SEBA Class 6 Mathematics Chapter 14 ব্যৱহাৰিক জ্যামিতি

SEBA Class 6 Mathematics Chapter 14 ব্যৱহাৰিক জ্যামিতি Question Answer, SEBA Class 6 Mathematics Chapter 14 ব্যৱহাৰিক জ্যামিতি Notes, SEBA Class 6 Maths Notes in Assamese Medium, SEBA Class 6 Mathematics Chapter 14 ব্যৱহাৰিক জ্যামিতি Solutions in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board SEBA Class 6 Mathematics Chapter 14 ব্যৱহাৰিক জ্যামিতি Notes and select needs one.

SEBA Class 6 Mathematics Chapter 14 ব্যৱহাৰিক জ্যামিতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 6 Mathematics Chapter 14 ব্যৱহাৰিক জ্যামিতি Notes. These solutions are part of SCERT All Subject Solutions. Here we have given SEBA Class 6 Mathematics Chapter 14 ব্যৱহাৰিক জ্যামিতি Solutions for All Subject, You can practice these here.

ব্যৱহাৰিক জ্যামিতি

Chapter – 14

নিজে কৰাঃ

প্ৰশ্ন 1. তলত দিয়া জোখমতে একোডালকৈ ৰেখাখণ্ড অংকন কৰা।

(i) 4.5 চেমি।

উত্তৰঃ 4.5 চেমি

(ii) 11.3 চেমি।

উত্তৰঃ 11.3 চেমি

(iii) 7.8 চেমি।

উত্তৰঃ 7.8 চেমি

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(iv) 7.4 চেমি।

উত্তৰঃ 7.4 চেমি

প্ৰশ্ন 2. তলত দিয়া ব্যাসাৰ্ধৰ জোখমতে একোটাকৈ বৃত্ত অংকন কৰা।

(i) 3 চেমি।

উত্তৰঃ 3 চেমি

(ii) 7 চেমি।

উত্তৰঃ 7 চেমি

(iii) 6.7 চেমি।

উত্তৰঃ 6.7 চেমি

(iv) 3.4 চেমি।

উত্তৰঃ 3.4 চেমি

প্রশ্ন 3. 6 চেমি দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড AB আঁকা। A ৰ পৰা 3.5 চেমি দূৰত্বত এটা বিন্দু C লোৱা। এতিয়া C বিন্দুত AB ৰ ওপৰত এডাল লম্ব আঁকা।

উত্তৰঃ

পর্যায় 1: I ৰেখাত AB=6 চে.মি. দৈৰ্ঘ্যৰ ৰেখাখণ্ড অঁকা হ’ল।

পর্যায় 2: A ৰ পৰা 3.5 চে.মি. দূৰত্বত C এটা বিন্দু লোৱা হ’ল।

পর্যায় 3: C ক কেন্দ্ৰ কৰি কম্পাছৰ সহায়ত আঁকা বৃত্তচাপে AB ৰেখাখণ্ডক ক্ৰমে A’ আৰু B’ বিন্দুত কাটিছে।

পর্যায় 4: A’ বিন্দুক কেন্দ্ৰ কৰি পৰ্যায় A’C তকৈ বেছি দৈৰ্ঘ্যৰ ব্যাসার্ধ লৈ এটা বৃত্তচাপ অঁকা হ’ল। এতিয়া B’ বিন্দুক কেন্দ্ৰ কৰি আগৰ সমান ব্যাসার্ধ লৈ আন এটা বৃত্তচাপ অকাত দুয়োটা বৃত্তচাপে D বিন্দুত কটাকটি কৰিছে।

পর্যায় 5: স্কেলৰ সহায়ত C আৰু D বিন্দু সংযোগ কৰাত AB ৰ ওপৰত CD লম্ব পোৱা গ’ল।

প্রশ্ন 4. 8 চেমি দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা। ৰেখাখগুডালৰ ওপৰত এটা যিকোনো বিন্দু লোৱা। এই বহিঃ বিন্দুটোৰ পৰা ৰেখাখণ্ডডাললৈ এজাল লম্ব আঁকা।

উত্তৰঃ

পর্যায় 1: ৷ ৰেখাত AB=8 চে.মি. দৈৰ্ঘ্যৰ এডাল ৰখাখণ্ড অঁকা হ’ল।

পর্যায় 2: P,AB ত নথকা এটা বিন্দু লোৱা হ’ল। P বিন্দুক কেন্দ্ৰ লৈ AB ৰেখাখণ্ডত A’B’ এটা বৃত্তচাপ আঁকা হ’ল।

পর্যায় 3: A’ আৰু B’ ক কেন্দ্ৰ কৰি একে জোখৰ ব্যাসার্ধ লৈ আঁকা বৃত্তচাপ দুটাই Q বিন্দুত কটাকটি কৰিছে।

পর্যায় 4: P,Q সংযোগ কৰাত P বহিঃ বিন্দুৰ পৰা AB ৰেখাখণ্ডলৈ PQ লম্ব পোৱা গ’ল।

প্রশ্ন 5. 7.2 চেমি দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা। ৰেখাখণ্ডডালৰ দুয়োটা প্রান্তবিন্দু ৰেখাখগুডালৰ ওপৰত দুডাল লম্ব আঁকা। (প্রয়োজন হ’লে ৰেখাখগুডাল দুয়োমূৰে কিছু বঢ়াই ল ‘বা।)

উত্তৰঃ

পৰ্যায় – নিজে লিখা।

প্রশ্ন 6. 5.6 চেমি দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি তাক সমানে দুভাগ কৰা।

উত্তৰঃ

পর্যায় 1: 1 ৰেখাত 5.6 চে.মি. দৈৰ্ঘৰ AB এডাল ৰেখাখণ্ড অঁকা হ’ল।

পর্যায় 2: A কেন্দ্ৰ কৰি ABৰ আধাতকৈ বেছি দৈৰ্ঘ্যৰ ব্যাসার্ধ লৈ এটা বৃত্তচাপ অঁকা হ’ল।

পর্যায় 3: B বিন্দুক কেন্দ্র কৰি আগৰ সমান ব্যাসার্ধ লৈ আগৰ বৃত্তচাপটোক দুটা বিন্দুত কটাকৈ আন এটা বৃত্তচাপ অঁকা হ’ল। দুয়োটা বৃত্তচাপে C আৰু D বিন্দুত কাটিছে।

পর্যায় 4: C আৰু D বন্দুি সংযোগ কৰাত CD ৰেখাই AB ক AM আৰু BM অংশত সমানে দুভাগ কৰিছে।

প্রশ্ন 7. এডাল যিকোনো ৰেখাখণ্ড AB আঁকা। AB ৰ লম্ব সমদ্বিখণ্ডক ডাল আঁকা। লম্ব সমদ্বিখণ্ডডালৰ এপৰত যিকোনো এটা বিন্দু চিহ্নিত কৰা। AC = BC হয়নে পৰীক্ষা কৰি চোৱা।

উত্তৰঃ

পর্যায় 1: I ৰেখাত AB এডাল ৰেখাখণ্ড অঁকা হ’ল। AB ৰ আধাতকৈ বেছি ব্যাসার্ধ লৈ A ক কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকা হ’ল।

পর্যায় 2: একেদৰে একেসমান ব্যাসার্ধ লৈ B কেন্দ্ৰ কৰি অঁকা বৃত্তচাপে আগৰ বৃত্তচাপটোক P আৰু Q বিন্দু কাটিছে।

পর্যায় 3: P আৰু Q ক সংযোগ কৰাত AB ৰ লম্বসমদ্বিখণ্ডক পোৱা গ’ল।

পর্যায় 4: PQ ৰ ওপৰত যিকোনো বিন্দু C লৈ পোৱা গ’ল AC = BC.

প্ৰশ্ন 8. 5 চেমি ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকি। বৃত্তটোৰ যিকোনো এডাল জ্যা আঁকা। জ্যাডালৰ লম্ব সমদ্বিখণ্ডকডাল আঁকা। লম্ব সমদ্বিখণ্ডকডাল বৃত্তটোৰ কেন্দ্ৰ মাজেৰে যায় নে?

উত্তৰঃ 

পৰ্যায় 1: 0 বিন্দুক কেন্দ্ৰলৈ 5cm ব্যাসাৰ্ধৰ এটা বৃত্ত অংকন কৰা হ’ল।

পৰ্যায় 2: বৃত্তটোৰ AB এডাল জ্যা অংকন কৰা হ’ল।

পর্যায় 3 : ABৰ আধাতকৈ বেছি দৈৰ্ঘৰ A আৰু B বিন্দুক কেন্দ্ৰ কৰি দুটা বৃত্তচাপ অঁকা হল। বৃত্তচাপ দুটাই ক্ৰমে P আৰু Q বিন্দুত কটাকটি কৰিছে। 

দেখা গ’ল PQ, O বিন্দু মাজেৰে যায়।

প্রশ্ন 9. 5 ছেমি ব্যাসাৰ্ধৰ এটা বৃত্ত আঁকা। বৃত্তটোৰ কেন্দ্ৰ O। বৃত্তটোৰ যিকোনো দুডাল জ্যা AB আৰু CD আঁকা যাতে AB আৰু CD সমান্তৰাল নহয়। AB আৰু CD ৰ লম্ব সমদ্বিখণ্ডক দুডাল আঁকা। দুয়োডাল লম্ব সমদ্বিখণ্ডকৰ ছেদবিন্দু O হয়নে?

উত্তৰঃ 

পর্যায় 1: 4 চে.মি. ব্যাসার্ধলৈ O কেন্দ্ৰ হিচাপে এটা বৃত্ত অংকন কৰা হ’ল।

পৰ্যায় 2: বৃত্তটোৰ যিকোনো দুডাল অসমান্তৰাল জ্যা AB আৰু CD অংকন কৰা হ’ল।

পর্যায় 3: AB আৰু CD জ্যাৰ ক্ৰমে PQ আৰু RS লম্বসমৃদ্বিখণ্ডক অংকন কৰা হ’ল।

দেখা গ’ল, লম্বসমদ্বিখণ্ডক দুডালৰ ছেদবিন্দু ‘O’।

নিজে কৰাঃ

প্রশ্ন 1. কোন মাপকৰ সহায়ত তলত দিয়া মাপৰ একোটাকৈ কোণ অংকন কৰা।

(i) 30°

উত্তৰঃ  30°

পর্যায় 1: AB এডাল ৰশ্মি অংকন কৰা হ’ল।

পর্যায় 2: কোণ মাপকৰ মূলবিন্দু বিন্দুৰ লগত মিলাই অনুভূতিক ৰেখাডাল AB ৰ লগত মিলোৱা হ’ল।

পর্যায় 3: কোণ মাপকৰ O° টো B ৰ ওচৰত মিলাই 30° দাগটোৰ কাষত বিন্দু C চিহ্নিত কৰা হ’ল।

পর্যায় 4: AC সংযোগ কৰাত ∠BAC = 30° পোৱা গ’ল।

(ii) 50°

উত্তৰঃ 50°

(পর্যায়ঃ নিজে কৰা।)

(iii) 47°

উত্তৰঃ 47°

(পর্যায়ঃ নিজে কৰা।)

(iv) 85°

উত্তৰঃ 85°

(পর্যায়ঃ নিজে কৰা।)

(v) 97°

উত্তৰঃ 97°

(পর্যায়ঃ নিজে কৰা।)

(vi) 130°

উত্তৰঃ 130°

(পর্যায়ঃ নিজে কৰা।)

(vii) 160°

উত্তৰঃ 160°

(পর্যায়ঃ নিজে কৰা।)

প্ৰশ্ন 2. যিকোনো এটা কোণ আঁকা। স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি সমান মাপৰ এটা কোণ অংকন কৰা।

উত্তৰঃ 

পৰ্যায় 1: ধৰা হ’ল, ∠BAC এটা প্রদত্ত কোণ।

পর্যায় 2: যিকোনো এডাল ৰেখা আঁকি তাত এটা বিন্দু P বহুওৱা হ’ল।

পর্যায় 3: A ক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকা হ’ল। এই বৃত্তচাপে AB আৰু AC ক ক্ৰমে A আৰু D বিন্দু কাটিছে।

পর্যায় 4: P বিন্দুক কেন্দ্ৰ কৰি আগৰ সমান ব্যাসার্ধ লৈ এটা বৃত্তচাপ আঁকা হ’ল। এই বৃত্তচাপে ৰেখাডালক R বিন্দু কাটিছে।

পর্যায় 5: R বিন্দুক কেন্দ্ৰ কৰি DE ৰ সমান ব্যাসার্ধ লৈ এটা বৃত্তচাপ অঁকা হ’ল। এই বৃত্তচাটোৱে Q বিন্দুত কাটিছে।

পর্যায় 6: PQ সংযোগ কৰি পোৱা ∠QPR কোণটোৱেই হ’ল ∠BAC ৰ সমান মাপৰ কোণ।

প্রশ্ন 3. যিকোনো এটা কোণ আঁকি কোণটোৰ সমদ্বিখণ্ডকডাল অংকন কৰা।

উত্তৰঃ 

∠BAC কোণৰ AP সমদ্বিখণ্ডক অঁকা হ’ল।

প্রশ্ন 4. কোণমাপকৰ সহায়ত 70° মাপৰ কোণ এটা আঁকা। এতিয়া কম্পাছ ব্যৱহাৰ কৰি কোণটো সমানে দুভাগ কৰা।

উত্তৰঃ 

∠PQR = 70° কোণক কম্পাছৰ সহায়ত সমদ্বিখণ্ডিত কৰি ∠PQS = SQR পোৱা গ’ল।

প্রশ্ন 5. কোণমাপক ব্যৱহাৰ নকৰাকৈ তলত দিয়া জোখৰ একোটাকৈ কোণ অংকন কৰা।

(i) 60°

উত্তৰঃ 60°

∠ABC = 60°

(ii) 30°

উত্তৰঃ 

∠PQR = 30°

(iii) 15°

উত্তৰঃ 

∠MON = 15°

(iv) 90°

উত্তৰঃ 

∠ABC = 90°

(v) 120°

উত্তৰঃ 

∠MON = 120°

(vi) 45°

উত্তৰঃ 

∠POQ = 45°

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top