24 ÷ 3

উত্তৰঃ 

(iii) 2.75 ÷ 5

উত্তৰঃ 

(iv) 107.52 ÷ 7

উত্তৰঃ 

(v) 66.33 ÷ 11

উত্তৰঃ 

(vi) 3.96 ÷ 4

উত্তৰঃ 

(vii) 14.49 ÷ 7

উত্তৰঃ 

(viii) 86.1 ÷ 3

উত্তৰঃ 

2. মান নির্ণয় কৰাঃ

(i) 0.9 ÷ 10

উত্তৰঃ 0.9 ÷ 10 = 9/10 ÷ 10 = 9/10 × 1/10 = 9/100 = 0.09

(ii) 21.4 ÷ 10

উত্তৰঃ 21.4 ÷ 10 = 214/10 ÷ 10 = 214/10 × 1/10 = 214/100 = 2.14

(iii) 0.52 ÷ 10

উত্তৰঃ 0.52 ÷ 10 = 52/100 ÷ 10 = 52/100 × 1/10 = 52/1000 = 0.052

(iv) 521.1 ÷ 10

উত্তৰঃ 521.1 ÷ 10 = 5211/10 ÷ 10 = 5211/10 × 1/10 = 5211/100 = 52.11

(v) 236.75 ÷ 10

উত্তৰঃ 236.75 ÷ 10 = 23675/100 ÷ 10 = 23675/100 × 1/10 = 23675/1000 = 23.657

(vi) 527.33 ÷ 100

উত্তৰঃ 527.33 ÷ 100 = 52733/100 ÷ 100 = 52733/100 × 1/100 = 52733/1000 = 5.2733

(vii) 123.7 ÷ 100

উত্তৰঃ 123.7 ÷ 100 = 1237/10 ÷ 100 = 1237/10 × 1/100 = 1237/1000 = 1.237

(viii) 0.01 ÷ 100

উত্তৰঃ 0.01 ÷ 100 = 1/100 ÷ 100 = 1/100 × 1/100 = 1/10000 = 0.0001

(ix) 1.482 ÷ 100

উত্তৰঃ 1.482 ÷ 100 = 1482/1000 ÷ 100 = 1482/1000 × 1/100 = 1482/10000 = 0.01482

(x) 0.7 ÷ 1000

উত্তৰঃ 0.7 ÷ 1000 = 7/10 ÷ 1000 = 7/10 × 1/1000 = 7/10000 = 0.0007

(xi) 2.1 ÷ 1000

উত্তৰঃ 2.1 ÷ 1000 = 21/10 ÷ 1000 = 21/10 × 1/1000 = 21/10000 = 0.0021

(xii) 224.21 ÷ 1000

উত্তৰঃ 224.21 ÷ 1000 = 22421/100 ÷ 1000 = 22421/100 × 1/1000 = 22421/100000 = 0.22421

(xiii) 0.06 ÷ 1000

উত্তৰঃ 0.06 ÷ 1000 = 6/100 ÷ 1000 = 6/100 × 1/1000 = 6/100000 = 0.00006

(xiv) 1113.05 ÷ 1000

উত্তৰঃ 1113.05 ÷ 1000 = 11305/100 ÷ 1000 = 11305/100 × 1/1000 = 111305/100000 = 1.11305

(xv) 8411.27 ÷ 1000

উত্তৰঃ 8411.27 ÷ 1000 = 841127/100 ÷ 1000 = 841127/100 × 1/1000 = 841127/100000 = 8.41127

(xvi) 84.50 ÷ 1000

উত্তৰঃ 84.50 ÷ 1000 = 8450/100 ÷ 1000 = 8450/100 × 1/1000 = 8450/100000 = 0.08450

3. হৰণফল নিৰ্ণয় কৰাঃ

(i) 0.5 ÷ 0.25

উত্তৰঃ 

(ii) 8.64 ÷ 0.2

উত্তৰঃ 

(iii) 32.94 ÷ 0.4

উত্তৰঃ 

(vi) 329.4 ÷ 0.04

উত্তৰঃ 

(v) 76.5 ÷ 0.15

উত্তৰঃ 

(vi) 48.56 ÷ 3.2

উত্তৰঃ 

(vii) 841.26 ÷ 0.3

উত্তৰঃ 

(viii) 0.25 ÷ 0.5

উত্তৰঃ 

4. 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা হ’লে, 1 মিটাৰ কাপোৰৰ দাম কিমান হ’ব?

উত্তৰঃ 5.5 মিটাৰ কাপোৰৰ দাম = 547.25 টকা

∴ 1 মিটাৰ কাপোৰৰ দাম = 547.25/5.5 টকা 

= 54725/100 ÷ 55/10

∴ 1 মিটাৰ কাপোৰৰ দাম 99.50 টকা হ’ব।

5. এখন গাড়ীয়ে 3.5 ঘণ্টাত 150.5 কি.মি. দূৰত্ব অতিক্ৰম কৰিলে 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা।

উত্তৰঃ গাড়ীখনে 3.5 ঘন্টাত অতিক্রম কৰে = 150.5 কি.মি.

∴ গাড়ীখনে 1 ঘন্টাত অতিক্ৰম কৰে = 150.5/3.5  কি.মি.

∴ 1 ঘন্টাত গাড়ীখনে 43 কি.মি. অতিক্রম কৰিব।

6. পাইকাৰী দৰত 10 কি.গ্রা আলুৰ মূল্য 186.50 টকা হ’লে, প্রতি কি.গ্রা আলুৰ মূল্য কিমান হ’ব?

উত্তৰঃ 10 কি.গ্রাম আলুৰ মূল্য = 186.50 টকা

∴ 1 কি.গ্রাম আলুৰ মূল্য = 186.50/10 টকা 

= 18650/100 ÷ 10 টকা

= 18650/1000 × 1/10 টকা।

= 18650/1000 = 18.650 = 18.65 টকা

∴ 1 কি.গ্রাম আলুৰ মূল্য = 18.65 টকা।

7. এখন বর্গাকৃতিৰ পাচলিবাৰীৰ পৰিসীমা 76.8 মিটাৰ। পাচলি বাৰীখনৰ এটা কাষৰ দৈর্ঘ্য কিমান?

উত্তৰঃ দিয়া আছে, বর্গাকৃতিৰ পাচলিখনৰ পৰিসীমা = 76.8 মিটাৰ 

অৰ্থাত, 4× কাষৰ দৈর্ঘ্য = 76.8 মিটাৰ

∴ কাষৰ দৈর্ঘ্য = 76.8/10 ÷ 4

= 768/10 × 1/4 = 192/10 = 19.2

∴ পাচলিখনৰ কাষৰ দৈর্ঘ্য = 19.2 মিটাৰ।

৪. এটা আলোচনা কক্ষৰ প্ৰস্থ 5.5 মিটাৰ আৰু কালি 74.25 বর্গ মিটাৰ। কক্ষটোৰ দীঘ কিমান?

উত্তৰঃ দিয়া আছে, আলোচনা কক্ষটোৰ কালি = 74.25 বর্গ.মি.

আৰু আলোচনা কক্ষটোৰ প্ৰস্থ = 5.5 মিটাৰ

∴ কক্ষটোৰ দীঘ = কক্ষটোৰকালি/কক্ষটোৰপ্ৰন্থ

= 74.25 বর্গ.মি./5.5 মিটাৰ

= 7425/100 ÷ 5.5 মিটাৰ

= 7425/100 ÷ 55/10

∴ আলোচনা কক্ষটোৰ দীঘ = 13.5 মি.।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top